• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুঃখবৰ, যুদ্ধ, দুৰ্যোগৰ মাজেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা! গজত আহিলেও গমন কিহত কৰিব? ফলত কি হ’ব?

দুঃখবৰ, যুদ্ধ, দুৰ্যোগৰ মাজেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা! গজত আহিলেও গমন কিহত কৰিব? ফলত কি হ’ব?

1 year ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

58 minutes ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

2 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

3 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

3 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

4 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

6 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

7 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

7 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

7 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

8 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুঃখবৰ, যুদ্ধ, দুৰ্যোগৰ মাজেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা! গজত আহিলেও গমন কিহত কৰিব? ফলত কি হ’ব?

দুঃখবৰ, যুদ্ধ, দুৰ্যোগৰ মাজেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা! গজত আহিলেও গমন কিহত কৰিব? ফলত কি হ’ব?

editor by editor
September 24, 2025
in জীৱনশৈলী
0
দুঃখবৰ, যুদ্ধ, দুৰ্যোগৰ মাজেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা! গজত আহিলেও গমন কিহত কৰিব? ফলত কি হ’ব?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এইবাৰ খুব সংগোপনেই পাৰ হ’ল মহালয়া৷ কাৰণ এইবাৰ অসমত পিতৃপক্ষ চলি থকাৰ সময়তে বিদায় ল’লে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে৷ মহালয়াৰ উছাহ সেয়ে দেখা নগ’ল ৰাজ্যত৷ দেৱীপক্ষ আৰম্ভ হ’ল৷ আৰু কেইটামান দিনৰ অপেক্ষা তাৰপিছতেই দেৱীৰ বোধন হ’ব৷
প্ৰতিবছৰে দুৰ্গাপূজাত দেৱী দুৰ্গাই বেলেগ বেলেগ বাহনেৰে আহে৷ গমনো কৰে বেলেগ বেলেগ বাহনত৷ প্ৰত্যেক বাহনেৰে আছে বিশেষ অৰ্থ৷ জানি থওক ২০২৫ চনত দেৱী দুৰ্গাৰ আগমন আৰু গমন কিহত? ২০২৫ চনত এই পৰ্যন্ত যুদ্ধৰ ভয়াৱহতাৰ এক ৰূপ বিশ্বই দেখিছে৷ ইউক্ৰেইন-ৰাছিয়া যুদ্ধ, ইজৰায়েল বনাম হামাছ সংঘাতৰ ওপৰিও চলিত বছৰৰ ২২ এপ্ৰিলত পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকী নিৰীহ পৰ্যটকৰ প্ৰাণ গৈছিল৷ ওলোটাই জৱাবত পাকিস্তানৰো সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে ভাৰতীয় সেনাই৷ আৰম্ভণি কৰে অপাৰেছন সেন্দূৰৰ৷
ইয়াৰোপৰি চলিত বছৰত হিমাচলৰ পৰা আৰম্ভ কৰি উত্তৰ ভাৰতৰ নানান অংশত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাও ঘটিছে৷ ইফালে এই বৰ্ষতেই অসমেও হেৰুৱাইছে এগৰাকী কিংবদন্তি৷ অসমবাসীক কন্দুৱাই গুচি গৈছে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ৷ সকলো মিলি এই পৰিস্থিতিৰ মাজত মৰ্ত্যত ভৰি থৈছে উমাই৷ দেৱীৰ আগমন আৰু গমন চলিত বছৰত কিহত হ’ব? তাৰ ফলাফল কি?

২০২৫ দুৰ্গাদেৱীৰ আগমন আৰু গমন

২০২৫ চনত দেৱীৰ আগমন গজত৷ যাৰ অৰ্থ হৈছে শস্য, শ্যামলা বসুন্ধৰা৷ ফলত দেৱীৰ আগমনকালত চাৰিওফালে ফুলে ফলে ভৰি থকাৰ বাৰ্তা আছে৷ এই ইংগিত শাস্ত্ৰমত৷ গজত দেৱীৰ আগমনক শুভ বুলি ধাৰণা কৰা হয়৷ অন্যহাতে দেৱীৰ গমন দোলাত৷ ধাৰণা কৰা হৈছে যে দেৱীৰ গমন যদি দোলাত হয় তেন্তে ই পৃথিৱীবাসীৰ বাবে মুঠেও শুভ নহয়৷
কোন বাহনে দেৱীৰ আগমনত কি ইংগিত দিয়ে? দেৱী দুৰ্গাৰ আগমন আৰু গমনে প্ৰত্যেক বছৰেই কিছু নহয় কিছু ইংগিত দিয়ে৷ জানি থওক দেৱীৰ গমন, আগমনত কি ফল লাভ কৰিব?
দোলা- দোলা অৰ্থাৎ পাল্কিত আগমন বা গমনে মহামাৰী বিষয়ত ভোগাৰ সম্ভাৱনা থাকে বুলি কয়৷
ঘোঁৰা- ঘোঁৰাত দেৱীৰ আগমন বা গমনৰ ফল ছত্ৰভংগ৷ ইয়াত ধ্বংসাত্মক লীলাৰ ইংগিত থাকে বুলি মান্যতা আছে৷
নৌকা- নৌকা বুলিলে জলমগ্ন সম্পৰ্কিত কিছু বুজায়৷ নৌকাত আগমন বা গমনৰ ফলত শস্যপূৰ্ণ বসুন্ধৰা৷
গজ- গজ বা হস্তী৷ ই সমৃদ্ধিক নিৰ্দেশ কৰে৷ ফলত এই বাহনত দেৱীৰ আগমন শুভ৷ চলিত বছৰত দেৱী আহিছে গজত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
Next Post
অক্টোবৰত অৰ্থভাগ্য উজ্বলিব ৩ ৰাশিৰ, শনিৰ কৃপাত আহিব সুদিন, সাফল্য

অক্টোবৰত অৰ্থভাগ্য উজ্বলিব ৩ ৰাশিৰ, শনিৰ কৃপাত আহিব সুদিন, সাফল্য

শ্যামকানুৱে গড ফাদাৰ বুলি কৈ জুবিনক ব্যৱহাৰ কৰি কৰি শেষ কৰি পেলালে, সিদ্ধাৰ্থই পানীলৈ যাব নালাগে জানিও পানীলৈ লৈ গ’ল, দুয়োৰে ওপৰত তদন্ত হ’বই লাগিবঃ যতীন বৰা

শ্যামকানুৱে গড ফাদাৰ বুলি কৈ জুবিনক ব্যৱহাৰ কৰি কৰি শেষ কৰি পেলালে, সিদ্ধাৰ্থই পানীলৈ যাব নালাগে জানিও পানীলৈ লৈ গ’ল, দুয়োৰে ওপৰত তদন্ত হ’বই লাগিবঃ যতীন বৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.