• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক কিছু খাদ্যৰ কাৰণে বাঢ়িছে কৰ্কট আৰু বন্ধ্যাত্বৰ আশংকা! ক’ৰ পৰা কেনেকৈ শৰীৰত সোমাইছে ৰাসায়নিক?

দৈনিক কিছু খাদ্যৰ কাৰণে বাঢ়িছে কৰ্কট আৰু বন্ধ্যাত্বৰ আশংকা! ক’ৰ পৰা কেনেকৈ শৰীৰত সোমাইছে ৰাসায়নিক?

7 months ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

23 minutes ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

53 minutes ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

3 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

4 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

5 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

6 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

7 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

8 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

20 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

20 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

21 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক কিছু খাদ্যৰ কাৰণে বাঢ়িছে কৰ্কট আৰু বন্ধ্যাত্বৰ আশংকা! ক’ৰ পৰা কেনেকৈ শৰীৰত সোমাইছে ৰাসায়নিক?

দৈনিক কিছু খাদ্যৰ কাৰণে বাঢ়িছে কৰ্কট আৰু বন্ধ্যাত্বৰ আশংকা! ক’ৰ পৰা কেনেকৈ শৰীৰত সোমাইছে ৰাসায়নিক?

editor by editor
December 18, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
দৈনিক কিছু খাদ্যৰ কাৰণে বাঢ়িছে কৰ্কট আৰু বন্ধ্যাত্বৰ আশংকা! ক’ৰ পৰা কেনেকৈ শৰীৰত সোমাইছে ৰাসায়নিক?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাৰ্গাৰ বা পিজ্জা দেখিলে লোভ সামৰিব নোৱাৰে৷ স্বাস্থ্যকৰ ভাৱি যি পেকেটজাত ফলৰ ৰস বা দৈ আদি খাই আছে বা শিশুকো খুৱাইছে সেয়া স্বাস্থ্যসন্মতনে? পুৱাৰ পৰা নিশালৈ যিসমূহ পেকেটজাত খাদ্য খাইছে সেইসমূহেই প্ৰজনন ক্ষমতা হ্ৰাস আৰু কৰ্কটৰ আশংকা বঢ়াই বুলি দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ হাৰ্ভাৰ্ড ইউনিভাৰ্ছিটিৰ সাম্প্ৰতিক সমীক্ষাত দাবী কৰা হৈছে যে দৈনিক আমি পেটত বিষ সোমোৱাই আহিছো৷ এনে কিছু ৰাসায়নিক তেজত জমা হৈছে যাক প্ৰতিৰোধ কৰা দুঃসাধ্য হৈ উঠিছে৷

থেলেট, বিছফেনল, পিএফএছৰ দৰে কিছু ৰাসায়নিকৰ নাম উল্লেখ কৰা হৈছে গৱেষণাপত্ৰত৷ যিয়ে শৰীৰত হৰমনৰ ভাৰসাম্য নষ্ট কৰিব পাৰে৷ ক’ৰ পৰা আহে এইসমূহ ৰাসায়নিক? গৱেষকে জনাইছে যে অধিকাংশ পেকেটজাত খাদ্যত নানান ধৰণৰ প্ৰিজাৰভেটিভ আৰু এডিটিভ থাকে যাৰ মাজত এইসমূহ ৰাসায়নিক পোৱা গৈছে৷ যেনেকৈ চকলেট, বিস্কুট, কুকিজ, বটলত থকা ফলৰ ৰস, ইনষ্টেণ্ট নুডল আদিত থাকে ছডিয়াম নাইট্ৰাইট যৰ পৰা কৰ্কট মস্তিষ্কৰ সচলতা হ্ৰাস, স্নায়বিক সমস্যা ইত্যাদি ঘটিব পাৰে৷

ফ্ৰোজেন মাংস বা ভজা খাদ্য প্ৰায়েই দোকানৰ পৰা কিনা হয়৷ অনলাইন অৰ্ডাৰ দি বহুতেই খায়৷ এইদৰে ফ্ৰজেন কৰি থোৱা খাদ্যত মিহলোৱা হয় এন-নাইট্ৰাছ যৌগ কাৰণ সংৰক্ষণৰ বাবে এই যৌগৰ প্ৰয়োজন হয়৷ আৰু এই এন-নাইট্ৰাছ যৌগৰ ফলত কলন আৰু পাকস্থলীৰ কেন্সাৰৰ আশংকা বৃদ্ধি পায়৷ ডায়েটত ছৌডা, জিৰো কেলোৰি পানীয়, চিউইংগামতো এনে ৰাসায়নিক থাকে যিয়ে মূত্ৰথলিৰ কৰ্কটৰ কাৰণ হব পাৰে৷ খাদ্য পেকেটবন্দী কৰা আৰু সংৰক্ষণৰ বাবেও কিছু ৰাসায়নিক ব্যৱহাৰ কৰা হয় যত বিছফেনল এ আৰু বিপিএৰ দৰে ৰাসায়নিক পোৱা গৈছে৷ যিয়ে ৰক্তত মিহলি হৈ কিডনিৰ সমস্যা তৈয়াৰ হব পাৰে৷ সমস্যা হব পাৰে প্ৰজননতো৷ আকৌ ৰোষ্ট কৰা খাদ্য বা উচ্চ তাপমাত্ৰাত ভজা খাদ্যত থাকে এক্ৰিলামাইড যৌগ, যিয়ে ডি এন এৰ ক্ষতি কৰে৷ এই ৰাসায়নিক বেছি পৰিমাণে তেজত জমা হলে প্ৰজনন ক্ষমতা হ্ৰাসৰ আশংকা বাঢ়ি যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

July 23, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’
বিনোদন

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

July 23, 2026
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া
বিনোদন

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

July 23, 2026
Next Post
বছৰটোৰ শেষৰটো অমাবস্যা কেতিয়া! ৰাশি অনুসাৰে দান কৰি অৰ্জন কৰক পূণ্য

বছৰটোৰ শেষৰটো অমাবস্যা কেতিয়া! ৰাশি অনুসাৰে দান কৰি অৰ্জন কৰক পূণ্য

৪৮ ঘণ্টা মাত্ৰ, বুধৰ স্থান সলনিত আৰ্থিক যোগ ৪ ৰাশিৰ ভাগ্যত

৪৮ ঘণ্টা মাত্ৰ, বুধৰ স্থান সলনিত আৰ্থিক যোগ ৪ ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.