• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

6 months ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

22 minutes ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

45 minutes ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

10 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

10 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

11 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

11 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

12 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

13 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

13 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

13 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

14 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

editor by editor
April 15, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত অৰেল কেন্সাৰ বৃদ্ধি পাব ধৰিছে৷ অথচ চেষ্টা কৰিও এই ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠা নাই৷ গুটখা, পানমছলা খোৱাৰ অভ্যাসেই মাতি আনিছে এই মাৰণ ৰোগৰ আশংকা৷ জানি বুজিও এইসমূহ অভ্যাস এৰিব পৰা নাই বহুজনে৷ প্রাথমিক অৱস্থাত ধৰা পৰিলে মুখৰ কৰ্কট সম্পূৰ্ণৰূপে দূৰ কৰিব পৰা যায়৷ কোনো বিকল্প চিকিৎসাৰ ব্যৱস্থা নোলোৱাকৈ কৰ্কট আক্ৰান্তৰ সেই বিশেষ অংশক সম্পূৰ্ণৰূপে এৰুৱাই পেলোৱা হয়৷ নাৰীৰ তুলনাত পুৰুষেই এই কৰ্কটত সৰ্বাধিক আক্ৰান্ত হয়৷ ওঁঠ, জিভা, গালৰ ভিতৰৰ অংশ, মুখৰ তালু, ডিঙিৰ তলৰ অংশ আদিত সৰ্বাধিক কৰ্কটৰ বীজাণু ধৰা পৰে৷

ধঁপাতজাতীয় পদাৰ্থৰ ওপৰিও মদ্যপানেও মুখৰ কৰ্কটৰ আশংকা বঢ়াই৷ অৰ্থসামাজিক প্ৰেক্ষাপটত মানুহৰ জীৱনাচৰণ আৰু খাদ্যভাষেও কৰ্কটৰ প্ৰৱণতা বঢ়ায়৷ হিউমেন পেপিলোমা ভাইৰাছৰ সংক্ৰমণ, পৰিয়ালৰ কাৰোবাৰ মুখৰ কৰ্কটৰ ইতিহাস, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা, অপুষ্টি ইত্যাদিৰ কাৰণেও এই ৰোগে শৰীৰত সংক্ৰমণ কৰে৷

কি কি উপসৰ্গই দেখা দিলে সতৰ্ক হ’ব?

  • মুখৰ ভিতৰত কোনো বগা দাগ বা গোটা অংশ দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী৷ বিশেষকৈ তেওঁ যদি স্মোকাৰ বা ধোঁৱাহীন ধঁপাতত আসক্ত হয় তেতিয়া লিউকোপ্লেকিয়া হ’ব পাৰে৷ এয়া কৰ্কটৰ প্ৰাথমিক লক্ষণ৷
  • ডিঙি বা ডিঙিৰ কোনো অংশ ফুলি গৈছে কিন্তু কোনো বিষ নাই এই উপসৰ্গ দেখিলেও সতৰ্ক হওক৷
  • মুখৰ ভিতৰত কোনো বিষহীন ফোলা অংশ আছে আৰু ক্ৰমশ বাঢ়িছে কিংবা মুখৰ ভিতৰত মাংসপিণ্ড হৈ সেয়া ধীৰে ধীৰে বাঢ়িছে যদি এয়াও কৰ্কটৰ লক্ষণ হব পাৰে৷
  • দীৰ্ঘদিন ধৰি জিভা লৰোৱাত অসুবিধা হৈছে, কথা কওঁতেও সমস্যা হৈছে, মুখ মেলোতে প্ৰৱল বিষ অনুভৱ কৰিছে তেন্তে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক৷
  • ঠাণ্ডা লাগিলে বা কোনো ভাইৰেল জ্বৰ হলেই ডিঙিৰ বিষ হয় বা সেপ গিলিবলৈ সমস্যা হয় সেই সমস্যা যদি কম দিনৰ বাবে হয় তেতিয়া চিন্তাৰ কাৰণ নাই৷ কিন্তু দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকিলে সতৰ্ক হওক৷
  • মুখৰ কৰ্কটৰ মোকাবিলাৰ বাবে আপুনি পোনতেই ছুপাৰী, বিৰি, চিগাৰেট, জৰ্দাসহ ধঁপাতজাতীয় পণ্য বৰ্জন কৰিব লাগিব৷ দাঁতৰ যত্নও লব লাগিব৷ দিনত দুবাৰ ব্ৰাছ কৰা, লগতে ফ্লছ মাউথৱাছৰ ব্যৱহাৰ কৰিব পাৰে৷ বছৰত অন্তত দুবাৰ দাঁতৰ চিকিৎসকৰ কাষলৈ যোৱা উচিত৷ মুখৰ যিকোনো ঘাঁ বা আলছাৰ হলে লগে লগেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
Next Post
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.