• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল-আথিয়া-আহানৰ নামত কালিমা লগা কাম নকৰো! ৪০ কোটিৰ গুটখা বিজ্ঞাপনৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে সুনীল ছেট্টীয়ে

ৰাহুল-আথিয়া-আহানৰ নামত কালিমা লগা কাম নকৰো! ৪০ কোটিৰ গুটখা বিজ্ঞাপনৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে সুনীল ছেট্টীয়ে

8 months ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

19 minutes ago
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

56 minutes ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

1 hour ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

3 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

11 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

12 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

12 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

13 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

13 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

14 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

14 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুল-আথিয়া-আহানৰ নামত কালিমা লগা কাম নকৰো! ৪০ কোটিৰ গুটখা বিজ্ঞাপনৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে সুনীল ছেট্টীয়ে

ৰাহুল-আথিয়া-আহানৰ নামত কালিমা লগা কাম নকৰো! ৪০ কোটিৰ গুটখা বিজ্ঞাপনৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে সুনীল ছেট্টীয়ে

editor by editor
January 24, 2026
in জীৱনশৈলী
0
ৰাহুল-আথিয়া-আহানৰ নামত কালিমা লগা কাম নকৰো! ৪০ কোটিৰ গুটখা বিজ্ঞাপনৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে সুনীল ছেট্টীয়ে
0
SHARES
624
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পানমছলা, গুটকা, মদৰ বিজ্ঞাপন কৰিলে মোটা অংকৰ পাৰিশ্ৰমকি পালেও প্ৰায়েই কটাক্ষৰ চিকাৰ হয় একাধিক তাৰকা৷ এই তালিকাত শ্বাহৰুখ খান, অজয় দেৱগন, অক্ষয় কুমাৰৰ দৰে বহুতৰে নাম আছে৷ সম্প্ৰতি এই প্ৰসংগত মুখ খুলিছে সুনীল চেট্টীয়ে৷ ৪০ কোটি টকা পাৰিশ্ৰমিকৰ বিনিময়ত গুটখাৰ বিজ্ঞাপনত কাম কৰাৰ প্ৰস্তাবো পাইছিল৷ সেই প্ৰস্তাব গ্ৰহণ নকৰিলে অভিনেতাজনে৷

সম্প্ৰতি এক সাক্ষাৎকাৰত সুনীল চেট্টীয়ে জনাইছে যে, তেওঁ মোটা অৰ্থ দিলেও তেনে প্ৰচাৰ নচলায়৷ অভিনেতাজনে কয়, ‘মোৰ বাবে স্বাস্থ্য সকলোতকৈ আগত৷ এই শৰীৰৰ বাবেই মই চিনেমাৰ দুনীয়াত সুনীল ছেট্টি হোৱাৰ সুযোগ পাইছো৷ মোৰ শৰীৰক মই পূজাৰ যোগ্য বুলি নামানিলে নিজৰ প্ৰতিয়েই অবিচাৰ কৰা হব৷ ল’ৰা ছোৱালীক মই কি শিক্ষা দিম?

তাতেই তেওঁ জনাইছে যে তেওঁলৈকো গুটখাৰ বিজ্ঞাপনৰ প্ৰস্তাৱ আহিছিল৷ সুনীলে কয়, ‘এটা গুটখাৰ বিজ্ঞাপনৰ বাবেই ৪০ কোটি টকাৰ প্ৰস্তাব দিয়া হৈছিল৷ তেওঁলোকক তেতিয়া কৈছিলো মোক ধনৰ প্ৰয়োজন আছে কিন্তু এনেকুৱাকৈ ধন অৰ্জন কৰিবলৈ মন নাই৷ এনে কাম নকৰো য’ত নিজৰ ওপৰতে মোৰ বিশ্বাস হেৰাই৷ আহান আৰু আথিয়াৰ সন্মানত মই কালিমা সানিব নোৱাৰো৷ তাৰপিছৰে পৰা কোনোৱো মোক আৰু এনে প্ৰস্তাব দিবলৈ সাহস কৰা নাই৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

September 28, 2026
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

September 28, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

September 28, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
Next Post
অভিজিৎ নক্ষত্ৰত মঙ্গল, প্ৰচুৰ অৰ্থলাভ-কেৰিয়াৰত সাফল্য ৪ৰাশিৰ জাতকৰ

অভিজিৎ নক্ষত্ৰত মঙ্গল, প্ৰচুৰ অৰ্থলাভ-কেৰিয়াৰত সাফল্য ৪ৰাশিৰ জাতকৰ

প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ৫০ কোটিৰ মানহানিৰ গোচৰৰ ৰায় কুমাৰ চানুৰ পক্ষত! প্ৰাক্তন পত্নীৰ অভিযোগক লৈ কি কৈছে গায়ক কুমাৰ চানুৱে?

প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ৫০ কোটিৰ মানহানিৰ গোচৰৰ ৰায় কুমাৰ চানুৰ পক্ষত! প্ৰাক্তন পত্নীৰ অভিযোগক লৈ কি কৈছে গায়ক কুমাৰ চানুৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.