• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ আৰম্ভণিতেই মঙ্গলাদিত্য ৰাজযোগ, ১ জানুৱাৰীৰ পৰা উজলি উঠিব এই ৪ৰাশি

বছৰৰ আৰম্ভণিতেই মঙ্গলাদিত্য ৰাজযোগ, ১ জানুৱাৰীৰ পৰা উজলি উঠিব এই ৪ৰাশি

9 months ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

26 minutes ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

53 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

2 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

6 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

6 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

7 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ আৰম্ভণিতেই মঙ্গলাদিত্য ৰাজযোগ, ১ জানুৱাৰীৰ পৰা উজলি উঠিব এই ৪ৰাশি

বছৰৰ আৰম্ভণিতেই মঙ্গলাদিত্য ৰাজযোগ, ১ জানুৱাৰীৰ পৰা উজলি উঠিব এই ৪ৰাশি

editor by editor
December 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বছৰৰ আৰম্ভণিতেই মঙ্গলাদিত্য ৰাজযোগ, ১ জানুৱাৰীৰ পৰা উজলি উঠিব এই ৪ৰাশি
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ প্ৰথম দুসপ্তাহত থাকিব মঙ্গলাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱ৷ প্ৰকৃততে ২০২৫ চনৰ ১৬ ডিচেম্বৰৰ পৰা এই ৰাজযোগ গঠিত হব যি থাকিব ১৪ জানুৱাৰী ২০২৬ পৰ্যন্ত৷ ধনু ৰাশিত আদিত্য, অৰ্থাৎ সূৰ্য আৰু মঙ্গলৰ মিলনৰ ফলত এই ৰাজযোগ গঠিত হ’ব৷ বৈদিক জ্যোতিষ অনুসৰি মঙ্গলাদিত্য ৰাজযোগ অত্যন্ত শুভ ফলদায়ী৷ ১৪ জানুৱাৰীত সূৰ্যই ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত মঙ্গলাদিত্য যোগ কাটি যাব৷ কিন্তু ইয়াৰ কেইবাদিন পাছতেই মঙ্গলে মকৰ ৰাশিলৈ আহিব৷ ফলত নতুনকৈ মকৰ ৰাশিত গঠিত হব মঙ্গলাদিত্য ৰাজযোগ৷ ২০২৬ চনৰ আৰম্ভণিতে এই শুভ যোগৰ প্ৰভাৱত নানান দিশত ভাগ্যত সুখৰ চমকে দেখা দিব চাৰি ৰাশিৰ জাতকৰ ভাগ্যত৷ জানি থওক এই তালিকাত কোন কোন আছে?

মেষ ৰাশি

বছৰৰ আৰম্ভণিতে মঙ্গলাদিত্য ৰাজযোগত ৰাজভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ সূৰ্য আৰু মঙ্গলৰ যুঁটিত ভাগ্য অতিৰিক্ত চমকি উঠা দেখা যাব এই ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত উন্নতি কৰাৰ ভাল সুযোগ পাব৷ সম্পদ লাভ কৰিব পাৰিব৷ পৰিশ্ৰমৰ সুফল পাব মেষ ৰাশিৰ জাতকে৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ মঙ্গলাদিত্য ৰাজযোগ বিশেষ লাভজনক হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি নিজৰ সকলো ৰৈ থকা কাম সম্পূৰ্ণ কৰিব কৰিব পাৰিব৷ সংসাৰত সুখ শান্তি থাকিব৷ সাফল্য আৰু সন্মান লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ সূৰ্য আৰু মঙ্গলৰ যুঁটিৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ তেনেকৈ আৰ্থিকভাৱে লাভৱানো হব৷

ধনু ৰাশি

ধনু ৰাশিতেই প্রথমে গঠিত হব মঙ্গলাদিত্য যোগ৷ এই ৰাজযোগৰ প্ৰভাৱত চকুত লগা উন্নতি হব ধনু ৰাশিৰ জাতকৰ৷ চাকৰিয়ালে প্ৰমোছন পাব পাৰে৷ ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে৷ ২০২৬ৰ প্ৰথম দিশতেই ডাঙৰ আৰ্থিক লাভ কৰিব এই ৰাশিৰ জাতকে৷ বিনিয়োগৰ বাবে ভাল সময়৷ সামাজিক সন্মান বাঢ়িব৷

মকৰ ৰাশি

ধনু ৰাশিত মঙ্গলাদিত্য যোগ কাটি যোৱাৰ পাছত মকৰ ৰাশিত এই ৰাজযোগ গঠিত হব৷ ইয়াৰ ফলত সূৰ্য মঙ্গলৰ যুঁটিত ভাগ্যৰ চকা ঘূৰিব মকৰ ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি কল্পনাৰো অতীত আৰ্থিক লাভ কৰিব পাৰে৷ নিজৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত আগুৱাই যাব৷ সাহস বাঢ়িব৷ মনত পজিটিভ চিন্তা বৰ্তি থাকিব৷ সকলো বিষয়ত দ্ৰুত উন্নতি হব মকৰ ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?
বিনোদন

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

September 14, 2026
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Next Post
আগন্তুক ৫বছৰত দেশত ১০ লাখ চাকৰি, বিপুল বিনিয়োগ কৰিছে  Amazonয়ে

আগন্তুক ৫বছৰত দেশত ১০ লাখ চাকৰি, বিপুল বিনিয়োগ কৰিছে Amazonয়ে

কাইলৈ ৰাশিফলঃ লক্ষ্মীবাৰে প্ৰীতি যোগত লক্ষ্মীলাভ হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ৰাশিফলঃ লক্ষ্মীবাৰে প্ৰীতি যোগত লক্ষ্মীলাভ হ’ব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.