• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

2 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

3 seconds ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

44 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

1 hour ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

1 hour ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

4 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

5 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

7 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

8 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

8 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

8 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ'ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

editor by editor
March 29, 2026
in অসম, বিবিধ, ভাৰত, লেখা
0
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
0
SHARES
519
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰে বৃহৎ ঘোষণা। নলবাৰীত ৰাজহুৱা সভাত ভাষণ দি অমিত শ্বাহে কয় যে আগন্তুক দিনত বিজেপি চৰকাৰে অসমত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) প্ৰৱৰ্তন কৰি চাৰিটা বিবাহ নিষিদ্ধ কৰিব। ভোট-বেংক ৰাজনীতিৰ বাবে কংগ্ৰেছ দলে ৰাজ্যৰ জনগাঁথনি সলনি কৰাৰ অভিযোগ উত্থাপন কৰে। আগন্তুক পাঁচ বছৰৰ ভিতৰত বিজেপি চৰকাৰে দেশৰ পৰা “প্ৰতিজন অনুপ্ৰৱেশকাৰী” চিনাক্ত কৰি বহিষ্কাৰ কৰিব বুলিও মন্তব্য কৰে।

শ্বাহে কয় , “ভোটৰ লোভত কংগ্ৰেছ দলে অসমৰ সমগ্ৰ জনগাঁথনি সলনি কৰি দিছে। ধুবুৰী আৰু ইয়াৰ আশে-পাশে থকা নখন জিলা এতিয়া অনুপ্ৰৱেশকাৰীৰে ভৰি পৰিছে।”

তেওঁ আৰু অভিযোগ কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰসমূহে দশক দশক ধৰি অবৈধ অনুপ্ৰৱেশৰ অনুমতি দিছিল। শ্বাহে কয়, ‘কংগ্ৰেছ চৰকাৰে বছৰ বছৰ ধৰি অসমৰ ভিতৰত অনুপ্ৰৱেশকাৰীৰ বাবে দুৱাৰ মুকলি কৰি ৰাখিছিল। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্ত বন্ধ কৰি অনুপ্ৰৱেশকাৰীয়ে দখল কৰা ১.২৫ লাখ একৰ মাটি উভতাই লৈছে।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুপ্ৰৱেশৰ বিৰুদ্ধে এক শক্তিশালী ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ কয়, “আজি মই নলবাৰীলৈ আহিছো ক’বলৈ: তৃতীয়বাৰৰ বাবে ‘পদুম’ৰ চৰকাৰ গঠন কৰক। অহা পাঁচ বছৰত আমি প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰিম।”

বিজেপিৰ এই স্থিতি পুনৰবাৰ উল্লেখ কৰি শ্বাহে কয় যে, আমি প্ৰতিজন অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াম, তেওঁলোকক বিচাৰি পাম, ভোটাৰ তালিকাৰ পৰা আঁতৰাই তেওঁলোক য’ৰ পৰা আহিছে তালৈ ঘূৰাই পঠিয়াই দিম।

তেওঁ কয়, “১০ বছৰৰ ভিতৰত… আমি বড়ো শান্তি চুক্তি, কাৰ্বি আংলং চুক্তি, ডি এন এল এ চুক্তি, আৰু আলফাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিলোঁ। আজি ১০ হাজাৰ লোকে অস্ত্ৰ-শস্ত্ৰ এৰিছে।” এই কথাটো তেওঁ কংগ্ৰেছৰ শাসনকালত হোৱা অশান্তিৰ ইতিহাসৰ সৈতে তুলনা কৰে।

অসমত ৯ এপ্ৰিলত ১২৬ খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে একক পৰ্যায়ত ভোটদানৰ প্ৰস্তুতি চলিছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অহা ৪ মে’ত ভোটগণনা হ’ব। অসমত এই প্ৰতিদ্বন্দ্বিতা হ’ব বৰ্তমানৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ আৰু কংগ্ৰেছৰ মাজত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিব। এই নিৰ্বানচৰ পাছতেই অসমত বলবৎ হ’ব UCC। হিন্দু, মুছলিম সকলোৰে বিবাহ বিচ্ছেদৰ নিয়ম হ’ব একে। চৰকাৰে অসমত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰি চাৰিখন বিবাহ নিষিদ্ধ কৰিব, লগতে শ্বাহে ৰাজ্যৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ আৰু বিতাড়নৰ প্ৰতিশ্ৰুতিও দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Home Minister Amit Shah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়
জীৱনশৈলী

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

March 29, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

March 29, 2026
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

March 29, 2026
Next Post
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.