• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

1 day ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

41 minutes ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

1 hour ago
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

19 hours ago
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

21 hours ago
জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

22 hours ago
গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

23 hours ago
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

24 hours ago
ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

1 day ago
মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

editor by editor
January 2, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি অৰ্থাৎ ২ জানুৱাৰী প্ৰেম, বিলাসিতা আৰু সৌন্দৰ্যৰ প্ৰতীক গ্ৰহ শুক্ৰই পূৰ্বাষাঢ়া নক্ষত্ৰৰ দ্বিতীয় পদত গমন কৰিছে৷ শুকুৰবাৰে দুপৰীয়া ১ বাজি ৩৯ মিনিটত পূৰ্বাষাঢ়া নক্ষত্ৰৰ দ্বিতীয় পদত প্ৰৱেশ কৰিছে শুক্ৰই৷ যিয়ে সকলো ৰাশিৰ জাতকৰ ওপৰত শুভ আৰু অশুভ উভয় প্ৰভাৱেই পেলাব৷ শুক্ৰৰ এই পৰিবৰ্তনত বিশেষভাৱে লাভৱান হব এই ৪ৰাশিৰ জাতক৷ সম্পৰ্কত ৰোমান্স বঢ়াৰ পৰা আৰম্ভ কৰি আয় বৃদ্ধি সকলোবোৰেই ঘটিব৷ কোন ৪ৰাশিৰ জীৱন সলনি হ’ব?

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে পূৰ্বাষাঢ়া নক্ষত্ৰৰ দ্বিতীয় ঘৰত শুক্ৰৰ প্ৰৱেশে বিশেষ সুবিধা কঢ়িয়াই আনিব পাৰে৷ এই ৰাশিৰ জাতকৰ জীৱনত হঠাৎ ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ বৈবাহিক জীৱনত উন্নতি হব৷ প্ৰেম আৰু বুজাপৰা গাঢ় হব৷ নানান ক্ষেত্ৰত সুযোগ-সুবিধা বৃদ্ধি পাব পাৰে৷ এই সময়ত জাতকৰ কোনো সুপ্ত ইচ্ছা পূৰণৰো সুযোগ আহিব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে পূৰ্বাষাঢ়া নক্ষত্ৰৰ দ্বিতীয় ঘৰত শুক্ৰৰ গোচৰে সাফল্যৰ দ্বাৰ খুলি দিব পাৰে৷ পাৰিবাৰিক পৰিসৰত সন্মান বৃদ্ধি পাব৷ পৰিয়ালৰ সদস্যসকল আপোনাৰ কাৰণে গৰ্বিত হব৷ নতুন সম্পত্তি ক্ৰয়ৰ সুযোগ তৈয়াৰ হব পাৰে৷ মানসিক শান্তি বৰ্তি থাকিব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবে নানান পথ বিচাৰি পাব পাৰে৷ জীৱনসংগীৰ কাষৰ পৰা নিজৰ কামত পূৰ্ণ সমৰ্থন পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ এই গমনে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ দীৰ্ঘ প্ৰচেষ্টাৰ ফল পাব পাৰে৷ শুক্ৰৰ প্ৰভাৱত জীৱনত আৰাম আৰু বিলাসিতা বৃদ্ধি পাব পাৰে৷ লেখামেলাত আগ্ৰহ থাকিলে উন্নতিৰ সম্ভাৱনা বেছি৷ পৰিয়ালৰ সদস্যৰ পৰা সহায়তা পাব৷ ভায়েক ভনীয়েকৰ সহায়ত সমস্যাৰ সমাধান বিচাৰি পাব পাৰে৷

মকৰ ৰাশি

পূৰ্বাষাঢ়া নক্ষত্ৰৰ অধিপতি গ্ৰহ শুক্ৰ৷ মকৰ ৰাশিৰ জাতকে শুক্ৰৰ নিজ নক্ষত্ৰৰ দ্বিতীয় ঘৰত গমনৰ ফলত উপকৃত হব পাৰে৷ ভাগ্য সলনি হ’ব৷ জীৱনত দুখ কমিব৷ ভৱিষ্যতৰ বাবে কোনো বিনিয়োগ বা অন্য কাম আৰম্ভ কৰাৰ বাবে এই সময় ভাল৷ বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ আয়ৰ একাধিক পথ খুলি যাব পাৰে৷ শিক্ষাগত কামত ব্যয়ৰ প্ৰয়োজন হব পাৰে৷ নিজৰ লক্ষ্য অৰ্জন কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

January 3, 2026
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?
জীৱনশৈলী

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

January 3, 2026
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

January 2, 2026
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত
জীৱনশৈলী

জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

January 2, 2026
Next Post
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন