• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ৰাশিফলঃ লক্ষ্মীবাৰে প্ৰীতি যোগত লক্ষ্মীলাভ হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ৰাশিফলঃ লক্ষ্মীবাৰে প্ৰীতি যোগত লক্ষ্মীলাভ হ’ব ৫ৰাশিৰ জাতকৰ

9 months ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

27 minutes ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

54 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

2 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

6 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

6 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

7 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কাইলৈ ৰাশিফলঃ লক্ষ্মীবাৰে প্ৰীতি যোগত লক্ষ্মীলাভ হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ৰাশিফলঃ লক্ষ্মীবাৰে প্ৰীতি যোগত লক্ষ্মীলাভ হ’ব ৫ৰাশিৰ জাতকৰ

editor by editor
December 10, 2025
in বিবিধ, ভাৰত, লেখা
0
কাইলৈ ৰাশিফলঃ লক্ষ্মীবাৰে প্ৰীতি যোগত লক্ষ্মীলাভ হ’ব ৫ৰাশিৰ জাতকৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১১ ডিচেম্বৰ ২০২৫ বৃহস্পতিবাৰে চন্দ্রই সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ কৃষ্ণা সপ্তমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বিষকুম্ভ যোগ আৰু প্ৰীতি যোগৰ প্রভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে লক্ষ্মী আৰু নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

১১ ডিচেম্বৰ মেষ ৰাশিফল

কাইলৈ ১১ ডিচেম্বৰত দুৰ্দান্ত দিন কটাব মেষ ৰাশিৰ জাতকে৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব আপুনি৷ পেছাগত জীৱনত ভাল খবৰ পাব পাৰে৷ অফিচত চিনিয়ৰ আৰু বছৰ সমৰ্থন আপোনাৰ দিশত থাকিব৷ বুদ্ধিৰ জোৰত কেৰিয়াৰত উন্নতি কৰিব পাৰে৷ নাৰায়ণৰ আশীৰ্বাদত নিজৰ অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷

১১ ডিচেম্বৰ বৃষ ৰাশিফল

কাইলৈ প্ৰীতি যোগত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি নিজৰ লক্ষ্যৰ দিশত সহজেই আগুৱাই যাব৷ আইনী গোচৰত জয়লাভ কৰি মনত আনন্দ থাকিব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব পাৰে বৃষ ৰাশিৰ জাতক৷ আপোনাৰ প্ৰতিভাই কাইলৈ কৰ্মক্ষেত্ৰত সকলোকে মুগ্ধ কৰিব৷ অফিচত আপোনাৰ অৱস্থান বহুপৰিমাণে উন্নত হব৷

১১ ডিচেম্বৰ কন্যা ৰাশিফল

কাইলৈ বসুমান যোগৰ প্রভাৱত স্পেছিয়েল দিন কটাব কন্যা ৰাশিৰ জাতকৰ বাবে৷ মোটা আৰ্থিক লাভ কৰাৰ সুযোগ পাব৷ মনত সুখ আৰু সন্তুষ্টিৰে কাম কৰিব৷ নতুন কেইবাজনো বন্ধু আপোনাৰ হ’ব আপোনাৰ৷ যিসকলে চাকৰি খুজিছে তেওঁলোকে নিজৰ যোগ্যতা অনুসৰি চাকৰি কৰিব পাৰে৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ৷

১১ ডিচেম্বৰ তুলা ৰাশিফল

পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্রভাৱত কাইলৈ শুভ দিন কটাব তুলা ৰাশিৰ জাতকে৷ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত শুভ ফল পাব তুলা ৰাশিৰ জাতকে৷ মনত সুখ আৰু শান্তি পৰিপূৰ্ণভাৱে বিৰাজ কৰিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ চাকৰি বা পঢ়াশুনাৰ বাবে বিদেশত যোৱাৰ সুযোগ পাব পাৰে৷

১১ ডিচেম্বৰ কুম্ভ ৰাশিফল

কাইলৈ ১১ ডিচেম্বৰ বৃহস্পতিবাৰ শ্ৰীবিষ্ণুৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ মনৰ সকলো ইচ্ছা পূৰণ হব পাৰে৷ ব্যৱসায়ত ডাঙৰ সাফল্য লাভৰ যোগ আছে৷ অসহায় দৰিদ্ৰৰ দিশত সাহায্যৰ হাত আগবঢ়াই দিব কুম্ভ ৰাশিৰ জাতক৷ প্ৰেম জীৱনৰ বাবে কাইলৈ দিনটো খুবেই ভাল৷ সংগীৰ সৈতে ৰোমাণ্টিক ডিনাৰলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?
বিনোদন

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

September 14, 2026
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Next Post
নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.