• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহু আৰু কেতুৱে মালামাল কৰিব ৩ ৰাশিক, ২০২৬ চনতেই আৰম্ভ হ’ব গোল্ডেন টাইম

ৰাহু আৰু কেতুৱে মালামাল কৰিব ৩ ৰাশিক, ২০২৬ চনতেই আৰম্ভ হ’ব গোল্ডেন টাইম

9 months ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

5 minutes ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

43 minutes ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

2 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

4 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

4 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

4 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

5 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

5 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

6 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

7 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহু আৰু কেতুৱে মালামাল কৰিব ৩ ৰাশিক, ২০২৬ চনতেই আৰম্ভ হ’ব গোল্ডেন টাইম

ৰাহু আৰু কেতুৱে মালামাল কৰিব ৩ ৰাশিক, ২০২৬ চনতেই আৰম্ভ হ’ব গোল্ডেন টাইম

editor by editor
October 29, 2025
in জীৱনশৈলী
0
ৰাহু আৰু কেতুৱে মালামাল কৰিব ৩ ৰাশিক, ২০২৬ চনতেই আৰম্ভ হ’ব গোল্ডেন টাইম
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ আৰম্ভ হ’বলৈ বেছি দিন নাই৷ নতুন বছৰত বহু গ্ৰহৰ গোচৰ আৰু নক্ষত্ৰ পৰিবৰ্তন হ’ব৷ সমস্ত গ্ৰহৰ গোচৰৰ প্ৰভাৱ সমস্ত ৰাশিৰ ওপৰত পৰিব৷ ২০২৬ চনত ৰাহু আৰু কেতুৰ স্থান পৰিবৰ্তন হ’ব৷ বৰ্তমান ৰাহুৱে কুম্ভ ৰাশিত আৰু কেতুয়ে সিংহ ৰাশিত গমন কৰিব৷ পঞ্চাঙ্গ অনুসৰি ২০২৬ চনত কেতু কৰ্কট ৰাশিত গমন কৰিব আৰু ৰাহুৱে মকৰ ৰাশিত গমন কৰিব৷ ফলস্বৰূপে, ৰাহু আৰু কেতুৰ গমন কিছু ৰাশিৰ বাবে অত্যন্ত উপকাৰী হ’ব পাৰে৷ এই ৩ ৰাশিৰ বাবে সোণালী সময় আৰম্ভ হ’ব ২০২৬ চনত৷ ৰাহু আৰু কেতুৰ গতিবিধিয়ে সুফল কঢ়িয়াই আনিব-

ধনু ৰাশি

ধনু ৰাশিৰ জাতক জাতিকাই ৰাহু আৰু কেতুৰ গোচৰত উপকৃত হ’ব৷ চৰকাৰী চাকৰিয়াললৈ কিছু ভাল খবৰ কঢ়িয়াই আনিব পাৰে৷ ব্যৱসায়িক পৰিস্থিতি স্থিতিশীল থাকিব৷ আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বৰ তুলনাত উন্নত হ’ব পাৰে৷ আপোনাৰ স্বাস্থ্যৰ যত্ন লওক৷ ধৰ্মীয় কাৰ্যকলাপত মনোনিৱেশ কৰা ভাল হ’ব৷

তুলা ৰাশি

ৰাহু আৰু কেতুৰ গোচৰে তুলা ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ শিল্পপতিসকলৰ বাবে এটা এটা শুভ সময় কঢ়িয়াই আনিব৷ অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব আৰু আপুনি ঋণৰ পৰা মুক্তি পাবলৈ সক্ষম হব৷ আপুনি আপোনাৰ পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷ বিনিয়োগৰ বাবে এই সময় শুভ বুলি বিবেচিত হ’ব৷

বৃষ ৰাশি

ৰাহু আৰু কেতুৰ গোচৰ বৃষ ৰাশিৰ বাবে শুভ বুলি ধাৰণা কৰা হৈছে৷ এই গ্ৰহসমূহৰ শুভ প্ৰভাৱৰ কাৰণে ব্যৱসায়ীয়ে লাভৰ মুখত দেখিব পাৰে৷ জীৱনৰ সমস্যাসমূহ ধীৰে ধীৰে দূৰ হব পাৰে৷ পৰিয়ালত সুখৰ সময় থাকিব৷ নিজকে চাপমুক্ত আৰু সুখী ৰাখিবলৈ প্ৰকৃতিৰ মাজত সময় কটাওক৷ স্বাস্থ্যৰ যত্ন লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
Next Post
২০ বছৰ বয়সত ৬০ বছৰীয়াৰ দৰে বিষ, এই ৫ কাৰণতেই কমবয়সতে মেৰুদণ্ডৰ বিষ হয়

২০ বছৰ বয়সত ৬০ বছৰীয়াৰ দৰে বিষ, এই ৫ কাৰণতেই কমবয়সতে মেৰুদণ্ডৰ বিষ হয়

মাহ শেষ হোৱাৰ আগতেই জেপ খালী? জাপানী পন্থা  কাকেবু অনুসৰণ কৰিলেই বাঢ়িব সঞ্চয়

মাহ শেষ হোৱাৰ আগতেই জেপ খালী? জাপানী পন্থা কাকেবু অনুসৰণ কৰিলেই বাঢ়িব সঞ্চয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.