• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

4 days ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

32 minutes ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

1 hour ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

2 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

3 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

4 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

5 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

5 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

6 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

17 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

18 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

19 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

editor by editor
April 16, 2026
in Uncategorized
0
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত কালসৰ্প যোগক সাধাৰণতে অশুভ বুলি ধাৰণা কৰা হয়৷ এই যোগ যাৰ জন্মছকত থাকে তেওঁৰ জীৱনলৈ এটাৰ পাছত আনটো বাধা আহি থাকে৷ বৰ্তমান এক বিশেষ কালসৰ্প যোগ গঠিত হৈছে৷ ৰাহু আৰু কেতুৰ মাজত একাধিক গ্ৰহ অহাত এই যোগ গঠিত হৈছে৷ আকাশত এই যোগ গঠিত হোৱাৰ ফলত শুভ লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷

আকাশত একেশাৰীত থাকিব কোন কোন গ্ৰহ?

বৰ্তমান ৰাহু আছে কুম্ভ ৰাশিত আৰু কেতু আছে সিংহ ৰাশিত৷ ইয়াৰোপৰি সূৰ্য আৰু শুক্ৰ আছে মেষ ৰাশিত৷ মঙ্গল, বুধ আৰু শনি আছে মীন ৰাশিত৷ ইফালে চন্দ্ৰ আছে কুম্ভ ৰাশিত৷ কেৱল এই সময়ত মিথুন ৰাশিত থকা বৃহস্পতিয়ে এই ৰেখাৰ বাহিৰত আছে৷ ২৭ এপ্ৰিল পৰ্যন্ত ৰাহু আৰু কেতুৰ মাজত এইসমূহ গ্ৰহই অৱস্থান কৰিব৷ জানি থওক কালসৰ্প যোগৰ প্ৰভাৱত লাভৱান হব কোন কোন ৰাশি?

মিথুন ৰাশি

কালসৰ্প যোগৰ প্ৰভাৱত ২৭ এপ্ৰিল পৰ্যন্ত ভাল সময় কটাব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নতুন আইডিয়াৰ ওপৰত কাম কৰিব পাৰে৷ নিজৰ নেটৱৰ্ক আৰু বঢ়াব পাৰিব৷ এই সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে মিথুন ৰাশিৰ জাতকে৷ নিজৰ সময় ভালকৈ ব্যৱহাৰ কৰিলে সুফল পাব৷ হঠাৎ কিছু লাভ হব পাৰে৷

কৰ্কট ৰাশি

কালসৰ্প যোগত অতিৰিক্ত আৱেগপ্ৰৱণ হৈ পৰিব কৰ্কট ৰাশিৰ জাতক৷ আপোনাৰ বুদ্ধি এই সময়ত আৰু তীক্ষ্ণ হব৷ নিজৰ মনৰ কথা শুনিলে সঠিক সিদ্ধান্ত লব পাৰিব৷ পেছাগত আৰু ব্যক্তিগত জীৱন ভালে থাকিব৷ এই সময়ত উল্লেখযোগ্য লাভ কৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে এই সময়ত বিশেষভাৱে লাভৱান হব৷ ব্যক্তিগত সম্পৰ্কত মাধুৰ্য বাঢ়িব৷ কেৰিয়াৰত কিছু পজিটিভ পৰিবৰ্তন আহিব পাৰে৷ আৰ্থিক অৱস্থা মজবুত হব৷ উপাৰ্জনৰ নতুন পথ মুকলি হব৷ বিবাহৰ কথা আগুৱাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
Next Post
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.