• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুদিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, বছৰৰ শেষত মেজিকৰ দৰে ঘূৰিব এই ৩ৰাশিৰ ভাগ্য

দুদিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, বছৰৰ শেষত মেজিকৰ দৰে ঘূৰিব এই ৩ৰাশিৰ ভাগ্য

7 months ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

5 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

6 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

6 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

8 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

8 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

9 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

10 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

11 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

12 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুদিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, বছৰৰ শেষত মেজিকৰ দৰে ঘূৰিব এই ৩ৰাশিৰ ভাগ্য

দুদিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, বছৰৰ শেষত মেজিকৰ দৰে ঘূৰিব এই ৩ৰাশিৰ ভাগ্য

editor by editor
December 18, 2025
in জীৱনশৈলী
0
দুদিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, বছৰৰ শেষত মেজিকৰ দৰে ঘূৰিব এই ৩ৰাশিৰ ভাগ্য
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত বুধ আৰু শুক্ৰ দুটা অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ৷ শুক্ৰ হৈছে প্ৰেম, সৌন্দৰ্য আৰু সম্পদৰ কাৰক গ্ৰহ৷ আৰু বুধ হৈছে জ্ঞান, বুদ্ধি, বাচন ক্ষমতা আৰু মেধাৰ কাৰক গ্ৰহ৷ বুধ আৰু শুক্ৰ কাষলৈ আহিলে অত্যন্ত শুভ লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হয়৷ আগন্তুক ২০ ডিচেম্বৰ শনিবাৰে ধনু ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ইয়াৰ ঠিক পাছতেই ২৯ ডিচেম্বৰত ধনু ৰাশিলৈ যাব বুধ৷ এই দুই গ্ৰহৰ মিলনত আগন্তুক ২৯ তাৰিখৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হব৷ এই ৰাজযোগ সম্পদ, সমৃদ্ধি আৰু জ্ঞানৰ প্ৰতীক৷ বছৰৰ শেষত এই ৰাজযোগৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি, ব্যৱসায়ত লাভ, বিনিয়োগৰ পৰা মুনাফা আৰু পৰীক্ষাত ভাল ফল লাভ কৰিব এই তিনি ৰাশিৰ জাতকে৷ জানি থওক তালিকাত কোন কোন আছে?

মেষ ৰাশি

লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত ২০২৫ চনৰ শেষত দুৰ্দান্ত আৰ্থিক লাভ কৰাৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ এই যোগৰ প্ৰভাৱত আপুনি সৃজনশীল কামতো উন্নতি কৰিব পাৰে৷ আকৰ্ষণ ক্ষমতা বাঢ়িব মেষৰ জাতকক৷ বহুতৰে আপোনাৰ সৈতে বন্ধুত্ব হব পাৰে৷ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ ঘৰত সুখৰ পৰিবেশ থাকিব৷ সমাজত আৰু কৰ্মস্থলত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷

ধনু ৰাশি

২০২৫ৰ শেষত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত যি কামত হাত দিব তাতেই সাফল্য পাব ধনু ৰাশিৰ জাতকে৷ জীৱনসংগীৰ সৈতে কোনো ভুল বুজাবুজি থাকিলে এই সময়ত দূৰ হব৷ আপোনাৰ মাজত ভালপোৱা আৰু ঘনিষ্ঠতা বাঢ়িব৷ সংগীতৰ জগতত আপোনাৰ নাম আৰু খ্যাতি বাঢ়িব৷ শিল্প সাহিত্যতো সাফল্য পাব৷ আৰ্থিক পৰিস্থিতি মজবুত হব ধনু ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ কাৰোবাৰ সৈতে ফুৰিবলৈ যাব পাৰে৷ বিনিয়োগৰ পৰা লাভ হব৷ দাম্পত্যত মাধুৰ্য থাকিব৷

মকৰ ৰাশি

অৰ্থ উপাৰ্জন কৰাৰ নতুন সুযোগ আহিব মকৰ ৰাশিৰ জাতকৰ সন্মুখত৷ এই সময়ত আপোনাৰ আয় ৰকেট গতিত বাঢ়িব৷ নতুন ঘৰ, বাহন, সোন-ৰূপৰ গহনা কিনিব পাৰে৷ আৰ্থিক সমৃদ্ধি লাভৰ একাধিক সম্ভাৱনা আপোনাৰ সন্মুখত খুলি যাব৷ জীৱনত বেছ কিছু ক্ষেত্ৰত পজিটিভ পৰিবৰ্তন আহিব৷ অফিচত পদোন্নতি হব পাৰে৷ বজাৰত ৰৈ থকা ধন এই সময়ত লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!
জীৱনশৈলী

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

July 4, 2026
Next Post
দৈনিক কিছু খাদ্যৰ কাৰণে বাঢ়িছে কৰ্কট আৰু বন্ধ্যাত্বৰ আশংকা! ক’ৰ পৰা কেনেকৈ শৰীৰত সোমাইছে ৰাসায়নিক?

দৈনিক কিছু খাদ্যৰ কাৰণে বাঢ়িছে কৰ্কট আৰু বন্ধ্যাত্বৰ আশংকা! ক’ৰ পৰা কেনেকৈ শৰীৰত সোমাইছে ৰাসায়নিক?

বছৰটোৰ শেষৰটো অমাবস্যা কেতিয়া! ৰাশি অনুসাৰে দান কৰি অৰ্জন কৰক পূণ্য

বছৰটোৰ শেষৰটো অমাবস্যা কেতিয়া! ৰাশি অনুসাৰে দান কৰি অৰ্জন কৰক পূণ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.