• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

6 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

7 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

7 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

8 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

9 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

9 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

10 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

10 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

11 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

13 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

13 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

13 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

editor by editor
April 16, 2026
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাৰকাসকলৰ সৰ্বক্ষণৰ সংগী হৈ থাকে তেওঁলোক৷ প্ৰতিমুহূৰ্ততে তাৰকাসকলক সুৰক্ষা দি থাকে৷ জানেনে বলীউডৰ তাৰকাসকলৰ দেহৰক্ষীসকলে মাহিলী কিমান টকা দৰমহা লাভ কৰে? শ্বাহৰুখ খানৰ প্ৰাক্তন দেহৰক্ষীয়ে দিয়া এক সাক্ষাৎকাৰত পোহৰলৈ আহিছে সকলো তথ্য৷ শ্বাহৰুখৰ প্ৰাক্তন দেহৰক্ষীয়ে জনাইছে যে, দেহৰক্ষীয়ে কোটি কোটি টকা আয় কৰে বুলি যিসমূহ খবৰ প্ৰকাশিত হয় এই সকলোবোৰেই মিছা খবৰ৷ দেহৰক্ষীসকলে মাহিলী নিৰ্দিষ্ট কিছু দৰমহা লাভ কৰে৷ বছৰত কোটি কোটি টকা আয় কৰা বিতৰ্কক লৈ কি কৈছে শ্বাহৰুখৰ প্ৰাক্তন দেহৰক্ষী ইয়াছিন খানে?

শ্বাহৰুখৰ প্ৰাক্তন দেহৰক্ষীৰ স্পষ্ট বক্তব্য, এই ধৰণৰ দৰমহাৰ পৰিসংখ্যা অত্যন্ত অতিৰঞ্জিত৷ কেৱল সেয়াই নহয়, বছৰত ২ৰ পৰা ২.৫ কোটি টকা আয়ৰ পৰিসংখ্যাও সম্পূৰ্ণ মিছা৷ এক সাক্ষাৎকাৰত তেওঁৰ প্ৰাক্তন দেহৰক্ষী ইয়াছিন খানে কৈছে, ‘বেছিভাগ দেহৰক্ষীয়েই এক নিৰ্দিষ্ট দৰমহা পায়৷ কিছুক্ষেত্ৰত তেওঁৰ চিনেমাৰ শ্বুটিং বা বিশেষ কামৰ বাবে অতিৰিক্ত পাৰিশ্ৰমিক পাব পাৰে৷ কিন্তু এই সুযোগ সকলোৰে হাতলৈ নাহে৷ ছচিয়েল মিডিয়াত ১০ লাখ মাহিলী দৰমহা বুলি যিসমূহ গুজৱ চলি থাকে এইবোৰ একেবাৰেই মিছা৷ বেছিভাগ ক্ষেত্ৰতে অভিজ্ঞ দেহৰক্ষীয়ে মাহিলী প্ৰায় ১লাখ মানহে দৰমহা পায়৷’

দেহৰক্ষীয়ে সাধাৰণতে চুক্তিৰ ভিত্তিত কাম কৰে বুলি জনাইছে ইয়াছিনে৷ আগতে চিনেমাৰ শ্বুটিঙৰ সময়ত চুক্তিৰ ব্যৱস্থা ইমান ষ্ট্ৰং নাছিল৷ কিন্তু এতিয়া এই বিষয়টোৰ উল্লেখনীয় উন্নতি হৈছে৷ চলচ্চিত্ৰ তাৰকাসকলৰ দেহৰক্ষীসকলে তেওঁলোকৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কিন্তু স্বীকৃতি মুঠেও নাপায়৷ তেওঁলোকৰ কাম কেৱল তাৰকাজনক ভালে ৰখাৰ৷ সকলোৰে ওপৰত নজৰ ৰখাৰ, যাতে কোনো ডাঙৰ ঘটনা নহয়৷ কেৱল শ্বাহৰুখ খানেই নহয়, ইয়াছিন খানে বিৰাট কোহলি আৰু শচীন তেণ্ডুলকাৰৰ দৰে তাৰকাৰ সৈতেও কাম কৰিছে৷

সম্প্ৰতি ইয়াছিনে কয়, ‘মোৰ ধাৰণা যে ছচিয়েল মিডিয়াই ভুল বাৰ্তা বিয়পাইছে৷ কোনোৱে যদি কোনো ডাঙৰ তাৰকাৰ দেহৰক্ষী হয় তেতিয়াও এক নিৰ্দিষ্ট অংকৰ দৰমহাই তেওঁ লাভ কৰে৷ যদি চিনেমাতো তাৰকাৰ সৈতে ওলোৱাৰ সুযোগ পায় তেতিয়া সেয়া প্ৰযোজকৰ ওপৰত নিৰ্ভৰ কৰি সেই চিনেমাত ওলোৱাৰ বাবে এক নিৰ্দিষ্ট ধন তেওঁক দিয়া হয়৷’

এটা সময়ত ইণ্ডাষ্ট্ৰিত দেহৰক্ষীয়ে কোনো পাৰিশ্ৰমিকেই পোৱা নাছিল বুলিও মত ইয়াছিনৰ৷ সেই সময়ত নিয়ম আছিল যে প্ৰযোজকে কেৱল ড্ৰাইভাৰ, মেকআপ মেন আৰু স্পট বয়সকলেই পাৰিশ্ৰমিক পাইছিল৷ শ্বাহৰুখ খানৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰাৰ সময়ত নিজকে অভিনেতাৰ ধাৰণা কৰিয়েই কাম কৰিছিল৷ চিনেমা তৈয়াৰৰ সময়ত আমি আমাৰ দায়িত্ব পালন কৰিছিলো৷ তেতিয়া যিমানেই পাৰিশ্ৰমিক পাইছিলো সেই ধনেৰে কেৱল জীৱন চলিহে আছিল৷

উল্লেখ্য যে ১০ বছৰৰ বেছি সময় শ্বাহৰুখ খানৰ সৈতে কাম কৰিছিল৷ তেওঁ এতিয়া নিজৰ ব্যৱসায় আৰম্ভ কৰিছে৷ ২০১৫ চনত তেওঁ মুম্বাইৰ ৱাইকে প্ৰচেছ নামৰ এক নিৰাপত্তা সংস্থা প্ৰতিষ্ঠা কৰে যিয়ে ভিআইপি নিৰাপত্তা আৰু ইভেণ্ট মেনেজমেণ্টৰ পৰিষেৱা দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.