• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ৫০ কোটিৰ মানহানিৰ গোচৰৰ ৰায় কুমাৰ চানুৰ পক্ষত! প্ৰাক্তন পত্নীৰ অভিযোগক লৈ কি কৈছে গায়ক কুমাৰ চানুৱে?

প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ৫০ কোটিৰ মানহানিৰ গোচৰৰ ৰায় কুমাৰ চানুৰ পক্ষত! প্ৰাক্তন পত্নীৰ অভিযোগক লৈ কি কৈছে গায়ক কুমাৰ চানুৱে?

4 months ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

26 minutes ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

52 minutes ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

2 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

3 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

4 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

5 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

5 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

6 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

7 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

7 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ৫০ কোটিৰ মানহানিৰ গোচৰৰ ৰায় কুমাৰ চানুৰ পক্ষত! প্ৰাক্তন পত্নীৰ অভিযোগক লৈ কি কৈছে গায়ক কুমাৰ চানুৱে?

প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ৫০ কোটিৰ গোচৰৰ ৰায় কুমাৰ চানুৰ পক্ষত! প্ৰাক্তন পত্নীৰ অভিযোগক লৈ কি কৈছে গায়ক কুমাৰ চানুৱে?

editor by editor
January 24, 2026
in জীৱনশৈলী
0
প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ৫০ কোটিৰ মানহানিৰ গোচৰৰ ৰায় কুমাৰ চানুৰ পক্ষত! প্ৰাক্তন পত্নীৰ অভিযোগক লৈ কি কৈছে গায়ক কুমাৰ চানুৱে?
0
SHARES
785
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাক্তন পত্নী ৰীতা ভট্টাচাৰ্যৰ মন্তব্যতৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্ক৷ কুমাৰ চানুৰ বিৰুদ্ধে উত্থাপিত হৈছিল একাধিক অভিযোগ৷ ৰীতাৰ অভিযোগ আছিল অন্তঃসত্ত্বা অৱস্থাত তেওঁৰ ওপৰত অত্যাচাৰ কৰা হৈছিল৷ ইয়াৰোপৰি বিভিন্ন সাক্ষাৎকাৰত চানুক লৈ বিস্ফোৰক কিছু মন্তব্যও কৰিছিল তেওঁ৷ বিষয়টো আদালত পৰ্যন্ত পাইছিলগৈ৷ সম্প্ৰতি এই বিষয়ত ৰায় দিছে মুম্বাই হাইকৰ্টে৷ তাৰপাছত কি প্ৰতিক্ৰিয়া কুমাৰ চানুৰ?

ৰীতাই এক সাক্ষাৎকাৰত অভিযোগ কৰিছিল, অন্তঃসত্ত্বা অৱস্থাত তেওঁক অত্যাচাৰ কৰা হৈছে৷ খোৱাবোৱাও দিয়া হোৱা নাই৷ একাধিক বিবাহবহিৰ্ভূত সম্পৰ্কত সোমাই আছিল কুমাৰ চানু৷ এই অভিযোগসমূহে গায়কৰ ভাৱমূৰ্তি নষ্ট কৰিছে বুলিও আইনী নটিছত জনাইছিল চানুৰ অধিবক্তাই৷ ১৭ ডিচেম্বৰত এই গোচৰৰ শুনানিৰ দিনা চানুৰ তৰফৰ পৰা ৫০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰা হয়৷ ৰীতাই এই গোচৰ প্ৰত্যাহাৰৰ আবেদনো কৰিছিল৷ শেষ পৰ্যন্ত চানুৰ পক্ষেই ৰায় দিছে হাইকৰ্টে৷

মুম্বাই হাইকৰ্টৰ ৰায়ক লৈ সংবাদমাধ্যমক চানুৱে কৈছিল, দীৰ্ঘ সময় ধৰি নিষ্ঠাৰে কাম কৰি মোৰ যি ভাৱমূৰ্তি তৈয়াৰ হৈছে৷ তাই মানহানিকৰ মন্তব্যৰে মোৰ ভাৱমূৰ্তি আৰু সন্মান নষ্ট কৰিলে মোৰ পৰিয়ালৰ ওপৰত তাৰ প্ৰভাৱ পৰিছে যি হোৱাটো মুঠেও উচিত নহয়৷’

অধিবক্তা ছানা ৰইছ খানৰ মাধ্যমেৰে ৰীতাৰ বিৰুদ্ধে গোচৰ তৰিছিল কুমাৰ চানুৱে৷ প্ৰথমে নটিছত ছানাই লিখি পঠিয়াইছিল যে বিগত ৪০ বছৰ ধৰি সংগীতত নিজকে নিমজ্জিত ৰাখিছে কুমাৰ চানুৱে৷ কোটি কোটি মানুহক আনন্দ দিছে৷ ক্ৰমাগত মিছা আক্ৰমণ কৰি অলপ সময়ৰ বাবে হৈ-চৈ কৰিব পাৰি ঠিকেই৷ কিন্তু যি শিল্পীয়ে সমগ্ৰ জীৱন ধৰি সংগীত উপহাৰ দিছে তেওঁক কেতিয়াও এই সকলো মিছা কালিমাৰে ভাৱমূৰ্তী নষ্ট কৰিব নোৱাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
Next Post
সন্তানৰ সন্মুখতে পত্নী আৰু তিনি আত্মীয়ক শেষ কৰিলে আমেৰিকাবাসী ভাৰতীয়ই! চৰ্চাত সমগ্ৰ বিষয়, প্ৰকৃত কাৰণ কি?

সন্তানৰ সন্মুখতে পত্নী আৰু তিনি আত্মীয়ক শেষ কৰিলে আমেৰিকাবাসী ভাৰতীয়ই! চৰ্চাত সমগ্ৰ বিষয়, প্ৰকৃত কাৰণ কি?

২৬ জানুৱাৰীৰে আৰম্ভ হোৱা সপ্তাহত ৰুচক ৰাজযোগ, এই সপ্তাহত ভাগ্য খুলিব পাঁচ ৰাশিৰ

২৬ জানুৱাৰীৰে আৰম্ভ হোৱা সপ্তাহত ৰুচক ৰাজযোগ, এই সপ্তাহত ভাগ্য খুলিব পাঁচ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.