• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

5 months ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

27 minutes ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

1 hour ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

2 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

3 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

4 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

4 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

5 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

6 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

6 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

6 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

21 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

editor by editor
January 2, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি অৰ্থাৎ ২ জানুৱাৰী প্ৰেম, বিলাসিতা আৰু সৌন্দৰ্যৰ প্ৰতীক গ্ৰহ শুক্ৰই পূৰ্বাষাঢ়া নক্ষত্ৰৰ দ্বিতীয় পদত গমন কৰিছে৷ শুকুৰবাৰে দুপৰীয়া ১ বাজি ৩৯ মিনিটত পূৰ্বাষাঢ়া নক্ষত্ৰৰ দ্বিতীয় পদত প্ৰৱেশ কৰিছে শুক্ৰই৷ যিয়ে সকলো ৰাশিৰ জাতকৰ ওপৰত শুভ আৰু অশুভ উভয় প্ৰভাৱেই পেলাব৷ শুক্ৰৰ এই পৰিবৰ্তনত বিশেষভাৱে লাভৱান হব এই ৪ৰাশিৰ জাতক৷ সম্পৰ্কত ৰোমান্স বঢ়াৰ পৰা আৰম্ভ কৰি আয় বৃদ্ধি সকলোবোৰেই ঘটিব৷ কোন ৪ৰাশিৰ জীৱন সলনি হ’ব?

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে পূৰ্বাষাঢ়া নক্ষত্ৰৰ দ্বিতীয় ঘৰত শুক্ৰৰ প্ৰৱেশে বিশেষ সুবিধা কঢ়িয়াই আনিব পাৰে৷ এই ৰাশিৰ জাতকৰ জীৱনত হঠাৎ ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ বৈবাহিক জীৱনত উন্নতি হব৷ প্ৰেম আৰু বুজাপৰা গাঢ় হব৷ নানান ক্ষেত্ৰত সুযোগ-সুবিধা বৃদ্ধি পাব পাৰে৷ এই সময়ত জাতকৰ কোনো সুপ্ত ইচ্ছা পূৰণৰো সুযোগ আহিব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে পূৰ্বাষাঢ়া নক্ষত্ৰৰ দ্বিতীয় ঘৰত শুক্ৰৰ গোচৰে সাফল্যৰ দ্বাৰ খুলি দিব পাৰে৷ পাৰিবাৰিক পৰিসৰত সন্মান বৃদ্ধি পাব৷ পৰিয়ালৰ সদস্যসকল আপোনাৰ কাৰণে গৰ্বিত হব৷ নতুন সম্পত্তি ক্ৰয়ৰ সুযোগ তৈয়াৰ হব পাৰে৷ মানসিক শান্তি বৰ্তি থাকিব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবে নানান পথ বিচাৰি পাব পাৰে৷ জীৱনসংগীৰ কাষৰ পৰা নিজৰ কামত পূৰ্ণ সমৰ্থন পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ এই গমনে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ দীৰ্ঘ প্ৰচেষ্টাৰ ফল পাব পাৰে৷ শুক্ৰৰ প্ৰভাৱত জীৱনত আৰাম আৰু বিলাসিতা বৃদ্ধি পাব পাৰে৷ লেখামেলাত আগ্ৰহ থাকিলে উন্নতিৰ সম্ভাৱনা বেছি৷ পৰিয়ালৰ সদস্যৰ পৰা সহায়তা পাব৷ ভায়েক ভনীয়েকৰ সহায়ত সমস্যাৰ সমাধান বিচাৰি পাব পাৰে৷

মকৰ ৰাশি

পূৰ্বাষাঢ়া নক্ষত্ৰৰ অধিপতি গ্ৰহ শুক্ৰ৷ মকৰ ৰাশিৰ জাতকে শুক্ৰৰ নিজ নক্ষত্ৰৰ দ্বিতীয় ঘৰত গমনৰ ফলত উপকৃত হব পাৰে৷ ভাগ্য সলনি হ’ব৷ জীৱনত দুখ কমিব৷ ভৱিষ্যতৰ বাবে কোনো বিনিয়োগ বা অন্য কাম আৰম্ভ কৰাৰ বাবে এই সময় ভাল৷ বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ আয়ৰ একাধিক পথ খুলি যাব পাৰে৷ শিক্ষাগত কামত ব্যয়ৰ প্ৰয়োজন হব পাৰে৷ নিজৰ লক্ষ্য অৰ্জন কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?
জীৱনশৈলী

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

May 21, 2026
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?
জীৱনশৈলী

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

May 21, 2026
Next Post
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.