• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

9 months ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

32 minutes ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

2 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

2 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

3 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

4 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

5 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

13 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

13 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

13 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

14 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

14 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

editor by editor
January 21, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পদ, বিলাসিতা আৰু প্ৰেমৰ প্ৰতীক শুক্ৰ৷ ৰাশিচক্ৰত শুক্ৰ শক্তিশালী হ’লে বা শুভ স্থানত থাকিলে তাৰ সুফল পায় জাতকে৷ শুক্ৰৰ আশীৰ্বাদত জীৱনত বস্তুগত সুখো লাভ কৰিব পাৰে৷ শুক্ৰ অস্ত গ’লে কোনো শুভ কাম কৰা বেয়া বুলি ধাৰণা কৰা হয়৷ বিগত ৩১ ডিচেম্বৰত ২০২৫ত অস্ত গৈছিল শুক্ৰ৷ আকৌ ১ফেব্ৰুৱাৰী ২০২৬ত মকৰ ৰাশিত উদিত হব শুক্ৰ৷ শুক্ৰ উদিত হোৱাৰ পাছত গৃহপ্ৰৱেশৰ দৰে শুভ কাম আৰম্ভ কৰিব পাৰি৷ শুক্ৰ উদয়ৰ শুভ প্ৰভাৱত বিশেষকৈ ৪ৰাশিৰ জাতকে জীৱনত লাভৱান হ’ব? লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

বৃষ ৰাশিৰ কৰ্তা শুক্ৰ গ্ৰহ৷ শুক্ৰৰ উদয়ে এই ৰাশিৰচক্ৰৰ বাবে অত্যন্ত শুভ হব৷ সম্পদ আৰু সম্পত্তি বৃদ্ধি পাব৷ একাধিক উৎসৰ পৰা অৰ্থ লাভ হব৷ অবিবাহিত ব্যক্তিলৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ শুক্ৰৰ প্ৰভাৱত ব্যক্তিত্বত আকৰ্ষণ বৃদ্ধি পাব৷

মিথুন ৰাশি

শুক্ৰৰ উত্থান মিথুন ৰাশিৰ বাবে উপকাৰী হব৷ নতুন সম্পত্তি, ঘৰ বা মাটি ক্ৰয়ৰ সম্ভাৱনা আছে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ আপোনাৰ প্ৰতি অন্যসকলৰ আকৰ্ষণ বৃদ্ধি পাব৷ সংগীৰ সৈতে ভাল সময় কটাব৷ সম্পৰ্কত ৰোমান্স বৃদ্ধি পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ শুক্ৰ উদয় হলে এই জাতকৰ বাবে আৰাম আৰু বিলাসিতা কঢ়িয়াই আনিব৷ সম্পদ বৃদ্ধি পাব৷ আপুনি নতুন বাহন বা কোনো মূল্যৱান সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ কোনো গুৰুত্বপূৰ্ণ কাম সম্পন্ন হব পাৰে৷ সামগ্ৰিকভাৱে এই সময় তুলা ৰাশিৰ বাবে শুভ হব৷

মকৰ ৰাশি

শুক্ৰৰ উত্থান মকৰ ৰাশিৰ জাতকৰ বাবে অত্যন্ত উপকাৰী আৰু শুভ হব৷ পুৰণি কোনো বিনিয়োগৰ পৰা উল্লেখযোগ্য লাভ কৰিব৷ আপুনি নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ীসকলৰ লাভ বৃদ্ধি হব৷ আপোনাৰ ঘৰলৈ সুখ আহিব৷ পুৰণি সমস্যাৰ সমাধান হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ
অপৰাধ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

October 9, 2026
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
Next Post
সৰস্বতীৰ প্ৰিয় এই ৫ৰাশি, দেৱীৰ কৃপাত বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে এইকেইটা ৰাশি

সৰস্বতীৰ প্ৰিয় এই ৫ৰাশি, দেৱীৰ কৃপাত বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে এইকেইটা ৰাশি

ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.