• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা কালীৰ প্ৰিয় এই ৪ ৰাশি, তেওঁলোকৰ জীৱনত থাকে দেৱীৰ আশীৰ্বাদ

মা কালীৰ প্ৰিয় এই ৪ ৰাশি, তেওঁলোকৰ জীৱনত থাকে দেৱীৰ আশীৰ্বাদ

8 months ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

15 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

43 minutes ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

1 hour ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

2 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

2 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

3 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

3 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

4 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

5 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

5 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

6 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা কালীৰ প্ৰিয় এই ৪ ৰাশি, তেওঁলোকৰ জীৱনত থাকে দেৱীৰ আশীৰ্বাদ

মা কালীৰ প্ৰিয় এই ৪ ৰাশি, তেওঁলোকৰ জীৱনত থাকে দেৱীৰ আশীৰ্বাদ

editor by editor
October 14, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মা কালীৰ প্ৰিয় এই ৪ ৰাশি, তেওঁলোকৰ জীৱনত থাকে দেৱীৰ আশীৰ্বাদ
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱী কালী মানেই শক্তিৰ প্ৰতীক৷ ভয়, অশুভ আৰু অন্ধকাৰ বিনাশিনী তেওঁ৷ যাৰ জীৱনত দেৱীৰ আশীৰ্বাদ থাকে তেওঁ জীৱনত সকলো বাধাই সহজে অতিক্ৰয় কৰে৷ জ্যোতিষমতে গুৰুগ্ৰহৰ অৱস্থানৰ কাৰণে নিৰ্দিষ্ট কিছু ৰাশিৰ জাতকৰ ওপৰত মা কালীৰ আশীৰ্বাদ বিশেষ কাৰ্যকৰ হয়৷ নিয়মিত কালীপূজা কৰিলে তাৰ শুভ ফল তেওঁলোকে লাভ কৰে৷ জানি থওক মা কালীৰ প্ৰিয় ৪ ৰাশি কি কি?

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জুইৰ দৰেই তেজাল৷ যুঁজ কৰিব জানে তেওঁলোকে৷ মা কালীৰ শক্তি তেওঁলোকৰ মাজত সকলো সময়তে থাকে৷ বাধা আহিলেও আকৌ শক্তিশালী হৈ উঠে৷ দেৱীৰ আশীৰ্বাদত মেষ ৰাশিৰ মানুহে জীৱনত ৰিস্ক ল’বলৈ ভয় নকৰে৷ জীৱনত বাৰে বাৰে ওঠা-নমা থাকিলেও শেষ পৰ্যন্ত তেওঁলোক জয়ী হয়েই৷

সিংহ ৰাশি

সিংহ মানেই আত্মবিশ্বাস, সাহস আৰু নেতৃত্ব৷ এই তিনি গুণ তেওঁলোকৰ মাজত স্পষ্ট৷ মা কালীৰ শক্তি তেওঁলোকৰ অন্তৰত স্থিৰ থাকে৷ সেয়ে ভয়, নিন্দা বা ব্যৰ্থতা একোতেই তেওঁলোক পিছুৱাই নাহে৷ মা কালীৰ কৃপাত সিংহ ৰাশিৰ মানুহে অন্যৰো অনুপ্ৰেৰণা হৈ উঠে৷ কৰ্মজীৱনত এওঁলোকে সাফল্য পায় আৰু ব্যক্তিজীৱনতো শক্তিশালী মানসিকতাৰে তেওঁলোক থিয় দি থাকে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশি গভীৰ আৰু ৰহস্যময়৷ তেওঁলোকৰ মাজত তীব্ৰ আৱেগ আৰু দৃঢ়তা থাকে আৰু দেৱী কালীৰো তেওঁলোক প্ৰতিফলন৷ মা কালীয়ে এই ৰাশিৰ জাতকক সাহসী আৰু নিৰ্ভীক কৰি তোলে৷ অন্যায় দেখিলে তেওঁলোকে কেতিয়াও মনে মনে নাথাকে৷ জীৱনত যিমানেই সমস্যা নাহক কিয় তেওঁলোকে নিজৰ অন্তৰৰ শক্তিৰে যুঁজ দি যায়৷ দেৱীৰ কৃপাত বৃশ্চিক ৰাশিৰ মানুহে অন্যতকৈ পৃথক হৈ থাকে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক বাস্তৱবাদী, পৰিশ্ৰমী আৰু স্থিৰ মনোভাৱৰ৷ তেওঁলোকৰ ধৈৰ্য্য আৰু অধ্যবসায়ৰ শক্তি বেছি৷ মা কালীৰ কৃপাত এওঁলোকে জীৱনৰ কঠিন পথো ভাঙি আগুৱাব পাৰে৷ লক্ষ্য ঠিক কৰি তাত উপস্থিত হোৱাটো তেওঁলোকৰ নিচা৷ দেৱীৰ আশীৰ্বাদত মকৰ ৰাশিৰ মানুহে পৰিণত শক্তিশালী আৰু দায়িত্ববান হৈ উঠে৷

মা কালীয়ে যাক কৃপা কৰে তেওঁলোকৰ জীৱনত ভয় নাথাকে৷ শক্তি, সাহস আৰু আত্মবিশ্বাসে তেওঁলোকক পথ দেখুৱাই৷ সেয়ে কালীপূজাৰ নিশা এই ৪ ৰাশিয়ে বিশেষভাৱে দেৱীৰ আৰাধনা কৰিলে জীৱনত সুখ, শান্তি আৰু উন্নতি লাভ কৰে বুলি দাবী কৰে জ্যোতিষীয়ে৷ দেৱীৰ নাম জপ কৰিলেও দূৰ হয় সকলো অশুভ ছায়া৷ মা কালীৰ আশীৰ্বাদ সকলো সময়তে থাকে তেওঁলোকৰ জীৱনত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

May 27, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

May 27, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে
জীৱনশৈলী

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

May 27, 2026
Next Post
‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

কালীপূজাৰ পাছতেই খুলিব কঁপাল, নৱেম্বৰত লাভেই লাভ এই ৬ৰাশিৰ জাতকৰ

কালীপূজাৰ পাছতেই খুলিব কঁপাল, নৱেম্বৰত লাভেই লাভ এই ৬ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.