• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজ আকাশতে ধৰা পৰিল যান্ত্ৰিক ত্ৰুটি, কথামপি জৰুৰী অৱতৰণ ১৬০ যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান,

মাজ আকাশতে ধৰা পৰিল যান্ত্ৰিক ত্ৰুটি, কথামপি জৰুৰী অৱতৰণ ১৬০ যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান,

4 months ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

26 minutes ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

2 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

2 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

3 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

4 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

5 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

6 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

7 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

7 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

24 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

1 day ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজ আকাশতে ধৰা পৰিল যান্ত্ৰিক ত্ৰুটি, কথামপি জৰুৰী অৱতৰণ ১৬০ যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান,

মাজ আকাশতে ধৰা পৰিল যান্ত্ৰিক ত্ৰুটি, কথামপি জৰুৰী অৱতৰণ ১৬০ যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান,

editor by editor
December 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাজ আকাশতে ধৰা পৰিল যান্ত্ৰিক ত্ৰুটি, কথামপি জৰুৰী অৱতৰণ ১৬০ যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান,
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়াৰ ইণ্ডিয়াৰ বিমানত আকৌ যান্ত্ৰিক ত্ৰুটি৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমানে যান্ত্ৰিক ত্ৰুটিৰ বাবে জৰুৰী অৱতৰণ কৰিব লগা হয় কোচি বিমানবন্দৰত৷ বিমানখন ছৌদি আৰৱৰ জেড্ডাৰ পৰা কেৰালাৰ কোঝিকোড় বিমানবন্দৰ অভিমুখে আহি আছিল৷ বিমানত আছিল মুঠ ১৬০ গৰাকীকৈ যাত্ৰী৷ কেৰালা সোমোৱাৰ পূৰ্বেই হঠাৎ যান্ত্ৰিক বিজুতি অনুভৱ কৰে পাইলটে৷ লগে লগেই কাষৰ কোচি বিমানবন্দৰত বিমানখন অৱতৰণ কৰোৱা হয়৷ বৰ্তমান আটাইকেইগৰাকী যাত্ৰীয়ে সুৰক্ষিত বুলি জনাইছে এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা৷

বৃহস্পতিবাৰে পুৱা ৯ বাজি ৭ মিনিটত বিমানখনো কোচি বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছে৷ তাৰপিছতেই বিমানৰ পৰা সকলো যাত্ৰীক নমাই বিমানবন্দৰৰ কৰ্মীয়ে বিমানখন পৰীক্ষা কৰে৷ দেখা গৈছে যে বিমানখনৰ সোঁফালে লেণ্ডিং গিয়েৰ আৰু টায়াৰত যান্ত্ৰিক ত্ৰুটি আছে৷ মাজ আকাশতে যান্ত্ৰিক ত্ৰুটিৰ বিষয়টো আন্দাজ কৰিছিল পাইলটে৷ সেয়ে ততাতৈয়াকৈ কোচিতেই বিমানখনৰ জৰুৰী অৱতৰণ কৰোৱা হয়৷

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এগৰাকী অধিকাৰীয়ে জনাইছে যে বিকল্প বিমানেৰে যাত্ৰীসকলক কোঝিকোড়লৈকে লৈ যোৱা হব৷ সময়মতে লৈ যাব নোৱাৰিলে কোচি বিমানবন্দৰতে যাত্ৰীসকলৰ অস্থায়ীভাৱে থকা খোৱাৰ ব্যৱস্থা কৰা হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

May 1, 2026
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!
জীৱনশৈলী

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

May 1, 2026
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

May 1, 2026
Next Post
দুদিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, বছৰৰ শেষত মেজিকৰ দৰে ঘূৰিব এই ৩ৰাশিৰ ভাগ্য

দুদিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, বছৰৰ শেষত মেজিকৰ দৰে ঘূৰিব এই ৩ৰাশিৰ ভাগ্য

দৈনিক কিছু খাদ্যৰ কাৰণে বাঢ়িছে কৰ্কট আৰু বন্ধ্যাত্বৰ আশংকা! ক’ৰ পৰা কেনেকৈ শৰীৰত সোমাইছে ৰাসায়নিক?

দৈনিক কিছু খাদ্যৰ কাৰণে বাঢ়িছে কৰ্কট আৰু বন্ধ্যাত্বৰ আশংকা! ক’ৰ পৰা কেনেকৈ শৰীৰত সোমাইছে ৰাসায়নিক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.