• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

6 months ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

10 minutes ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

33 minutes ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

1 hour ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

2 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

3 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

3 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

4 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

5 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

6 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

7 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

editor by editor
October 14, 2025
in অসম, জীৱনশৈলী
0
‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
‘মোৰ বুকুত মুৰ থৈ কৈছিলা, “তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম?” শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ন্যায় বিচাৰি আকৌ এটা আৱেগিক পোষ্ট জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ৷
শিৰত সেন্দুৰ জিলিকি থাকিলেও গৰিমাৰ বুকু আজি একেবাৰেই উদং৷ তেওঁৰ গল্ডী গুচি গ’ল উভতি নহাৰ বাটেৰে৷ জুবিনৰ সেই ধেমালিভৰা সময়বোৰে গৰিমাক বৰকৈ আমনি কৰাৰ কথা গৰিমাই কেইবাটাও ইণ্টাৰভিউত জনাইছে৷ গৰিমাই কৈছিল ১৯৯৫ চনৰ পৰা ২০২৫ লৈ এক দিঘলীয়া সময় জুবিনৰ সৈতে কটাইছে গৰিমাই৷ মাত্ৰ ১৭ বছৰ বয়সতে গৰিমা প্ৰেমত পৰিছিল জুবিনৰ৷ তেতিয়াৰে পৰা সুদীৰ্ঘ ৩০ বছৰ সময় গৰিমা জুবিনৰ কাষত আছে৷ জুবিনৰ প্ৰতিটো ভাললগা, বেয়ালগা নোকোৱাকৈ বুজি উঠা গৰিমাই জুবিন বিহীন সময়খিনিক আজিও সাধাৰণভাৱে ল’ব পৰা নাই৷ কাৰণ তেওঁৰ প্ৰিয় গল্ডীৰ মৃত্যুওযে স্বাভাৱিক নহয়৷ প্ৰাণৰ প্ৰিয় পুৰুষক এনেকৈ হেৰুওৱাব বুলি জানো গৰিমাই ভাৱিছিল৷
জুবিন গাৰ্গৰ মৃত্যুৰ মাত্ৰ কেইটামান দিন পূৰ্বেই গৰিমাই অসম লাইভ২৪ত এক সাক্ষাৎকাৰ দিছিল৷ তাতো গৰিমাই জুবিনৰ সৈতে একেলগে জীৱনৰ বাৰ্ধক্যৰ কথা পৰিকল্পনাৰ কথা কৈছিল৷ বুঢ়া হ’লে বেমাৰ আজাৰ বাঢ়িব সেয়ে ধন কিছু সঞ্চয়ৰ কথা জুবিনক কোৱাৰ কথা কৈছিল গৰিমাই৷ জুবিনে তেতিয়া হাঁহি হাঁহি জনাইছিল, বেমাৰ হ’লে অসমৰ ৰাইজে ১টকাকৈ দিলেও হৈ যাব৷ সেই জুবিনক গৰিমাই ইমান অকালতে হেৰুৱাই পেলাব সেয়া জানো এবাৰলৈকো ভাৱিছিল গৰিমাই৷ হঠাৎ ছিংগাপুৰৰ পৰা আহিছিল সেই দুঃখবৰ৷ তেওঁৰ গল্ডী আৰু নাই৷ গৰিমাই বিশ্বাস কৰা নাছিল৷ নাই গল্ডী ঘূৰি আহিব৷ তেওঁ যুঁজাৰু এনেকৈ তেওঁ কেতিয়াও গুচি নাযায়৷ কিন্তু গৰিমাৰ হাজাৰ প্ৰাৰ্থনাতো জুবিন আৰু ঘূৰি নাহিল৷ এটা কফি ৰঙৰ কফিনত এমব্লেম কৰা শৰীৰ আহিল কাহিলীপাৰাৰ ঘৰলৈ৷
তাৰপিছৰে পৰা এদিন দুদিনকৈ ২৫ টা দিন পাৰ হ’ল৷ কিন্তু আজিও গৰিমা তথা অসমৰ ৰাইজে গম নাপালে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ৷ ছিংগাপুৰত সাগৰত ডুবি মৃত্যু হোৱা বুলি আহিল পোষ্টমৰ্টেম ৰিপৰ্ট৷ কিন্তু ইমান মানুহৰ মাজত য়াট পাৰ্টি কৰিবলৈ গৈ জুবিনে কেনেকৈ সাগৰত ডুবিল তাৰ সঠিক তথ্য আজিলৈ কোনেও দিব পৰা নাই৷ এই তথ্য বিচাৰি হাহাকাৰ কৰিছে জুবিন পত্নী গৰিমাইয়ো৷ এটি শিশুৰ দৰে গৰিমাই সামৰি ৰখা জুবিনক গৰিমাৰ বুকুৰ পৰা কিয় কাঢ়ি নিয়া হ’ল সেই প্ৰশ্নও গৰিমাই কৰিছে৷ কোনেও এতিয়ালৈকে গৰিমাক সেই উত্তৰ দিয়া নাই৷ একেই প্ৰশ্ন কৰিছে অসমৰ জনতাই৷ কিন্তু উত্তৰ এতিয়াও লাভ কৰিব পৰা হোৱা নাই৷
মঙলবাৰে SITৰ জিম্মাত থকা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ, বাদ্যযন্ত্ৰী শেখৰ গোস্বামী, সহ কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ ছিংগাপুৰলৈ নি এইদৰে মৃত্যুৰ মুখলৈ থেলি নিজেই বিজনেছ মিটিঙত ব্যস্ত থকা শ্যামকানু মহন্তৰো আজি ১৪ দিনীয়া এছ আই টিৰ জিম্মা শেষ হৈছে৷ হয়তো কাইলৈ আটাইকেইজনকেই আদালতত হাজিৰ কৰোৱা হ’ব৷ হয়তো বিত্তীয় কেলেংকাৰীত পুনৰবাৰ গ্ৰেপ্তাৰ কৰিবও পাৰে SIT দলে৷ কিমান দিঘলীয়া হ’ব তদন্ত প্ৰক্ৰিয়া সেই কথা এতিয়াও স্পষ্ট নহয়৷ এছ আই টিয়ে ৯০ দিনৰ পাছত চাৰ্জশ্বিট কৰ্টত দিব বুলি একাংশ সূত্ৰই প্ৰকাশ কৰিছে৷ কিন্তু এই ৯০ দিন জানো গৰিমাৰ বাবে সহজ হ’ব? স্বামীৰ মৃত্যু কেনেকৈ হ’ল সেই প্ৰশ্নই খুলি খুলি খোৱা গৰিমাৰ বাবেই SITয়ে যেন তদন্ত ক্ষীপ্ৰতাৰে আগুৱাই নিয়ে তাৰবাবেও এতিয়া অনুৰোধ জনাইছে বহুসংখ্যক লোকেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ
জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

April 11, 2026
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত
জীৱনশৈলী

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

April 11, 2026
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 11, 2026
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ
জীৱনশৈলী

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

April 11, 2026
Next Post
কালীপূজাৰ পাছতেই খুলিব কঁপাল, নৱেম্বৰত লাভেই লাভ এই ৬ৰাশিৰ জাতকৰ

কালীপূজাৰ পাছতেই খুলিব কঁপাল, নৱেম্বৰত লাভেই লাভ এই ৬ৰাশিৰ জাতকৰ

সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.