• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

9 months ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

6 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

7 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

7 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

8 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

9 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

10 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

11 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

12 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

12 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

13 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

14 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

editor by editor
November 4, 2025
in জীৱনশৈলী
0
অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে নতুন দৰমহা কমিছন অৰ্থাৎ অষ্টম দৰমহা কমিছনক সেউজ সংকেত দিছে৷ নতুন দৰমহা কমিছনক আগন্তুক ১৮ মাহ বা ডেৰ বছৰৰ সময়সীমা কেন্দ্রি বান্ধি দিছে এই বিষয়ত৷ ন্যায়াধীশ ৰঞ্জনপ্ৰকাশ দেশাইক এই নতুন দৰমহা কমিছনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে৷ এইবাৰ আশাৰ কথা এটাই যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকল বা অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ পেনছন বৃদ্ধি পাব? কিন্তু কিমান বাঢ়িব পাৰে দৰমহা?
৩০ অক্টোবৰ ২০২৫ পৰ্যন্ত সমগ্ৰ দেশত মুঠ পেঞ্চনভোগীৰ সংখ্যা ৬৮.৭২ লাখ৷ যাৰ মাজত ছিবিল, ৰে’ল, প্ৰতিৰক্ষা, ডাক, টেলিকম বিভাগো আছে৷ আৰু কেন্দ্ৰীয় চৰকাৰী কৰ্মীৰ মুঠ সংখ্যা বৰ্তমান ৫০লাখ৷ ফিটমেণ্ট ফেক্ট গুণিতক আকাৰত নিৰ্ণিত হৈ থাকে সাধাৰণতে৷ যাৰ কাৰণেই পুৰণি দৰমহাৰক্ৰমৰ সৈতে নতুন দৰমহা পৰিকাঠামো তৈয়াৰ হৈ থাকে৷ সপ্তম দৰমহা কমিছনৰ ফিটমেণ্ট ফেক্টৰ ২.৫৭ আছিল৷ যদি কোনো কৰ্মীৰ বেছিক পে ১০,০০০ টকা হয় তেন্তে তেওঁৰ এইবাৰ দৰমহা হ’ব ২৫,০০০ টকা৷ অষ্টম দৰমহা কমিছনত ৩.০ বা ৩.৬৮ পৰ্যন্ত বৃদ্ধি হব পাৰে৷
পুৰণি পেঞ্চন ২০,০০০ টকা যাৰ তেওঁলোকৰ ৫০শতাংশ বৃদ্ধি হলে পেঞ্চনভোগীয়ে পাব ৪০,০০০ টকা৷ পুৰণি ফিটমেণ্ট ফেক্টৰ ২.৫৭, নতুন বেছিক পে ১,০২,৮০০ টকা, নতুন পেঞ্চন হব ৬০,০০০ টকা৷ যদি ফিটমেণ্ট ফেক্টৰ ৩.৬৮ হয় তেতিয়া নতুন পে মতে ১৪৭,২০০ টকা দৰমহা হব আৰু নতুন পেঞ্চন হ’ব ৭৩,৬০০ টকা৷ ইয়াৰ অৰ্থ পৰিষ্কাৰ যে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হলে পেঞ্চন দ্বিগুণ বা তাতকৈ বেছি হব পাৰে৷ মহাৰ্ঘ ভাট্টা বা পেঞ্চনত এক নিৰ্দিষ্ট শতাংশ হিচাপে দিয়া হয়৷ আৰু ডি আৰৰ মূল্য নিজেই বৃদ্ধি পায়৷ যেনে পুৰণি পেঞ্চন ২০০০০ টকা৷ DR ২০%= ৪,০০০ টকা৷ নতুন পেঞ্চন ৩০,০০০ টকা DR ২০% = ৬,০০০ টকা ৷ ফেমেলি পেঞ্চন “Income from Other Sources” ইয়াত কৰযোগ্য, ইয়াৰ পৰিমাণ ১৫,০০০ টকাৰ মাজত কৰহীন হৈ থাকে৷ ইয়াৰ ওপৰত টকাৰ পৰিমাণৰ ওপৰৰ স্তৰ অনুসৰি কৰ ধাৰ্য কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য
জীৱনশৈলী

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

August 10, 2026
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী
জীৱনশৈলী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

August 10, 2026
Next Post
ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে

ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে

কিডনিৰ সমস্যা প্ৰাথমিক পৰ্যায়ত বুজিব নোৱাৰি, এইক্ষেত্ৰত ৫লক্ষণে দেখা দিলে সতৰ্ক হওক

কিডনিৰ সমস্যা প্ৰাথমিক পৰ্যায়ত বুজিব নোৱাৰি, এইক্ষেত্ৰত ৫লক্ষণে দেখা দিলে সতৰ্ক হওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.