• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ ফেব্ৰুৱাৰীৰ পৰা ধনৰ টেনছন শেষ ৩ ৰাশিৰ জাতকৰ, তৈয়াৰ হৈছে ৰাহু আৰু শুক্ৰৰ যুঁটি, কাৰ কাৰ বাবে ভাল সময় আনিছে এই যুঁটিয়ে?

৬ ফেব্ৰুৱাৰীৰ পৰা ধনৰ টেনছন শেষ ৩ ৰাশিৰ জাতকৰ, তৈয়াৰ হৈছে ৰাহু আৰু শুক্ৰৰ যুঁটি, কাৰ কাৰ বাবে ভাল সময় আনিছে এই যুঁটিয়ে?

6 months ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

3 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

4 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

5 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

6 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

7 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

7 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

8 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

8 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

9 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

10 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা ধনৰ টেনছন শেষ ৩ ৰাশিৰ জাতকৰ, তৈয়াৰ হৈছে ৰাহু আৰু শুক্ৰৰ যুঁটি, কাৰ কাৰ বাবে ভাল সময় আনিছে এই যুঁটিয়ে?

৬ ফেব্ৰুৱাৰীৰ পৰা ধনৰ টেনছন শেষ ৩ ৰাশিৰ জাতকৰ, তৈয়াৰ হৈছে ৰাহু আৰু শুক্ৰৰ যুঁটি, কাৰ কাৰ বাবে ভাল সময় আনিছে এই যুঁটিয়ে?

editor by editor
January 24, 2026
in জীৱনশৈলী
0
৬ ফেব্ৰুৱাৰীৰ পৰা ধনৰ টেনছন শেষ ৩ ৰাশিৰ জাতকৰ, তৈয়াৰ হৈছে ৰাহু আৰু শুক্ৰৰ যুঁটি, কাৰ কাৰ বাবে ভাল সময় আনিছে এই যুঁটিয়ে?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধন, ঐশ্বৰ্যৰ গ্ৰহ হৈছে শুক্ৰ৷ আৰু সেই শুক্ৰই ৬ ফেব্ৰুৱাৰীত মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিৰ গোচৰ কৰিব৷ শুক্ৰই এই ৰাশিত ২ মাৰ্চ পৰ্যন্ত থাকিব৷ কেৱল সেয়াই নহয়, এই ৰাশিত ইতিমধ্যেই বহি আছে ৰাহু৷ যাৰ ফলত শুক্ৰই কুম্ভত প্ৰৱেশ কৰোতেই তৈয়াৰ হ’ব শুক্ৰ আৰু ৰাহুৰ যুঁটি৷ আৰু সেই কাৰণেই তিনি ৰাশিৰ জীৱনলৈ আহিব পাৰে সুখৰ সময়৷ জীৱনত হ’ব বিৰাট উন্নতি৷ আৰু সময় নষ্ট নকৰি সেই সকলো ৰাশি সম্পৰ্কে বিশদভাৱে জানি থওক৷

বৃষ ৰাশি

শুক্ৰ আৰু ৰাহুৰ যুঁটিত ভাল সময় আহিব বৃষ ৰাশিৰ জীৱনত৷ চাকৰিত উন্নতি হব৷ ইয়াৰোপৰি অৰ্থভাগ্যও উভতিব৷ বৃদ্ধি পাব বেংক বেলেন্স৷ ইমান দিন ধৰি যিসকলে চাকৰিৰ সন্ধান কৰি আছিল তেওঁলোকে ভাল খবৰ পাব৷ এই সময়ত আপোনাৰ খৰচ কিছু বেছি হব পাৰে৷ কিন্তু খৰচৰ সলনি আৰাম আৰু সুখ সুবিধা পাব৷ এই সময়ত ডাঙৰ সিদ্ধান্ত  লব পাৰে৷ আপোনাৰ সিদ্ধান্ত এই সময়ত সঠিক দিশতেই থাকিব৷ ইয়াৰোপৰি স্বাস্থ্যৰো উন্নতি নিশ্চিত হ’ব৷

বৃশ্চিক ৰাশি

ৰাহু শুক্ৰৰ যুঁটিৰ বাবে বৃশ্চিক ৰাশিৰ জীৱনত হ’ব ডাঙৰ লাভ৷ আপোনাৰ ধনলাভ হব পাৰে৷ কেৱল সেয়াই নহয় সুখ সুবিধা পাব৷ সম্পত্তিজনিত সমস্যাও দূৰ হব৷ এই সময়ত নতুন ঘৰ কিনিব পাৰে৷ ইয়াৰোপৰি নতুন বাহন বা প্ৰাপাৰ্টিও কিনিব পাৰে৷ ইয়াৰোপৰি পাৰিবাৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব৷ ইয়াৰোপৰি এই সময়ত পৰিয়ালৰ সৈতে বাহিৰলৈ ঘূৰিবলৈ যাব পাৰে৷

কুম্ভ ৰাশি

শুক্ৰ আৰু ৰাহুৰ যুঁটি তৈয়াৰ হব কুম্ভ ৰাশিত৷ এই ৰাশিৰ জাতকৰ জীৱনলৈ ভাল সময় আহিব৷ এই সময়ত আপোনাৰ আয় বৃদ্ধি পাব, খৰচ কন্ট্ৰলতেই থাকিব৷ ইয়াৰোপৰি আপোনাৰ আচৰণতো পৰিবৰ্তন আহিব৷ যাৰ ফলত পৰিয়ালত শান্তি থাকিব৷ আনকি কৰ্মস্থলীতো উন্নতি কৰিব পাৰে৷ ভাল সময় কটোৱাৰ বাবে এতিয়াৰে পৰাই সাজু হওক৷ পাৰ্টনাৰচিপত যিসকলে কাম কৰিছে তেওঁলোকেও ভাল ফল পাব৷ ব্যৱসায়ত লাভ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!
জীৱনশৈলী

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

July 26, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

July 26, 2026
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক
জীৱনশৈলী

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

July 26, 2026
Next Post
ৰাহুল-আথিয়া-আহানৰ নামত কালিমা লগা কাম নকৰো! ৪০ কোটিৰ গুটখা বিজ্ঞাপনৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে সুনীল ছেট্টীয়ে

ৰাহুল-আথিয়া-আহানৰ নামত কালিমা লগা কাম নকৰো! ৪০ কোটিৰ গুটখা বিজ্ঞাপনৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে সুনীল ছেট্টীয়ে

অভিজিৎ নক্ষত্ৰত মঙ্গল, প্ৰচুৰ অৰ্থলাভ-কেৰিয়াৰত সাফল্য ৪ৰাশিৰ জাতকৰ

অভিজিৎ নক্ষত্ৰত মঙ্গল, প্ৰচুৰ অৰ্থলাভ-কেৰিয়াৰত সাফল্য ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.