• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ বছৰৰ শেষ দিনত বুধাদিত্য ৰাজযোগ, সাফল্যৰ সৈতে ২০২৫ শেষ কৰিব কোন কোন ৰাশিৰ জাতকে?

4 months ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

28 minutes ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

50 minutes ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

1 hour ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

2 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

3 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

4 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

5 hours ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ শেষ দিনত বুধাদিত্য ৰাজযোগ, সাফল্যৰ সৈতে ২০২৫ শেষ কৰিব কোন কোন ৰাশিৰ জাতকে?

কাইলৈৰ ৰাশিফলঃ বছৰৰ শেষ দিনত বুধাদিত্য ৰাজযোগ, সাফল্যৰ সৈতে ২০২৫ শেষ কৰিব কোন কোন ৰাশিৰ জাতকে?

editor by editor
December 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈৰ ৰাশিফলঃ বছৰৰ শেষ দিনত বুধাদিত্য ৰাজযোগ, সাফল্যৰ সৈতে ২০২৫ শেষ কৰিব কোন কোন ৰাশিৰ জাতকে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৩১ ডিচেম্বৰ ২০২৫ বুধবাৰে চন্দ্রই মেষ এৰি বৃষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাত কোৱা হৈছে কাইলৈ পুহ মাহৰ শুক্লা দ্বাদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সাধ্য যোগ আৰু শুভ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব কৃত্তিকা নক্ষত্ৰ আৰু ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

৩১ ডিচেম্বৰ বৃষ ৰাশি

কাইলৈ সিদ্ধিদাতাৰ আশীৰ্বাদত সকলো কামত সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ দাম্পত্য জীৱনত আনন্দ আৰু প্ৰেম থাকিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম কাইলৈ আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ নতুন কামত কাইলৈ হাত দিলে শুভ ফল পাব৷ সকলো কামতে সাফল্য পাব পাৰে৷ শহুৰেকৰ ঘৰত কোনো সমস্যা থাকিলে দূৰ হব৷

৩১ ডিচেম্বৰ কৰ্কট ৰাশিফল

কাইলৈ ৩১ ডিচেম্বৰ বুধবাৰে সাধ্য যোগৰ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হব কৰ্কট ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ যিসকলে বিদেশৰ সৈতে ব্যৱসায়ত যুক্ত তেওঁলোকে বৃহৎ লাভ কৰাৰ সুযোগ পাব৷ ভায়েক ভনীয়েকৰ মাজত বিবাদ দূৰ হব৷ প্ৰেম জীৱনত সুখ আৰু ৰোমান্স থাকিব৷ অফিচত অনুকূল পৰিবেশ থাকিব৷

৩১ ডিচেম্বৰ কন্যা ৰাশিফল

কাইলৈ ৰোহিনী নক্ষত্ৰৰ শুভ প্রভাৱত লাভৱান হব কন্যা ৰাশিৰ জাতক৷ সিদ্ধিদাতাৰ কৃপাত কাইলৈ জীৱনৰ সকলো সমস্যা দূৰ হৈ শান্তি উভতি আহিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ ব্যৱসায়তো অতিৰিক্ত লাভ কৰিব পাৰে৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব৷
৩১ ডিচেম্বৰ তুলা ৰাশিফল
কাইলৌ পুহৰ শুক্লা দ্বাদশীত বুধাদিত্য যোগৰ সুফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷ কেৰিয়াৰত বৃহৎ সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোক লাভৱান হব৷ যি কামত হাত দিব, তাতেই কাঙ্খিত সাফল্য লাভ কৰিব৷ তুলা ৰাশিৰ জাতকৰ কাইলৈ বিদেশ যাত্ৰাৰ কথা আগুৱাব পাৰে৷

৩১ ডিচেম্বৰ মকৰ ৰাশিফল

কাইলৈ বুধবাৰে কৃত্তিকা নক্ষত্ৰৰ শুভ প্রভাৱ লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কাইলৈ ত্ৰিপুষ্কৰ যোগৰ প্রভাৱত আপোনাৰ দীৰ্ঘদিনৰ ৰৈ থকা কাম সম্পূৰ্ণ হব পাৰে৷ মনত সাহস আৰু আত্মবিশ্বাস পূৰ্ণ হৈ থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে কাইলৈ তেওঁলোকে চাকৰি সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷ ব্যৱসায়ীয়ে বৃহৎ চুক্তিত চহী কৰিব পাৰে৷ সমাজত সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

April 18, 2026
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?
জীৱনশৈলী

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

April 18, 2026
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে
জীৱনশৈলী

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

April 18, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

Next Post
নতুন বছৰত খেল দেখুৱাব এই ৫ ৰাজযোগে, ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ?

ভাতৃৰ সৈতেই বিবাহ আছিম মুনিৰৰ কন্যাৰ! পাক সেনাৰ সদৰ দপ্তৰত গোপনে আয়োজন বিবাহৰ অনুষ্ঠানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন