• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ এই স্কিমত আছে বহু লাভালাভ, সুদেই পাব ২.৫ লাখ

পোষ্ট অফিচৰ এই স্কিমত আছে বহু লাভালাভ, সুদেই পাব ২.৫ লাখ

10 months ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

11 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

60 minutes ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

2 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

3 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

4 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

5 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

8 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

9 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত আছে বহু লাভালাভ, সুদেই পাব ২.৫ লাখ

পোষ্ট অফিচৰ এই স্কিমত আছে বহু লাভালাভ, সুদেই পাব ২.৫ লাখ

editor by editor
October 15, 2025
in জীৱনশৈলী, বিবিধ
0
পোষ্ট অফিচৰ এই স্কিমত আছে বহু লাভালাভ, সুদেই পাব ২.৫ লাখ
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি সকলোৱেই চাপমুক্ত ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে নিৰাপদ বিনিয়োগ বিচাৰে৷ আপুনিও যদি এনে এক বিনিয়োগ বিচাৰে তেন্তে পোষ্ট অফিচৰ আৰ ডি স্কিমে আপোনাৰ বাবে নিৰাপদ আৰু উপযুক্ত হ’ব পাৰে৷ প্ৰকৃততে পোষ্ট অফিচৰ ৰেকাৰিং ডিপজিট বা আৰ ডি স্কিম দীৰ্ঘম্যাদি নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিনিয়োগ কৰাৰ এক দুৰ্দান্ত উপায়৷ ৫০০০ টকা বিনিয়োগেই আপোনাক লাখপতি কৰি তুলিব পাৰে৷

এই স্কিমত আপুনি প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ জমা কৰি ধীৰে ধীৰে আপোনাৰ ফাণ্ড বৃদ্ধি কৰিব পাৰে৷ যদি এই বিনিয়োগ নিয়মিতভাৱে ৫ বছৰ ধৰি কৰা হয় তেন্তে আপুনি ম্যাদপূৰ্তিৰ পাছত ভাল পৰিমাণৰ অৰ্থ পাব৷ আপুনি ইয়াৰপাছতেই আপোনাৰ বিনিয়োগ আৰু ৫ বছৰৰ বাবে বঢ়াইয়ো দিব পাৰে৷ অৰ্থাৎ ১০ বছৰ ধৰি বিনিয়োগ কৰি আপুনি ভাল ফাণ্ড তৈয়াৰ কৰিব পাৰে৷ এই স্কিমে সৰু বিনিয়োগকাৰীৰ বাবেও সহজ আৰু সময়ৰ সৈতে চক্ৰবৃদ্ধিৰ সুবিধা প্ৰদান কৰে৷

৫০০০ টকা বিনিয়োগৰ হিচাপ

আপুনি যদি পোষ্ট অফিচৰ আৰ ডি স্কিমত ৫ বছৰৰ বাবে ৫০০০ টকা বিনিয়োগ কৰে তেন্তে আপুনি ৫ বছৰত মুঠ ৫৬, ৮৩০ টকা সুদেই পাব৷ ইয়াৰ অৰ্থ হৈছে আপুনি পাঁচ বছৰত ৩০০,০০০ টকা বিনিয়োগ কৰিব আৰু মুঠ ফাণ্ডৰ মূল্য হ’ব ৩৫৬,৮৩০ টকা৷ এই আৰ ডি আৰু পাঁচ বছৰৰ বাবে বঢ়ালে আৰু বেছি ৰিটাৰ্ণ পোৱা যাব৷ ১০ বছৰত সুদেই ৰিটাৰ্ণ পাব ২৫৮,২৭২ লাখ টকা৷ বিনিয়োগৰ পৰিমাণ হ’ব ৬,০০,০০০ টকা৷ অৰ্থাৎ ১০ বছৰৰ পাছত আপোনাৰ মুঠ ফাণ্ড হ’ব ৮,৫৪,২৭২ লাখ টকা৷ অৰ্থাৎ ১০ বছৰ ধৰি বিনিয়োগ কৰিলে আপুনি ধনী হ’ব পাৰে৷

কোনে একাউণ্ট খুলিব পাৰে?

যি কোনো পোষ্ট অফিচত এটা ৰেকাৰিং ডিপোজিট একাউণ্ট খুলিব পাৰে৷ আপোনাৰ বয়স যদি ১০ বছৰ বা তাতকৈ বেছি হয় তেন্তে আপুনি নিজেই এয়া পৰিচালনা কৰিব পাৰে৷ এই একাউণ্টটো তিনিজনে মিলি যৌথভাৱে খুলিব পাৰে৷ যাৰ ফলত সমস্ত সদস্যই একেলগে ইয়াক পৰিচালনা কৰিব পাৰে৷ সৰু আৰু নিয়মিত সঞ্চয়ৰ বাবে আৰ ডি একাউণ্টসমূহ দুৰ্দান্ত বিকল্প৷ এইসমূহে নিৰাপদ বিনিয়োগ, ফিক্সড ৰিটাৰ্ণ আৰু দীৰ্ঘম্যাদত ফাণ্ড বৃদ্ধিত সহায় কৰে৷

বিনিয়োগ সংক্ৰান্তিয় তথ্য

পোষ্ট অফিচত আৰ ডি স্কিমত সৰ্বনিম্ন বিনিয়োগৰ পৰিমাণ মাত্ৰ ১০০ টকা৷ ইয়াৰ ফলত আপুনি আপোনাৰ বিনিয়োগ ১০ টকাৰ গুণিতকত বঢ়াব পাৰে৷ অৰ্থাৎ সৰ্বোচ্চ বিনিয়োগৰ কোনো সীমা নাই৷ যদি একাউণ্টটো মাহৰ ১ তাৰিখৰ পৰা ১৫ তাৰিখৰ মাজত খোলা হয় তেন্তে পৰবৰ্তী কিস্তি প্ৰতি মাহৰ ১৫ তাৰিখৰ ভিতৰত জমা কৰিব লাগে৷ যদি একাউণ্টটো মাহৰ ১৬ তাৰিখৰ ভিতৰত খোলা হয় তেন্তে পৰবৰ্তী কিস্তি ৩০ তাৰিখৰ ভিতৰত দিব লাগিব৷ এই ব্যৱস্থাই নিয়মিত বিনিয়োগক সহজ আৰু নমনীয় কৰি তুলিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
Next Post
কাইলৈৰ পৰা বিশাখা নক্ষত্ৰত মঙল-বুধ, কালীপূজাৰ পূৰ্বেই সুখ আহিব এই ৪ৰাশিৰ

কাইলৈৰ পৰা বিশাখা নক্ষত্ৰত মঙল-বুধ, কালীপূজাৰ পূৰ্বেই সুখ আহিব এই ৪ৰাশিৰ

ঋণত ডুবিছে সমগ্ৰ বিশ্ব, আয়তকৈ ২৯১শতাংশ বেছি ধাৰ হৈছে সমগ্ৰ বিশ্বই! কেনেকৈ ঘটিছে এই বিপত্তি?

ঋণত ডুবিছে সমগ্ৰ বিশ্ব, আয়তকৈ ২৯১শতাংশ বেছি ধাৰ হৈছে সমগ্ৰ বিশ্বই! কেনেকৈ ঘটিছে এই বিপত্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.