• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

8 months ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

20 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

editor by editor
January 21, 2026
in জীৱনশৈলী
0
ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?
0
SHARES
911
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লিভাৰত অতিৰিক্ত চৰ্বি জমা হোৱাক সহজ ভাষাত কোৱা হয় ফেটি লিভাৰ আৰু চিকিৎসাবিজ্ঞানৰ ভাষাত মেটাবলিক ডিছফাংছন এছোচিয়েটেড ষ্টিটেটিক লিভাৰ ডিজিজ বুলি কোৱা হয়৷ আমাৰ দৈনন্দিন কিছু অভ্যাসেই এই ৰোগ বঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ এই অৱস্থাত লিভাৰৰ স্বাভাৱিক বিপাকক্ৰিয়া ব্যাহত হ’বলৈ আৰম্ভ কৰে আৰু ধীৰে ধীৰে কোষৰ ক্ষতি হ’বলৈ ধৰে৷ ফলত ইয়াৰ পৰাই প্ৰশ্ন হয় ফেটি লিভাৰৰ পৰা লিভাৰৰ কৰ্কটৰ আশংকা বাঢ়ে নেকি?

পৰীক্ষানিৰীক্ষাৰে ফেটি লিভাৰ চিনাক্ত হয়৷ অতিৰিক্ত জাংক ফুড খোৱাৰ প্ৰৱণতা আৰু শৰীৰক অচল ৰখাৰ অভ্যাসে লিভাৰত চৰ্বি জমা কৰে৷ তাৰপৰাই ফেটি লিভাৰত আক্ৰান্ত হয় বহুজন৷ লিভাৰৰ যত্ন নল’লে পাছলৈ ই জটিল ৰূপ ধাৰণ কৰে৷ চিকিৎসকে কয় যিসকলৰ ডায়বেটিছ, উচ্চ কলষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ ক্ষেত্ৰত এই ৰোগৰ আশংকা বেছি৷ আৰু ৰেড মিট, চিজ ইত্যাদি অত্যধিক পৰিমাণে খালে ফেটি লিভাৰৰ সম্ভাৱনা বাঢ়ে৷ ফেটি লিভাৰক এক সাধাৰণ সমস্যা ভাৱি থকা মুঠেও নিৰাপদ নহয়৷ দীৰ্ঘ দিন এই সমস্যা অৱহেলা কৰি থাকিলে লিভাৰৰ গুৰুতৰ ৰোগ হব পাৰে৷ আনকি কৰ্কটৰো আশংকা বাঢ়ে৷

ফেটি লিভাৰৰ পৰা কেনেকৈ কৰ্কটৰ আশংকা বাঢ়ে?

চিকিৎসকৰ মতে লিভাৰত অতিৰিক্ত ফেট জমা হ’বলৈ আৰম্ভ কৰিলে সেই অংগত প্ৰদাহৰ সমস্যাই দেখা দিয়ে৷ আৰু তাৰপৰাই নন-এলকহলিক ষ্টিয়াটোহেপাটাইটিছ হব পাৰে৷ এই ৰোগক যিমান বেছি উপেক্ষা কৰি থাকে সিমানেই কেন্সাৰৰ আশংকা বাঢ়ে৷ ফেটি লিভাৰ অৱহেলা কৰি থাকিলে ১০০ জনৰ ভিতৰত ১৫ জনৰ লিভাৰ ছিৰোচিচ হোৱাৰ সম্ভাৱনা তৈয়াৰ হয়৷ অৰ্থাৎ ধৰা হ’ল ৰোগীয়ে মদ্যপান নকৰে, হেপাটাইটিছ সংক্ৰমণো নাই কিন্তু ফেটি লিভাৰ আছে তেনে ৰোগীৰ ছিৰোচিছ হোৱাৰ আশংকা থাকে ১৫শতাংশ৷ আৰু যিসকল ছিৰোচিচত আক্ৰান্ত হৈছে তেওঁলোকৰ লিভাৰত পৰবৰ্তী কালত কৰ্কট হোৱাৰ আশংকা থাকে ২০-৩০শতাংশ৷ কেৱল সুৰাপান কৰিলেই ছিৰোচিচ হয় সেই ধাৰণা ভুল৷ ফেটিলিভাৰৰ পৰাও ছিৰোচিচ হব পাৰে৷ সময়মতে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা আৰম্ভ কৰিলে এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব

শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব

একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?

একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.