• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি ৰাজসুখ এই ৪ৰাশিৰ

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি ৰাজসুখ এই ৪ৰাশিৰ

3 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি ৰাজসুখ এই ৪ৰাশিৰ

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি ৰাজসুখ এই ৪ৰাশিৰ

editor by editor
November 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি ৰাজসুখ এই ৪ৰাশিৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য হৈছে প্ৰাণশক্তি, জীৱনীশক্তি, অহংকাৰ, আত্মসন্মান আৰু বোধৰ প্ৰতীক৷ ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ মূল উপাদানক নিয়ন্ত্ৰণ কৰে সূৰ্যই৷ সেই সূৰ্যই যেতিয়া নিজৰ স্থান পৰিবৰ্তন কৰিব তেতিয়া যি ৰাশিচক্ৰৰ ওপৰত বিশেষ প্ৰভাৱ দেখা যাব সেয়াই স্বাভাৱিক৷

২০২৬ চনৰ আৰম্ভণিতেই স্থান সলনি কৰিব সূৰ্যই৷ গোচৰ হ’ব তাৰ শত্ৰু গ্ৰহ শনিৰ শাষিত ৰাশি মকৰত৷ শনিৰ ৰাশিচক্ৰত সূৰ্যৰ এই উপস্থিতিৰ প্ৰভাৱ পৰিব মেষৰ পৰা মীনলৈকে ১২ ৰাশিৰ জাতকৰ জীৱনত৷ ২০২৬ চনৰ জানুৱাৰী মাহৰ ১৪ তাৰিখে মকৰ ৰাশিত গোচৰ হ’ব সূৰ্য৷ এই দিনটোত পালিত হ’ব মকৰ সংক্ৰান্তিয় হিচাপত৷ শত্ৰু গ্ৰহ শনিৰ ৰাশিত সূৰ্যই প্ৰৱেশ কৰিলে তাৰ বিশেষ প্ৰভাৱ দেখা যাব মূলত চাৰিটা ৰাশিৰ জীৱনত৷ জ্যোতিষৰ অংকই কৈছে ৪ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ সময় আহিব৷

সূৰ্যৰ গোচৰত সলনি হ’ব কোন কোন ৰাশিৰ জীৱন?

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ গোচৰে অনুকূল পৰিস্থিতি তৈয়াৰ কৰিব৷ সম্পৰ্কৰ ক্ষেত্ৰত সুসংবাদ আহিব৷ আপোনাৰ প্ৰতি অন্যৰ বিশ্বাস বাঢ়িব৷ আপোনাক বহুতেই বন্ধু হিচাপে পাবলৈ বিচাৰিব৷ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা আছে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা আছে৷ উচ্চতৰ কৰ্তৃপক্ষৰ প্ৰশংসা পাব পাৰে৷ ব্যৱসায়ত বিশেষ লাভ হ’ব৷ আৰ্থিক লাভৰ সম্ভাৱনা বাঢ়িব৷ ব্যয় সত্ত্বেও আপোনাৰ সঞ্চয় বাঢ়িব৷ বিনিয়োগ কৰিব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷

ধনু ৰাশি

সূৰ্যৰ গোচৰৰ পাছত ধনু ৰাশিৰ জাতকৰ ব্যয় বৃদ্ধি পাব৷ একাধিক উৎসৰ পৰা আয় বৃদ্ধি পাব পাৰে৷ আপোনাৰ কৰ্মজীৱনত অগ্ৰগতি হ’ব৷ ভাগ্যৰ সহায় পাব৷ ব্যৱসায়ীসকলে উন্নতিৰ প্ৰচেষ্টা চলাই যোৱা উচিত৷ লাভৰ সুযোগ বাঢ়িব৷ প্ৰেম জীৱনত সম্পৰ্ক ভালে থাকিব৷

মকৰ ৰাশি

সূৰ্যই মকৰ ৰাশিতেই গোচৰ কৰিব৷ তাতেই অৱস্থানো কৰিব৷ এমাহ ধৰি তাৰ সুফল উপভোগ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ এই সময় আপোনাৰ বাবেও অত্যন্ত শুভ হব৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা বাঢ়িব৷ কৰ্মক্ষেত্ৰত কামৰ চাপ বেছি থাকিব৷ ভৱিষ্যতৰ বাবে ই লাভজনক হ’ব৷ মন দি কাম কৰি যাওক৷ প্ৰেম জীৱন স্বাভাৱিক থাকিব৷ শনিবাৰে হনুমানৰ যজ্ঞ কৰিলে সুফল পাব৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবেও সূৰ্যৰ এই গোচৰ অনুকূল হ’ব৷ প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই ইতিবাচক ফলাফল পাব পাৰে৷ কৰ্মক্ষেত্ৰত সূৰ্য পৰিকল্পনা সফল হব৷ কৰ্মজীৱনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত উন্নতি হব৷ আয় বৃদ্ধি পাব৷ সঞ্চয় বাঢ়িব৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বন্ধন আৰু দৃঢ় হব৷ ফিটনেছ বৰ্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

উজ্বলি উঠিব ভাগ্য, ২০২৬ চনত কেৰিয়াৰৰ গ্ৰাফে আকাশ চুব মকৰসহ কোন ৫ৰাশিৰ?

উজ্বলি উঠিব ভাগ্য, ২০২৬ চনত কেৰিয়াৰৰ গ্ৰাফে আকাশ চুব মকৰসহ কোন ৫ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.