• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৮ নৱেম্বৰতেই পাব ভাল খবৰ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন

২৮ নৱেম্বৰতেই পাব ভাল খবৰ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন

5 months ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

4 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

5 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

5 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

5 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

6 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

6 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

7 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

7 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

8 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

8 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

9 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৮ নৱেম্বৰতেই পাব ভাল খবৰ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন

২৮ নৱেম্বৰতেই পাব ভাল খবৰ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন

editor by editor
October 24, 2025
in জীৱনশৈলী
0
২৮ নৱেম্বৰতেই পাব ভাল খবৰ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক কেলেণ্ডাৰ অনুসৰি, বছৰৰ শেষত অৱস্থান সলনি কৰিছে শনিদেৱে৷ ১৩৮ দিন পাছত ২৮ নৱেম্বৰৰ পুৱা ৯ বাজি ২০ মিনিটত অৱস্থান সলনি কৰিব শনিয়ে৷ প্ৰত্যক্ষ গতিৰ ফলত ভাগ্য সলনি হ’ব ৪ ৰাশিৰ জাতক জাতিকাৰ৷ তেওঁলোকে জীৱনত উন্নতি কৰিব৷ কেৰিয়াৰত সাফল্য আহিব৷ শনিদেৱ হৈছে কৰ্মফলদাতা৷ কৰ্ম অনুসৰি ফল দিয়ে৷ ফলত পৰিশ্ৰম কৰিলেই ভাগ্য ঘূৰিব৷

মকৰ ৰাশি

শনিৰ প্ৰত্যক্ষ গতি আপোনাৰ বাবে শুভ হব৷ সাহস বাঢ়িব৷ দীৰ্ঘস্থায়ী কামসমূহ সম্পন্ন হ’ব৷ কামত সাফল্য আহিব৷ আপোনাৰ ভায়েক ভনীয়েকৰ সৈতে সু সম্পৰ্ক গঢ়ি উঠিব৷ নতুন চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ ব্যৱসায়ত নতুন চুক্তি কৰিব৷ এই সময়ত বিনিয়োগৰ পৰা লাভৱান হ’ব৷

মিথুন ৰাশি

শনিৰ চিধাপথৰ যাত্ৰাই আপোনাক ইতিবাচক ফল দিব৷ শনিৰ বাবে আপোনাৰ চাকৰি আৰু ব্যৱসায় লাভজনক হ’ব৷ এই সময়ত আপোনাৰ চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি হ’ব পাৰে৷ ব্যৱসায়ীয়ে তেওঁলোকৰ সিদ্ধান্তত সন্তুষ্ট থাকিব৷ দৃঢ়তাৰ সৈতে প্ৰতিটো চেলেঞ্জ মোকাবিলা কৰিব৷ পেছাগত জীৱনত স্থিতিশীলতা আৰু অগ্ৰগতি আহিব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব খুজিলে এই সময় ভাল৷ নেতৃত্বৰ সুযোগ পাব পাৰে৷ আপোনাৰ পিতৃৰ সৈতে সম্পৰ্ক ভালে থাকিব৷

তুলা ৰাশি

শনিৰ প্ৰত্যক্ষ গতি তুলা ৰাশিৰ জাতক আৰু জাতিকাৰ বাবে অনুকূল হ’ব পাৰে৷ শনি আপোনাৰ শুভ অৱস্থানত থাকিব৷ এই সময়ত আপুনি মামলা মোকৰ্দমাত জয়লাভ কৰিব পাৰে৷ শত্ৰুক পৰাজিত কৰিব পাৰে৷ এই সময়ত আপুনি বাহন বা সম্পত্তি কিনিব পাৰে৷ আপুনি সু সংবাদো পাব পাৰে৷ দীৰ্ঘস্থায়ী অসুস্থতাৰ পৰাও মুক্তি পাব পাৰে৷ আপোনাৰ কপাল খুলিব৷

মীন ৰাশি

এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব৷ ৰৈ থকা কাম সমাপ্ত হ’ব৷ বিনিয়োগৰ সুযোগ পাব পাৰে৷ আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷ আপুনি বাহন ক্ৰয় কৰিব পাৰে৷ আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক ভালে থাকিব৷ আপুনি কেৰিয়াৰত উন্নতি কৰিব পাৰে৷ নতুন সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?
জীৱনশৈলী

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

March 23, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

March 23, 2026
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু
জীৱনশৈলী

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

March 23, 2026
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
Next Post
উচ্চমাধ্যমিক উত্তীৰ্ণ হলেই ৰে’লত চাকৰি, ৩০৫০ পদত নিয়োগ, আবেদন কেতিয়াৰে পৰা কৰিব? কিমান টকা লাগিব?

উচ্চমাধ্যমিক উত্তীৰ্ণ হলেই ৰে’লত চাকৰি, ৩০৫০ পদত নিয়োগ, আবেদন কেতিয়াৰে পৰা কৰিব? কিমান টকা লাগিব?

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ, ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ, ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.