• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ বছৰৰ পাছত বিৰল ৰাহু-বুধ যোগ, ২০২৬ৰ আৰম্ভণিৰ পৰাই সৌভাগ্যৰ পোহৰত উজলিব ৩ৰাশি

১৮ বছৰৰ পাছত বিৰল ৰাহু-বুধ যোগ, ২০২৬ৰ আৰম্ভণিৰ পৰাই সৌভাগ্যৰ পোহৰত উজলিব ৩ৰাশি

9 months ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

3 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

4 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

4 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

5 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

6 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

7 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

8 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

9 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

10 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

10 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৮ বছৰৰ পাছত বিৰল ৰাহু-বুধ যোগ, ২০২৬ৰ আৰম্ভণিৰ পৰাই সৌভাগ্যৰ পোহৰত উজলিব ৩ৰাশি

১৮ বছৰৰ পাছত বিৰল ৰাহু-বুধ যোগ, ২০২৬ৰ আৰম্ভণিৰ পৰাই সৌভাগ্যৰ পোহৰত উজলিব ৩ৰাশি

editor by editor
December 10, 2025
in বিবিধ, ভাৰত, লেখা
0
১৮ বছৰৰ পাছত বিৰল ৰাহু-বুধ যোগ, ২০২৬ৰ আৰম্ভণিৰ পৰাই সৌভাগ্যৰ পোহৰত উজলিব ৩ৰাশি
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু কেইটামান দিনৰ পাছতেই আৰম্ভ হ’ব ২০২৬ চন৷ নতুন বছৰৰ আৰম্ভণিতেই ৰাহু আৰু বুধ মিলিত হ’ব৷ দীৰ্ঘ ১৮ বছৰ পাছত কুম্ভ ৰাশিত কাষলৈ আহিব এই দুই গ্ৰহ৷ কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ বৈদিক জ্যোতিষ অনুসৰি বুধ হৈছে শিক্ষা, জ্ঞান, বুদ্ধি, বাচন ক্ষমতা, আৰু যোগাযোগ ক্ষমতাৰ কাৰক গ্ৰহ৷ অন্যহাতে ৰাহুৱে তীৰ্থযাত্ৰাৰ ওপৰত প্ৰভাৱ পেলায়৷ আগন্তুক বছৰৰ আৰম্ভণিতেই ৰাহু আৰু বুধৰ বিৰল যোগ গঠন কোনো কোনো ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হ’ব৷ জানি থওক ৰাহু-বুধৰ যুঁটিয়ে ২০২৬ত ভাগ্য খুলিব কাৰ কাৰ?

মেষ ৰাশি

কুম্ভ ৰাশিত ৰাহু আৰু বুধৰ একত্ৰ হোৱাটো লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ মেষ ৰাশিৰ একাদশ ঘৰত এই যুঁটি গঠন হব৷ ইয়াৰ প্রভাৱত আয় বাঢ়িব৷ আপুনি পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব৷ পাৰিবাৰিক সম্পত্তিৰ এক ডাঙৰ অংশ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ সামাজিক মৰ্যদা আৰু প্ৰতিপত্তি বাঢ়িব৷ সকলো কামত ভাগ্য আপোনাৰ কাষত থাকিব৷ অভাৱনীয় আৰ্থিক উন্নতি হ’ব পাৰে৷ সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷

বৃষ ৰাশি

ৰাহু আৰু বুধৰ বিৰল যুঁটিৰ প্ৰভাৱত ভাগ্যৰ গাড়ি ঘূৰিব বৃষ ৰাশিৰ জাতকৰ৷ বৃষ ৰাশিয়ে কৰ্মৰ ঘৰত এই যুঁটি গঠন কৰিব৷ ইয়াৰ ফলত চাকৰি আৰু ব্যৱসায় উল্লেখযোগ্য উন্নতি কৰিব পাৰে৷ শিক্ষাক্ষেত্ৰৰ সৈতে যিসকল পেছাগতভাৱে যুক্ত তেওঁলোকে উন্নতি কৰাৰ বিশেষ সুযোগ পাব৷ উপাৰ্জনৰ নতুন পথ খুলিব৷ চাকৰিয়ালে প্ৰমোছন পাব পাৰে৷ ব্যৱসায়ীয়ে লাভজনক চুক্তি সাক্ষৰ কৰিব৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ আহিব৷

মকৰ ৰাশি

ৰাহু বুধৰ যুঁটিত ২০২৬ৰ আৰম্ভণিতেই মকৰ ৰাশিৰ জাতকৰ ভাগ্যৰ দুৱাৰ খুলিব৷ সম্পদৰ ঘৰত এই যুঁটি গঠন হোৱাত হঠাৎ প্ৰচুৰ অৰ্থলাভ হব পাৰে এই ৰাশিৰ জাতকৰ৷ সম্পদ লাভৰ সম্ভাৱনা এই সময়ত বহু বেছি থাকিব৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ কেৰিয়াৰত হঠাৎ উন্নতি হব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তি থাকিব৷ এই সময়ত কৰোবাত বিনিয়োগ কৰিলে সেয়া আপোনাৰ বাবে লাভজনক হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
Next Post
নতুন চাকৰি, বিদেশ যাত্ৰা, ২০২৬ত আৰু কি আছে মেষ ৰাশিৰ ভাগ্যত? জানি থওক টেৰো গণনাই কি কয়?

নতুন চাকৰি, বিদেশ যাত্ৰা, ২০২৬ত আৰু কি আছে মেষ ৰাশিৰ ভাগ্যত? জানি থওক টেৰো গণনাই কি কয়?

অষ্টম পে কমিছনৰ দৰমহা কেতিয়াৰে পৰা পাব চৰকাৰী কৰ্মচাৰীয়ে? কেন্দ্রই কি কৈছে?

অষ্টম পে কমিছনৰ দৰমহা কেতিয়াৰে পৰা পাব চৰকাৰী কৰ্মচাৰীয়ে? কেন্দ্রই কি কৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.