• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন চাকৰি, বিদেশ যাত্ৰা, ২০২৬ত আৰু কি আছে মেষ ৰাশিৰ ভাগ্যত? জানি থওক টেৰো গণনাই কি কয়?

নতুন চাকৰি, বিদেশ যাত্ৰা, ২০২৬ত আৰু কি আছে মেষ ৰাশিৰ ভাগ্যত? জানি থওক টেৰো গণনাই কি কয়?

7 months ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

33 minutes ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

1 hour ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

2 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

2 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

3 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

4 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

5 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

6 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

6 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

8 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

9 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন চাকৰি, বিদেশ যাত্ৰা, ২০২৬ত আৰু কি আছে মেষ ৰাশিৰ ভাগ্যত? জানি থওক টেৰো গণনাই কি কয়?

নতুন চাকৰি, বিদেশ যাত্ৰা, ২০২৬ত আৰু কি আছে মেষ ৰাশিৰ ভাগ্যত? জানি থওক টেৰো গণনাই কি কয়?

editor by editor
December 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন চাকৰি, বিদেশ যাত্ৰা, ২০২৬ত আৰু কি আছে মেষ ৰাশিৰ ভাগ্যত? জানি থওক টেৰো গণনাই কি কয়?
0
SHARES
574
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই আৰম্ভ হ’ব ২০২৬ চন৷ আপুনি মেষ ৰাশিৰ জাতক হ’লে আনন্দৰে থাকক৷ কাৰণ নতুন বছৰে আপোনাক উন্নতিৰ শিখৰলৈ লৈ যাব৷ এই কথা টেৰো কাৰ্ডৰ গণনাত পোৱা গৈছে৷ পেছাগত জীৱনত উন্নতি কৰিব৷ পেছা আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰে৷ জীৱনলৈ অহা সকলো চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব৷ পাৰিবাৰিক জীৱনত সুখ থাকিব৷ চাকৰিত উন্নতি কৰাৰ সুযোগ পাব৷

কেৰিয়াৰ আৰু আৰ্থিক পৰিস্থিতি

আপুনি বহু দিন ধৰি চাকৰি পৰিবৰ্তন কৰাৰ কথা ভাৱিছে৷ তেন্তে ২০২৬ত এয়া সম্ভৱ হব পাৰে৷ আগন্তুক বছৰত আৰু ভাল চাকৰিৰ সুযোগ আহিব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷ কৰ্মসূত্ৰে একাধিক ভ্ৰমণ কৰিব পাৰে৷ আন্তৰ্জাতিক যাত্ৰাৰো যোগ আছে৷ চাৰ্ভিছ ইণ্ডাষ্ট্ৰি, ইনভেষ্টমেণ্ট আৰু খাদ্য আৰু পানীয়ৰ ব্যৱসায়ৰ সৈতে যুক্তসকলে ২০২৬ চনত ভাল সময় আহিছে৷

প্ৰেম জীৱন

বিবাহৰ কথা ভাৱিছে? আগন্তুক বছৰত বিবাহৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ নিজৰ বাবে পাৰফেক্ট জীৱনসংগী বিচাৰি পাব পাৰে৷ জীৱনত ৰোমান্স ভৰপুৰ থাকিব৷ মনত জোৰ থাকিব৷ প্ৰিয় মানুহৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷

শৰীৰ-স্বাস্থ্য কেনে থাকিব?

স্বাস্থ্যক লৈ আগন্তুক বছৰত আৰু অলপ সচেতন হব মেষ ৰাশিৰ জাতক৷ শৰীৰৰ বিষয়ে যত্নশীল নহলে অসুস্থ হৈ পৰিব৷ কানৰ সংক্ৰমণ হব পাৰে৷ শৰীৰ বেয়া লাগিলে নিজে নিজে ডাক্তৰি কৰাৰ চেষ্টা নকৰিব৷ বাহিৰত খোৱাবোৱা নকৰিব৷ ঘৰত পাতল খাদ্য খাওক৷

বছৰৰ কোন সময় কেনেকুৱা?

২০২৬ চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত নতুন দায়িত্ব আৰু নতুন ভূমিকা লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি উন্নতি কৰিব৷ জ্ঞান আৰু বুদ্ধি কামত লগাই সকলো সমস্যাৰ সমাধান পাব৷ মে আৰু জুলাই মাহৰ কেৰিয়াৰত কিছু পৰিবৰ্তন আহিব৷ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত মেষৰ জাতকে ধৈৰ্য্যৰ পৰীক্ষা দিব লাগিব৷ নিজৰ ইগ’ৰ ওপৰত নিয়ন্ত্ৰণ ৰখা জৰুৰী৷ অহংকাৰ কৰিলে বিপদত পৰিব৷ বছৰৰ শেষত কেৰিয়াৰত ডাঙৰ সাফল্য পাব পাৰে৷ প্ৰমোছন পোৱাৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়
জীৱনশৈলী

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
Next Post
অষ্টম পে কমিছনৰ দৰমহা কেতিয়াৰে পৰা পাব চৰকাৰী কৰ্মচাৰীয়ে? কেন্দ্রই কি কৈছে?

অষ্টম পে কমিছনৰ দৰমহা কেতিয়াৰে পৰা পাব চৰকাৰী কৰ্মচাৰীয়ে? কেন্দ্রই কি কৈছে?

দেৱী লক্ষ্মীৰ প্ৰিয় এই ৩ৰাশি, কঠোৰ পৰিশ্ৰমৰ পাছত সমৃদ্ধি-খ্যাতি উপচি পৰিব কোন কোন ৰাশিৰ?

দেৱী লক্ষ্মীৰ প্ৰিয় এই ৩ৰাশি, কঠোৰ পৰিশ্ৰমৰ পাছত সমৃদ্ধি-খ্যাতি উপচি পৰিব কোন কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.