গ্ৰহৰ সেনাপতি মঙ্গলে নিৰ্দিষ্ট সময়ত তেওঁলোকৰ ৰাশি আৰু নক্ষত্ৰ পৰিবৰ্তন কৰে৷ বৰ্তমান মঙলে বিশাখা নক্ষত্ৰত গোচৰ কৰিছে আৰু দীপাৱলিৰ পাছত শনিৰ অনুৰাধা নক্ষত্ৰত গোচৰ কৰিব৷ মঙলৰ অনুৰাধা নক্ষত্ৰত গোচৰ ১ নৱেম্বৱ হ’ব৷ অন্যহাতে দীপাৱলি ২০ অক্টোবৰ৷ মঙ্গলে প্ৰায় ১৮ দিন শনিৰ নক্ষত্ৰত থাকিব আৰু তাৰপিছত আকৌ ১৯ নৱেম্বৰত নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ মঙলে শনিৰ নক্ষত্ৰত প্ৰৱেশৰ কাৰণে কুম্ভসহ ৬ ৰাশিৰ জাতক জাতিকাই শুভ ফল পাব৷ দীপাৱলিৰ পাছতেই মঙলৰ নক্ষত্ৰ পৰিবৰ্তনৰ কাৰণে কোন ৬ ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আহিব?
বৃষ ৰাশি
মঙ্গলৰ নক্ষত্ৰ পৰিবৰ্তন বৃষ ৰাশিৰ বাবে অনুকূল হ’ব৷ এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব৷ আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি আহিব৷ পৰাক্ৰম বাঢ়িব আৰু বস্তুগত আৰাম বৃদ্ধি পাব৷ ব্যৱাসায়ত উন্নতিৰ লক্ষণ আছে৷
মিথুন ৰাশি
মঙলৰ নক্ষত্ৰ পৰিবৰ্তন মিথু ন ৰাশিৰ জাতকৰ বাবে অনুকূল হব৷ এই সময়ত কৰ্মক্ষেত্ৰত আপোনাৰ আগ্ৰগতি হব পাৰে৷ চাকৰিয়ালে নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ আয় বৃদ্ধি পাব৷ যাৰ ফলত আৰ্থিক স্থিতিশীলতা আহিব৷ আপুনি প্ৰিয়জনৰ পৰা সহায়তা পাব৷ পেছাগতভাৱে আপুনি উন্নতি লাভ কৰিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাই এই সময়ত আৰ্থিক বিষয়ত সাফল্য পাব৷ তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হ’ব৷ তেওঁলোকে সংগীৰ সৈতে ভাল সময় কটাব৷ ব্যৱসায়ত অগ্ৰগতি কৰিব পাৰে৷ আৰ্থিক লাভ সম্ভৱ৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ তেওঁলোকৰ কথাবাৰ্তাত মধুৰতা থাকিব৷ তেওঁলোকে কৰ্মজীৱনত অগ্ৰগতি লাভ কৰিব৷ পাৰিবাৰিক সহায়তা লাভ কৰিব৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আদালতৰ সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে৷
মকৰ ৰাশি
মঙলৰ নক্ষত্ৰ পৰিবৰ্তন মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ এই সময়ত ভাগ্য আপোনাৰ সহায়ক হ’ব৷ আপোনাৰ সম্পদ বৃদ্ধি পাব৷ ৰৈ থকা অৰ্থ উদ্ধাৰ কৰিব পাৰে৷ যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ কৰ্মক্ষেত্ৰত আপুনি সফল হ’ব পাৰে৷
কুম্ভ ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















