• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ৫বছৰত দেশত ১০ লাখ চাকৰি, বিপুল বিনিয়োগ কৰিছে  Amazonয়ে

আগন্তুক ৫বছৰত দেশত ১০ লাখ চাকৰি, বিপুল বিনিয়োগ কৰিছে Amazonয়ে

6 months ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

5 minutes ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

44 minutes ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

1 hour ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

3 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

4 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

4 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

5 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

5 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

6 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

8 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

8 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক ৫বছৰত দেশত ১০ লাখ চাকৰি, বিপুল বিনিয়োগ কৰিছে Amazonয়ে

আগন্তুক ৫বছৰত দেশত ১০ লাখ চাকৰি, বিপুল বিনিয়োগ কৰিছে Amazonয়ে

editor by editor
December 10, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
আগন্তুক ৫বছৰত দেশত ১০ লাখ চাকৰি, বিপুল বিনিয়োগ কৰিছে  Amazonয়ে
0
SHARES
478
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাইক্ৰছফ্টৰ পাছত এইবাৰ আমাজন৷ ভাৰতত বিপুল পৰিমাণে অৰ্থ বিনিয়োগ কৰিবলৈ আগবাঢ়িছে জেফ বেজোছৰ ই কমাৰ্ছ কোম্পানী৷ ডিজিটেল অৰ্থনীতি, AI-ৰ ওপৰত জোৰ দিয়েই এই অৰ্থ বিনিয়োগ কৰা হৈছে বুলি জনোৱা হৈছে৷ আমাজনৰ তৰফৰ পৰা জনোৱা হৈছে যে আগন্তুক পাঁচ বছৰত তেওঁলোকে ভাৰতত ৩৫ বিলিয়ন ডলাৰ বা ৩ লাখ কোটি টকাতকৈ বেছি অৰ্থ বিনিয়োগ কৰিব খুজিছে৷ ইয়াৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় ১০ লাখ যুৱক যুৱতীয়ে চাকৰি পাব৷ বিশ্ব বজাৰত ক্ৰমবৰ্ধনমান প্ৰতিযোগিতাৰ মাজত আমাজনৰ ভাৰতৰ এই আস্থাক অত্যন্ত পজিটিভ হিচাপেই চাইছে আন্তৰ্জাতিক বাণিজ্য মহলে৷

ই কমাৰ্ছ কোম্পানীটোৱে জনোৱা অনুসৰি যেওঁলোকে যি স্থানত বিনিয়োগ কৰিব তাৰ মাজত আছে ডিষ্ট্ৰিবিউটৰ কেন্দ্ৰ, লজিষ্টিক নেটৱৰ্ক, ডাটা চেণ্টাৰ, ডিজিটেল পেমেণ্টৰ উন্নতি সাধন আৰু প্ৰযুক্তি প্লেটফৰ্ম৷ আমাজনৰ দাবী ইয়াৰ ফলত ২০৩০ চনৰ ভিতৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ১০ লাখ কৰ্মসংস্থান তৈয়াৰৰো পৰিকল্পনা আছে তেওঁলোকৰ৷

১৫ বছৰ ধৰি ভাৰতত বিনিয়োগ কৰিছে আমাজনে

আমাজন ইমাৰ্জিং মাৰ্কেটৰ চিনিয়ৰ ভাইছ প্ৰেছিডেণ্ট অমিত আগৰৱালে জনাইছে যে ভাৰতত কোম্পানীৰ বৃদ্ধি দেশৰ ডিজিটেল উন্নতিৰ সৈতে যুক্ত৷ তেওঁ কয়, ‘বিগত ১৫ বছৰত আমি ৪০ বিলিয়ন ডলাৰ বিনিয়োগ কৰি ভাৰতত সৰু ব্যৱসায়ৰ বাবে বিশাল পৰিকাঠামোগত বিনিয়োগ কৰিছো৷ ইয়াৰ ফলত লাখ লাখ কৰ্মসংস্থান তৈয়াৰ হৈছে আৰু মেড ইন ইণ্ডিয়াক বিশ্বব্যাপী স্বীকৃতি দিয়া হৈছে৷ আমাজন ২০৩০ চনৰ মাজত ভাৰতৰ পৰা মোট-ই-কমাৰ্ছ ৰপ্তানী বৰ্তমানৰ ২০ বিলিয়ন ডলাৰৰ পৰা চাৰিগুণ বাঢ়ি ৮০ বিলিয়ন ডলাৰলৈ লৈ যোৱাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷

বিনিয়োগৰ ঘোষণা কৰিছে মাইক্ৰছফ্টেও

মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দেখা কৰাৰ পাছত ভাৰতত ডাঙৰ বিনিয়োগৰ ঘোষণা কৰিছে মাইক্ৰছফ্টৰ CEO সত্য নাদেলাও৷ তেওঁ জনাইছে যে মাইক্ৰছফ্টে ভাৰতত ১৭.৫ বিলিয়ন ডলাৰ বা ১.৫৭ লাখ কোটি টকা বিনিয়োগ কৰিব৷ যি বৰ্তমান পৰ্যন্ত এছিয়াৰ মাইক্ৰছফ্টৰ বৃহত্তম বিনিয়োগ৷ এই বিনিয়োগৰ লক্ষ্য হৈছে এই দেশত AI-ৰ গতিক আৰু দ্ৰুত কৰি তোলা৷ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ স্বপ্নক এইধৰণৰ বিনিয়োগে সফল ৰূপ দিব বুলিও আশা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি
অপৰাধ

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

June 18, 2026
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে
জীৱনশৈলী

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

June 18, 2026
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

June 18, 2026
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি
বিশ্ব

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

June 18, 2026
Next Post
কাইলৈ ৰাশিফলঃ লক্ষ্মীবাৰে প্ৰীতি যোগত লক্ষ্মীলাভ হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ৰাশিফলঃ লক্ষ্মীবাৰে প্ৰীতি যোগত লক্ষ্মীলাভ হ’ব ৫ৰাশিৰ জাতকৰ

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.