• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

2 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

19 minutes ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

41 minutes ago
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

54 minutes ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

3 hours ago
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

4 hours ago
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

5 hours ago
ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

6 hours ago
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

7 hours ago
১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

editor by editor
April 8, 2026
in জীৱনশৈলী
0
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
0
SHARES
533
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব’হাগৰ শুক্লপক্ষৰ তৃতীয় দিনটোক কোৱা হয় অক্ষয় তৃতীয়া৷ এই দিনটোত সূৰ্য আৰু চন্দ্ৰ উভয়েই নিজ নিজ উচ্চ ৰাশিত অৱস্থান কৰে৷ উভয়ৰ সন্মিলিত আশীৰ্বাদ চিৰস্থায়ী হয়৷ অক্ষয় মানে হৈছে ক্ষয় নোহোৱা৷ এই দিনটোত কৰা কামৰ ফল ক্ষয় নহয়৷ বিশ্বাস কৰা হয় যে ভগৱান পৰশুৰাম, নৰনাৰায়ণ আৰু হয়গ্ৰীৱে এই দিনটোত অৱতাৰ গ্ৰহণ কৰিছিল৷ এই দিনটোতেই বদ্ৰীনাথৰ দুৱাৰো খোলে৷ এই দিনটোতেই বৃন্দাবনত বাতে বিহাৰীৰ চৰণ দৰ্শন কৰা হয়৷ এই দিনটোত মূ্ল্যবান সামগ্ৰীও ক্ৰয় কৰা হয়৷

জ্যোতিষমতে এই বিৰল সংযোগসমূহৰ কাৰণে অক্ষয় তৃতীয়া অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ এই দিনটোত শুক্ৰই বৃষ ৰাশিত প্ৰৱেশ কৰি মালব্য ৰাজযোগ সৃষ্টি কৰিব৷ ইয়াৰোপৰি এই দিনটোত চন্দ্ৰই তাৰ উচ্চ ৰাশি বৃষত প্ৰৱেশ কৰিব৷ এই দিনটোত গজকেশৰী যোগো গঠিত হৈছে৷ জানি থওক অক্ষয় তৃতীয়াত কোন কোন ৰাশিয়ে শুভ ফল পাব?

মেষ ৰাশি

অক্ষয় তৃতীয়াত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে কৰ্মজীৱনত ইতিবাচক পৰিবৰ্তন আহিব৷ যিসকলে চাকৰি পৰিবৰ্তন বা পদোন্নতিৰ বাবে অপেক্ষা কৰিছে তেওঁলোকে স্বস্তি পাব পাৰে ইংগিত আছে যে আপুনি কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ কৰ্মক্ষেত্ৰত এক ডাঙৰ সুযোগ বা ডিল কৰিব পাৰে৷ যিয়ে আপোনাৰ উন্নতিৰ পথ খুলি দিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ত বৰ্ধিত সন্মান আৰু স্বীকৃতি লাভৰ যোগ আছে৷ আপোনাৰ নেতৃত্বদানৰ দক্ষতাৰ কদৰ হব পাৰে৷ বিনিয়োগৰ পৰা ইতিবাচক ফল লাভৰ সম্ভাৱনা আছে৷ পুৰণি পাৰিবাৰিক বিবাদ, বিশেষকৈ সম্পত্তি সংক্ৰান্তিয় বিবাদসমূহৰ সমাধান হব পাৰে৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হব পাৰে৷

বৃশ্চিক ৰাশি

এই সময়ত বৃশ্চিক ৰাশি জাতক জাতিকাই তেওঁলোকৰ জীৱনলৈ স্থিতিশীলতা আৰু ভাৰসাম্য অনুভৱ কৰিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা অৰ্থ পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে৷ আপুনি যদি নতুন কোনো ব্যৱসায় বা ষ্টাৰ্টআপ আৰম্ভ কৰিব খুজিছে তেন্তে এই সময় অনুকূল৷ ভাগ্যৰ সহায় থাকিব৷ ৰৈ থকা প্ৰকল্পসমূহৰ কাম সম্পন্ন হব পাৰে৷

ধনু ৰাশি

এই সময়ে ধনু ৰাশিৰ জাতকৰ বাবে স্বাচ্ছন্দ্য কঢ়িয়াই আনিব পাৰে৷ আপোনাৰ ঘৰ বা বাহন ক্ৰয়ৰ সপোন সঁচা হব৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতনসকলৰ সমৰ্থনত পৰিস্থিতিক আৰু সহজ কৰি তুলিব৷ আয়ৰ নতুন পথ খুলিব৷ যিয়ে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ
জীৱনশৈলী

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

April 8, 2026
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব
জীৱনশৈলী

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

April 8, 2026
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?
খাদ্য

Next Post
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন