• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহ শেষ হোৱাৰ আগতেই জেপ খালী? জাপানী পন্থা  কাকেবু অনুসৰণ কৰিলেই বাঢ়িব সঞ্চয়

মাহ শেষ হোৱাৰ আগতেই জেপ খালী? জাপানী পন্থা কাকেবু অনুসৰণ কৰিলেই বাঢ়িব সঞ্চয়

11 months ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

48 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

1 hour ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

9 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

10 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

10 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

11 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

12 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

13 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

13 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

14 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

14 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহ শেষ হোৱাৰ আগতেই জেপ খালী? জাপানী পন্থা কাকেবু অনুসৰণ কৰিলেই বাঢ়িব সঞ্চয়

মাহ শেষ হোৱাৰ আগতেই জেপ খালী? জাপানী পন্থা কাকেবু অনুসৰণ কৰিলেই বাঢ়িব সঞ্চয়

editor by editor
October 29, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মাহ শেষ হোৱাৰ আগতেই জেপ খালী? জাপানী পন্থা  কাকেবু অনুসৰণ কৰিলেই বাঢ়িব সঞ্চয়
0
SHARES
605
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে এজন মানুহৰ আয়ৰ কিমান শতাংশ সঞ্চয় কৰা উচিত সেয়া নিৰ্ভৰ কৰে তেওঁৰ আয় আৰু অৱশ্যম্ভাৱী ব্যয়ৰ ওপৰত৷ কোনোৱে যদি তেওঁৰ আয়ৰ মোটামুটি এক চতুৰ্থাংশ অৰ্থ নিয়মিত সঞ্চয়ৰ অভ্যাস কৰিব পাৰে তেনেহলে অৱসৰৰ পৰবৰ্তী জীৱনত অভাৱত নপৰে৷ কেনেকৈ বিনিয়োগ কৰি নিজৰ সম্পদ বৃদ্ধি কৰিব? বহুতেই সেয়া বুজিব নোৱাৰে৷ তাৰ ওপৰত উৎসৱ, অনুষ্ঠান আদিও থাকে৷ সকলো খৰচ মিলি মাহৰ শেষত সঞ্চয় বুলিবলৈ একোৱেই নাথাকে৷ অভিজ্ঞ মানুহে কয় টকা জমা কৰিব নোৱৰাৰ আঁৰত আছে সঠিক পৰিকল্পনাৰ অভাৱ৷ আকৌ খৰচ হৈ যাব ভাৱি বহুতেই হাতত নগদ টকা নাৰাখে৷ কিন্তু কাৰ্ড বা অনলাইনেৰে সেই বেংকৰ টকাৰেই বিভিন্ন লেনদেন কৰি থাকে৷ এই অভ্যাসো সেয়ে ভাল অভ্যাস নহয়৷ মাহৰ শেষত সঞ্চয় বঢ়াবলৈ মানি চলিব পাৰে জাপানী পন্থা কাকেবু৷

কাকেবু কি?

আক্ষৰিক অৰ্থত কাকেবু মানে হৈছে পৰিয়ালৰ হিচাপৰ বহী৷ যি বহীত ঘৰৰ প্ৰতিটো খৰচৰ হিচাপ লিখি ৰখা হয়৷ বজাৰ, ঔষধ, ভ্ৰমণৰ খৰচ, সন্তানৰ পঢ়াশুনাৰ খৰচ হিচাপে লিখা থাকে সেই বহীত৷ এই ধাৰণাৰ সূচনা কৰিছিল জাপানৰ এগৰাকী মহিলা সাংবাদিক হানি মোতোকোৱে, ১৯০৪ চনত৷ কাকেবু পদ্ধতিয়ে আমাক শিকাই কেনেকৈ প্ৰতিটো খৰচৰ সিদ্ধান্তৰ পিছত সচেতনতা গঢ়ি তুলি টকাৰ ওপৰত নিয়ন্ত্ৰণ আনিব৷ কাকেবুৰ মূল কথা হৈছে সঞ্চয়ক খৰচৰ পাছৰ বিষয় হিচাপে নাচায় খৰচৰ অংশ হিচাপে চোৱা৷ সাধাৰণতে সকলো খৰচ শেষ কৰি যি থাকে সেয়াই আমি সঞ্চয় ভাৱো৷ বাস্তৱত দেখা যায় বহুসময়ত বহুতৰে মাহৰ শেষত হাতত একোৱেই নাথাকে৷ কাকেবু ধাৰণাৰ বিপৰীত ধাৰণা এয়া৷ কাকেবু ধাৰণাই কয় যে পূৰ্বে সঞ্চয় কৰক, তাৰপিছত যি থাকে তাৰেই জীৱনধাৰণ কৰক৷ ধৰা হল কাৰোবাৰ মাহিলী আয় ৫০ হাজাৰ টকা৷ তেওঁ ভাৱে যদি মাহত ৫০০০ টকা সঞ্চয় কৰিব৷ তেন্তে দৰমহা অহাৰ লগে লগে ৫০০০ টকা আপুনি পৃথক কৰি পেলাওক৷ এতিয়া ৪৫০০০ টকাৰে মাহৰ বাজেট মিলাওক৷

কাকেবু পদ্ধতি মানি চলিবলৈ হ’লে কি কি কৰিব লাগিব?

১. মাহিলী আয় আৰু আৱশ্যিক ব্যয়ৰ তালিকা প্ৰথমে তৈয়াৰ কৰিব লাগিব৷

২. সঞ্চয়কো আৱশ্যিক ব্যয় হিচাপে ধৰিব লাগিব৷

৩. প্ৰতিদিনৰ খৰচ লিখি ৰখাৰ অভ্যাস আৰম্ভ কৰিব লাগিব৷

৪. খৰচক চাৰিভাগত ভাগ কৰি ল’ব লাগিব৷ আৱশ্যিক, ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল, বিনোদন আৰু অতিৰিক্ত এই চাৰিভাগত ভগাই ল’ব৷

৫. মাহৰ শেষত নিজকে প্ৰশ্ন কৰক, ক’ত কিমান সঞ্চয় কৰিব পাৰিলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
Next Post
১-৩০ নৱেম্বৰৰ ভিতৰত সুখ, সৌভাগ্য লাভ কৰিব ৫ৰাশিয়ে, আৰ্থিক টনাটনি কাৰ কাৰ?

১-৩০ নৱেম্বৰৰ ভিতৰত সুখ, সৌভাগ্য লাভ কৰিব ৫ৰাশিয়ে, আৰ্থিক টনাটনি কাৰ কাৰ?

অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই

অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.