• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিডনিৰ সমস্যা প্ৰাথমিক পৰ্যায়ত বুজিব নোৱাৰি, এইক্ষেত্ৰত ৫লক্ষণে দেখা দিলে সতৰ্ক হওক

4 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

6 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

8 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

9 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিডনিৰ সমস্যা প্ৰাথমিক পৰ্যায়ত বুজিব নোৱাৰি, এইক্ষেত্ৰত ৫লক্ষণে দেখা দিলে সতৰ্ক হওক

কিডনিৰ সমস্যা প্ৰাথমিক পৰ্যায়ত বুজিব নোৱাৰি, এইক্ষেত্ৰত ৫লক্ষণে দেখা দিলে সতৰ্ক হওক

editor by editor
November 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কিডনিৰ সমস্যা প্ৰাথমিক পৰ্যায়ত বুজিব নোৱাৰি, এইক্ষেত্ৰত ৫লক্ষণে দেখা দিলে সতৰ্ক হওক
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিডনিয়ে দেহক সুস্থ ৰাখিবলৈ একাধিক কাম কৰে৷ কাৰণ দেহৰ পৰা বৰ্জ্য পদাৰ্থ বাহিৰ কৰিবলৈ ইলেক্ট্ৰোলাইটৰ ভাৰসাম্য বজায় ৰাখিবলৈ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায়তা কৰে কিডনিয়ে৷ কিডনিৰ সমস্যা বহু সময়ত গুৰুতৰ নহ’লে বুজিবও নোৱাৰি৷ কিডনিৰ অসুখক সেয়ে নীৰৱ ঘাতক বুলি কোৱা হয়৷ কিডনিৰ সমস্যা বুজিবলৈ কেইটামান উপসৰ্গ লক্ষ্য কৰা উচিত৷

১. দৈনিক মূত্ৰৰ পৰিমাণ যদি কমি যায় তেতিয়া বুজিব লাগিব কিডনিৰ কোনো সমস্যা হৈছে৷ মূত্ৰৰ সৈতে বগা ফেন নিৰ্গত হ’লে বুজিব লাগিব প্ৰটিন মিহলি হৈ আছে৷

২. ভৰিৰ পতা, গেৰুহা বা মুখ ফুলি যোৱা কিডনিৰ সমস্যাৰ ইংগিত৷ বুজিব লাগিব কিডনিৰ খেলিমেলিত দেহত বৰ্জ্যৰ পৰিমাণ বৃদ্ধি পাইছে৷

৩. যদি কোনোৱে নিয়মিত ক্লান্তিত ভূগি থাকে তেতিয়াও সতৰ্ক হোৱা উচিত৷ কাৰণ কিডনিৰ কাৰ্যকাৰিতা হ্ৰাস পালে দেহত বৰ্জ্যৰ পৰিমাণ বাঢ়ি থাকে যি ক্লান্তিবোধৰ অন্যতম কাৰণ৷

৪. ৰক্তচাপ হঠাৎ বৃদ্ধি পালে সতৰ্ক হোৱা উচিত৷ কাৰণ কিডনিয়ে সঠিকভাৱে কাম নকৰিলে ৰক্তচাপ বৃদ্ধি পাব পাৰে৷

৫. বহু সময়ত পুৱা টোপনিৰ পৰা উঠাৰ পাছত চকুৰ তলত ফোলাভাৱে দেখা দিয়ে৷ এই ধৰণৰ ঘটনা বাৰে বাৰে ঘটিলে সতৰ্ক হওক৷ কাৰণ এইসমূহ কিডনিৰ সমস্যাৰ লক্ষণ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?

কাতি পূৰ্ণিমাৰ আৰু এক নাম ৰাস পূৰ্ণিমা, সন্ধিয়া এই ৫ স্থানত প্ৰদীপ অৱশ্যেই জ্বলাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন