• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰস্বতীৰ প্ৰিয় এই ৫ৰাশি, দেৱীৰ কৃপাত বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে এইকেইটা ৰাশি

সৰস্বতীৰ প্ৰিয় এই ৫ৰাশি, দেৱীৰ কৃপাত বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে এইকেইটা ৰাশি

8 months ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

22 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৰস্বতীৰ প্ৰিয় এই ৫ৰাশি, দেৱীৰ কৃপাত বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে এইকেইটা ৰাশি

সৰস্বতীৰ প্ৰিয় এই ৫ৰাশি, দেৱীৰ কৃপাত বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে এইকেইটা ৰাশি

editor by editor
January 21, 2026 - Updated on January 23, 2026
in জীৱনশৈলী
0
সৰস্বতীৰ প্ৰিয় এই ৫ৰাশি, দেৱীৰ কৃপাত বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে এইকেইটা ৰাশি
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিবছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত পালিত হয় সৰস্বতী পূজা৷ শাস্ত্ৰ অনুসৰি এই দিনটোতেই প্ৰজাপতি ব্ৰহ্মাৰ মুখৰ গহ্বৰৰ পৰা আবিৰ্ভূতা হৈছিল দেৱী সৰস্বতী৷ বিদ্যা, জ্ঞান, শিল্পকলা আৰু সংগীতৰ অধিষ্ঠাত্ৰী দেৱী তেওঁ৷ মা সৰস্বতীয়ে যাৰ ওপৰত দয়া কৰে বিদ্যা বুদ্ধিত তেওঁ সকলোকে পিছপেলাই বহুদূৰ আগুৱাই যাব পাৰে৷ সেই কাৰণেই শিক্ষাৰ চৰ্চা যিসকলে কৰে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত সৰস্বতীৰ আৰাধনা কৰা বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ জ্যোতিষ অনুসৰি মা সৰস্বতীৰ কৃপা কোন কোন ৰাশিৰ জাতকৰ ওপৰত সকলো সময়তে বৰ্ষিত হয়৷ দেৱীৰ আশীৰ্বাদত বিদ্যা বুদ্ধি আহৰণ কৰে, শিল্প আৰু সংগীতকলাতো এওঁলোকে নৈপুন্য লাভ কৰে৷ জানি থওক কোন কোন ৰাশিৰ জাতকৰ ওপৰত মা সৰস্বতীৰ আশীৰ্বাদ থাকে?

মেষ ৰাশি

ৰাশিচক্ৰৰ প্ৰথম ৰাশি হৈছে মেষ৷ এই ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ মেষ ৰাশিৰ জাতকৰ ওপৰত মা সৰস্বতীএ তেওঁৰ ওপৰত কৃপা বৰ্ষণ কৰে৷ দেৱীৰ কৃপাত তেনেই সাহসী আৰু বুদ্ধিমান হয় এই ৰাশিৰ জাতক৷ মেষৰ জাতকে নিজৰ লক্ষ্যৰ প্ৰতি স্থিৰ হৈ থাকে৷ সৰুৰে পৰাই লেখামেলাত আগ্ৰহ থাকে৷ মেষ ৰাশিৰ জাতকে নানান বিষয়ত প্ৰচুৰ জ্ঞান অৰ্জন কৰে৷ বুদ্ধিৰ জোৰত এওঁলোকে কঠিন পৰিস্থিতিতো নিজকে চম্ভালিব পাৰে৷

মিথুন ৰাশি

ৰাশিচক্ৰৰ তৃতীয় ৰাশি মিথুন৷ এই ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ যিসকল বুদ্ধিমান তেওঁলোকে সুন্দৰলৈ সকলোৰে সৈতে বাৰ্তালাপ কৰে৷ মিথুন ৰাশিৰ জাতকৰ ওপৰতো মা সৰস্বতীৰ আশীৰ্বাদ থাকে৷ সকলো বিষয়ত কৌতুহলেৰে কাম কৰে তেওঁলোকে৷ মিথুন ৰাশিৰ জাতকে সকলো সময়তে নতুন কিছু শিকিব খোজে৷ ইয়াৰ ফলত নানান বিষয়ত জ্ঞান অৰ্জন কৰে তেওঁলোকে৷

কন্যা ৰাশি

ৰাশিচক্ৰৰ ষষ্ঠ ৰাশি কন্যা৷ এই ৰাশিৰো অধিপতি গ্ৰহ বুদ্ধ৷ কন্যা ৰাশিৰ জাতক ধীৰ-স্থিৰ প্ৰকৃতিৰ৷ এওঁলোকে সকলো কামেই নিখুঁতভাৱে কৰিবলৈ ভাল পায়৷ এওঁলোকৰ ওপৰত মা সৰস্বতীৰ আশীৰ্বাদ সকলো সময়তে থাকে৷ তেওঁলোকে দেৱীৰ কৃপাত সকলো বিচাৰ কৰি চাব পৰা ক্ষমতা থাকে৷ কন্যা ৰাশিৰ জাতকৰ মনত জ্ঞান আৰু বুদ্ধিৰ অভাৱ কেতিয়াও নহয়৷ পঢ়াশুনা অবিহনেও শিল্প আৰু সংগীতত দক্ষ হয় তেওঁলোক৷

ধনু ৰাশি

ৰাশিচক্ৰৰ নৱম ৰাশি ধনু৷ এই ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ পুৰাণ অনুসৰি বৃহস্পতি হৈছে দেৱতাসকলৰ আচাৰ্য গুৰু৷ ধনু ৰাশিৰ জাতকে সকলো সময়তে নতুন কথা শিকিবলৈ আগ্ৰহী হৈ থাকে৷ মা সৰস্বতীৰ আশীৰ্বাদ চিৰকাল বৰ্ষিত হয় ধনু ৰাশিৰ জাতকৰ ওপৰত৷ দেৱীৰ কৃপাত তেওঁলোকে জীৱনত উন্নতি কৰিব পাৰে৷ যিকোনো কঠিন পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলোৱাৰ ক্ষমতা থাকে তেওঁলোকৰ৷

কুম্ভ ৰাশি

ৰাশিচক্ৰৰ একাদশতম ৰাশি হৈছে কুম্ভ৷ এই ৰাশিৰ অধিপতি গ্ৰহ শনি৷ কুম্ভ ৰাশিৰ জাতক অত্যন্ত পৰিশ্ৰমী আৰু সৎ৷ এওঁলোকৰ প্ৰতি বিশেষ কৃপাদৃষ্টি থাকে মা সৰস্বতীৰ৷ নতুনকৈ চিন্তাভাৱনা কৰিব পাৰে তেওঁলোকে৷ দেৱীৰ আশীৰ্বাদত তেওঁলোকে উচ্চশিক্ষাত ভাল ফল লাভ কৰে৷ কুম্ভ ৰাশিৰ জাতকৰ দৃষ্টিভংগী স্বচ্ছ আৰু আলোকিত৷ অজ্ঞানতাৰ অন্ধকাৰে কেতিয়াও তেওঁলোকক ঘেৰি ৰাখিব নোৱাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব

শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.