• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

5 months ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

3 minutes ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

34 minutes ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

1 hour ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

2 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

3 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

4 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

5 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

6 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

editor by editor
April 15, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
0
SHARES
373
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মীন ৰাশিত তৈয়াৰ হৈছে মঙ্গল আৰু বুধৰ বিশেষ যুঁটি৷ যি আগন্তুক ৩০ এপ্ৰিল পৰ্যন্ত সক্ৰিয় থাকিব৷ জ্যোতিষমতে এই সময়ত কিছু নিৰ্দিষ্ট ৰাশিৰ জাতকৰ জীৱনত অৰ্থ, পদমৰ্যাদা আৰু ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা প্ৰৱল৷ মঙ্গল সাহস, শক্তি আৰু কৰ্মক্ষমতাৰ প্ৰতীক গ্ৰহ৷ বুধ বুদ্ধি, যোগাযোগ আৰু ব্যৱসায়ৰ কাৰক৷ এই দুই গ্ৰহৰ যুঁটিয়ে মানুহৰ চিন্তাশক্তি, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু আয় বৃদ্ধিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে৷ বিশেষকৈ বৃহস্পতিৰ ৰাশি মীনত এই যুঁটি হোৱাত গুৰুত্ব আৰু বাঢ়ি গৈছে৷ কোন ৪ৰাশিৰ জাতকৰ ভাগ্য চমকি উঠিব?

বৃষ ৰাশি

মঙ্গল-বুধৰ এই যুঁটি বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক হব পাৰে৷ দীৰ্ঘদিনৰ আৰ্থিক সমস্যা দূৰ হোৱাৰ সম্ভাৱনা আছে৷ নতুন উৎসৰ পৰা অৰ্থলাভ হব পাৰে৷ ফলত বেংক বেলেন্স বাঢ়িব৷ যিসকল ব্যৱসায়ৰ সৈতে যুক্ত তেওঁলোকে ভালধৰণৰ মুনাফা অৰ্জন কৰিব পাৰে৷ ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে৷ বিনিয়োগৰ বাবে সময় অনুকূল৷ ইয়াৰোপৰি স্বাস্থ্যৰ উন্নতি হ’ব আৰু ৰৈ থকা কাম দ্ৰুত শেষ হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ অধিপতি বুধ হোৱাৰ ফলত এই যুঁটিয়ে মিথুন ৰাশিৰ জাতকৰ বাবে বিশেষ শুভ ফল কঢ়িয়াই আনিব৷ মঙ্গল গ্ৰহৰ সৈতে বুধৰ সংযোগত শক্তি আৰু আত্মবিশ্বাস বাঢ়িব৷ নতুন কাম আৰম্ভ কৰাৰ সাহস পাব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষমতাও বৃদ্ধি পাব৷ চাকৰিয়ালে নতুন পদ বা দায়িত্ব লাভ কৰিব পাৰে৷ ঘৰ বা বাহন কিনাৰ ক্ষেত্ৰত এই সময় উপযোগী৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ অধিপতি মঙ্গল৷ সেয়ে এই যুঁটি তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ৷ এই সময়ত সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু উন্নত হব৷ কথাবাৰ্তাত দক্ষতা বাঢ়িব৷ ফলত অন্যক দি সহজে কাম কৰাব পাৰিব৷ পৰিয়ালৰ মাজত কোনো শুভ অনুষ্ঠান আয়োজন হব পাৰে৷ আৰ্থিক অৱস্থাও শক্তিশালী হব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই যুঁটিয়ে কৰ্মজীৱনত উন্নতিৰ সুযোগ কঢ়িয়াই আনিব পাৰে৷ চাকৰিত পদোন্নতি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আচে৷ যিয়ে আপোনাৰ প্ৰভাৱ বঢ়াব৷ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হব আৰু পুৰণি বিনিয়োগৰ পৰা প্ৰত্যাশাতকৈ বেছি লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?
বাণিজ্য

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

August 31, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল
প্ৰযুক্তি

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

August 31, 2026
Next Post
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.