• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱী লক্ষ্মীৰ প্ৰিয় এই ৩ৰাশি, কঠোৰ পৰিশ্ৰমৰ পাছত সমৃদ্ধি-খ্যাতি উপচি পৰিব কোন কোন ৰাশিৰ?

দেৱী লক্ষ্মীৰ প্ৰিয় এই ৩ৰাশি, কঠোৰ পৰিশ্ৰমৰ পাছত সমৃদ্ধি-খ্যাতি উপচি পৰিব কোন কোন ৰাশিৰ?

6 months ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

27 minutes ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

2 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

3 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

3 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

4 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

4 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

5 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

7 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

7 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

7 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

8 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেৱী লক্ষ্মীৰ প্ৰিয় এই ৩ৰাশি, কঠোৰ পৰিশ্ৰমৰ পাছত সমৃদ্ধি-খ্যাতি উপচি পৰিব কোন কোন ৰাশিৰ?

দেৱী লক্ষ্মীৰ প্ৰিয় এই ৩ৰাশি, কঠোৰ পৰিশ্ৰমৰ পাছত সমৃদ্ধি-খ্যাতি উপচি পৰিব কোন কোন ৰাশিৰ?

editor by editor
December 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দেৱী লক্ষ্মীৰ প্ৰিয় এই ৩ৰাশি, কঠোৰ পৰিশ্ৰমৰ পাছত সমৃদ্ধি-খ্যাতি উপচি পৰিব কোন কোন ৰাশিৰ?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত দেৱী লক্ষ্মীৰ পূজাৰ বিশেষ তাৎপৰ্য আছে৷ প্ৰতিদিনে দেৱীৰ পূজাই এজন ভক্তৰ সম্পদ বৃদ্ধি কৰে৷ তেওঁলোকৰ ঘৰলৈ সমৃদ্ধি আহে৷ শাস্ত্ৰ অনুসৰি দেৱী লক্ষ্মীক সম্পদৰ দেৱী হিচাপে বিবেচনা কৰা হয়৷ সমৃদ্ধি, সন্মান, খ্যাতি আৰু গৌৰৱৰ প্ৰতীক৷ তেওঁৰ কৃপাই ভক্তৰ সুখ আৰু সৌভাগ্য বৃদ্ধি কৰে৷ জ্যোতিষশাস্ত্ৰত দেৱীক শুক্ৰ গ্ৰহৰ সৈতে যুক্ত কৰা হৈছে৷

জ্যোতিষীৰ মতে শুক্ৰ গ্ৰহ দেৱী লক্ষ্মীৰ সৈতে সম্পৰ্কিত৷ যদি দেৱীক আন্তৰিকতাৰ সৈতে পূজা কৰা হয় তেতিয়া তেওঁ সন্তুষ্ট হয়৷ যাৰ ফলত ৰাশিফলৰ শুক্ৰ গ্ৰহ শক্তিশালী হয়৷ প্ৰকৃতপক্ষে শুক্ৰ গ্ৰহ সুখ, সমৃদ্ধি, প্ৰেম আৰু বৈবাহিক সুখৰ বাবে দায়ী৷ তেওঁৰ প্ৰভাৱত এজন ব্যক্তিৰ আৰাম আৰু বিলাসিতা বৃদ্ধি পায়৷ বৃষ আৰু তুলা ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তিয়ে বিশেষভাৱে শুক্ৰৰ আশীৰ্বাদপ্ৰাপ্ত হয়৷ কাৰণ এই ৰাশিৰ শাসকগ্ৰহ শুক্ৰ৷ বৃষ আৰু তুলা ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তিয়ে বিশেষভাৱে শুক্ৰৰ আশীৰ্বাদপ্ৰাপ্ত হয়৷ এইসমূহ ব্যক্তিয়ে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে৷ ইয়াৰোপৰি এই ৰাশিসমূহ দেৱী লক্ষ্মীৰ প্ৰিয় ৰাশিসমূহৰ মাজত গণ্য কৰা হয়৷

বৃষ ৰাশি

জ্যোতিষীৰ মতে বৃষ ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীয়ে সৰ্বদা দেৱী লক্ষ্মীৰ আশীৰ্বাদপ্ৰাপ্ত হয়৷ তেওঁৰ কৃপাত তেওঁলোকে শুক্ৰ আৰু দেৱী লক্ষ্মীৰ প্ৰভাৱৰ কাৰণে এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীসকলে সকলো ক্ষেত্ৰতে অগ্ৰগতি আৰু কাঙ্ক্ষিত সাফল্য অৰ্জন কৰে৷ বস্তুগত সুখ বৃদ্ধি কৰে৷ কামৰ ক্ষেত্ৰত অহা বাধাসমূহ দূৰ হয়৷

সিংহ ৰাশি

দেৱী লক্ষ্মীৰ প্ৰিয় ৰাশিৰ জাতক জাতিকাৰ মাজত সিংহ ৰাশিৰ জাতক জাতিকা দেৱীৰ আশীৰ্বাদপ্ৰাপ্ত৷ এই ৰাশিৰ অধিপতি সূৰ্যক গ্ৰহৰাজ বুলি কোৱা হয়৷ দেৱী লক্ষ্মীৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতক জাতিকা ব্যৱসায়িকভাৱে লাভৱান হব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাই দেৱী লক্ষ্মীৰ আশীৰ্বাদপ্ৰাপ্ত৷ এই ৰাশিৰ জাতক জাতিকা শুক্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত৷ কোৱা হয় এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তিৰ আচৰণ খুবেই ভাৰসাম্যপূৰ্ণ হয় আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদত তেওঁলোকে সম্পদ আৰু সমৃদ্ধি অৰ্জন কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

June 18, 2026
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি
বিশ্ব

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

June 18, 2026
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য
প্ৰযুক্তি

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

June 18, 2026
Next Post
বছৰৰ আৰম্ভণিতেই মঙ্গলাদিত্য ৰাজযোগ, ১ জানুৱাৰীৰ পৰা উজলি উঠিব এই ৪ৰাশি

বছৰৰ আৰম্ভণিতেই মঙ্গলাদিত্য ৰাজযোগ, ১ জানুৱাৰীৰ পৰা উজলি উঠিব এই ৪ৰাশি

আগন্তুক ৫বছৰত দেশত ১০ লাখ চাকৰি, বিপুল বিনিয়োগ কৰিছে  Amazonয়ে

আগন্তুক ৫বছৰত দেশত ১০ লাখ চাকৰি, বিপুল বিনিয়োগ কৰিছে Amazonয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.