• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

1 month ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

15 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

16 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

16 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

16 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

17 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

19 hours ago
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

19 hours ago
নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

20 hours ago
ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

21 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

21 hours ago
ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

21 hours ago
দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

editor by editor
April 16, 2026
in অপৰাধ, জীৱনশৈলী, বিবিধ, ভাৰত
0
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাচিকৰ টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভিতৰচৰাৰ কাহিনী এয়া৷ কৰ্পৰেট অফিচৰ ভিতৰত যৌন শোষণ, জোৰ-জবৰদস্তি আৰু আস্থাৰ অপব্যৱহাৰৰ এক আৰ্হি উন্মোচন কৰিছে। কৰ্মক্ষেত্ৰত নিৰাপদ অনুভৱ কৰাৰ সলনি শোষণৰ বলি হোৱাৰ অভিযোগ আনিছে ৮গৰাকী কৰ্মৰত মহিলা কৰ্মকৰ্তাই৷

নাছিকৰ টাটা কনছালটেন্সি চাৰ্ভিচেছত নিয়োজিত হিন্দু মহিলাক বলপূৰ্বক ৰমজানৰ ৰোজা পালন কৰিবলৈ জোৰ দিয়া হৈছিল বুলি অভিযোগ আনিছিল মহিলা কৰ্মচাৰীয়ে৷ সমগ্ৰ বিষয়ক লৈ ফেব্ৰুৱাৰী মাহত এজন ৰাজনৈতিক দলৰ কৰ্মীয়ে এজাহাৰো দাখিল কৰে৷ প্ৰাৰম্ভিক তথ্যত আৰক্ষীয়ে কোম্পানীটোৰ চৌহদৰ ভিতৰত গোপন অভিযান চলায়৷ অভিযানৰ সময়ত কেইবাজনো ইছলামিক ধৰ্মালম্বী কৰ্মচাৰীৰ যৌন নিৰ্যাতন, ধৰ্ষণ আৰু মহিলা সহকৰ্মীক ধৰ্মান্তৰিত কৰিবলৈ জোৰ জবৰদস্তি কৰাৰ তথ্য লাভ কৰা হয়৷

তদন্তকাৰীয়ে জনোৱা অনুসৰি হোৱাটছএপৰ তথ্যকে ধৰি বহু তথ্যৰ ওপৰত ভিত্তি কৰি ইৰমান নামৰ মালয়েচিয়াৰ সৈতে সংযুক্ত থকা ইছলামিক প্ৰচাৰকৰ তথ্য পোৱা গৈছে৷ এই ইছলামিক প্ৰচাৰকেই মহিলাসকলৰ সৈতে ভিডিঅ’ কলত কথা পাতে৷

এই বিষয়ে এতিয়া ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিজেপি নেতা সঞ্জয় কুমাৰে এই সমগ্ৰ কৰ্মকাণ্ডক কৰ্পৰেট জেহাদ আখ্যা দিছে৷ পেছাদাৰী কৰ্পৰেট গোষ্ঠীৰ মাজতো ইছলামিক প্ৰচাৰক সোমোৱা বিষয়টোৰ তীব্ৰ প্ৰতিবাদ কৰিছে৷ এই সমগ্ৰ বিষয়ক লৈ টাটা কনছালটেন্সি চাৰ্ভিচেছে হাৰাশাস্তি আৰু জোৰ জবৰদস্তিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি বৰ্তাই ৰখাৰ বাবে তেওঁলোককো প্ৰশ্ন কৰিছে৷ কিয় এতিয়াও তেওঁলোকে ইয়াৰ বিহীত ব্যৱস্থা লোৱা নাই৷ ইছলামিক প্ৰচাৰ চলাই থকা কৰ্মচাৰীসকলক কিয় নিলম্বন কৰা নাই সেই প্রশ্নও কৰে৷ এই সমগ্ৰ বিষয়ক লৈ শেহতীয়াকৈ সৰৱ হৈছে টাটা কনছালটেন্সি চাৰ্ভিচেছ৷ তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰি থকা কৰ্মচাৰীসকলক শেহতীয়াকৈ নিলম্বন কৰিছে৷

ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি আছিফ আনছাৰী, শ্বাফি শ্বেইখ, শ্বাহৰুখ কুৰেছি, ৰাজা মেমন, তৌছিফ আত্তাৰ, আৰু অশ্বিন চাইনানীকে ধৰি একাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, এইচ আৰ মেনেজাৰ নিদা খান পলাতক হৈ আছে, তদন্তকাৰীয়ে নিযুক্তি আৰু আভ্যন্তৰীণ বিষয়ক লৈ তদন্ত অব্যাহত ৰাখিছে৷ প্ৰতিবেদন অনুসৰি বেছিভাগ ভুক্তভোগীয়েই ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰৰ যুৱতী, সামান্য দৰমহা দি তেওঁলোকক ৰখা হৈছে৷

প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰি অনুসৰি এই কাৰ্য্যকলাপৰ আঁৰৰ সম্ভাৱ্য পুঁজিৰ সংযোগ চিনাক্ত কৰিবলৈ কৰ্তৃপক্ষই অভিযুক্তসকলৰ বেংক একাউণ্ট পৰীক্ষা কৰি আছে। এইচ আৰ বিভাগৰ প্ৰতিষ্ঠানিক অৱহেলাৰ লগতে স্থায়ী মানসিক আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা একাধিক মহিলা কৰ্মচাৰীৰ অভিযোগৰ তদন্তৰ বাবে এচিপি পৰ্যায়ৰ এজন বিষয়াৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে।

যুৱতীসকলক লক্ষ্য কৰি লৈছিল অভিযুক্তই

উগ্ৰ ইছলামিক জেহাদী অপৰাধীসকলে পদ্ধতিগতভাৱে আৱেগিক হেতালি খেলা আৰু ভুৱা প্ৰতিশ্ৰুতিৰ জৰিয়তে ভুক্তভোগীসকলক, মূলতঃ কেৰিয়াৰৰ আৰম্ভণি কৰা যুৱতীসকলক লক্ষ্য কৰি লৈছিল। নাচিকৰ টাটা কনছালটেন্সি চাৰ্ভিচেছৰ এই গোচৰটো ফেব্ৰুৱাৰী মাহৰ৷ যেতিয়া এগৰাকী ৰাজনৈতিক কৰ্মীয়ে এগৰাকী হিন্দু মহিলা কৰ্মচাৰীৰ বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগনামা দাখিল কৰিছিল তেতিয়াই এই তথ্য পোহৰলৈ আহে৷ অভিযোগৰ ভিত্তিতেই নাছিক আৰক্ষীয়ে কোম্পানীটোৰ চৌহদত গোপন অভিযান আৰম্ভ কৰে। মৌলিক পৰীক্ষা হিচাপে আৰম্ভ হোৱা এই অভিযান সোনকালেই গুৰুতৰ তদন্তলৈ পৰিণত হ’ল৷

ইয়াতেই এক গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে আৰক্ষীয়ে৷ এজন অভিযুক্ত ব্যক্তিয়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰি আহিছিল৷ নিজৰ বিবাহৰ কথা লুকুৱাই ৰাখি সম্পৰ্ক গঢ়ি আহিছিল যুৱতীৰ সৈতে৷ যাৰ ফলত সেই ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণকে ধৰি অপৰাধমূলক গোচৰ ৰুজু হৈছে। মহিলা কৰ্মচাৰীৰ পৰাও আহিছে একাধিক অভিযোগ, তাৰ ভিতৰত বহুতৰেই অভিযোগ যে, কেৰিয়াৰৰ আৰম্ভণিতে তেওঁলোক মানসিক আৰু যৌন নিৰ্যাতনৰ বলি হৈছে৷ আৰু অফিচ কৰ্তৃপক্ষই তেওঁলোকৰ এই বিষয়টোক অভিযোগসমূহ গুৰুত্বসহকাৰে লোৱা নাই৷

তদন্তকাৰী দৰে প্ৰকাশ কৰিছে যে, ৰমজানৰ ৰোজা পালন আৰু ইছলামিক ৰীতি-নীতি কঠোৰভাৱে মানি চলিবলৈ বাধ্য কৰোৱা হৈছিল যুৱতী মহিলাসকলক৷ বছৰ বছৰ ধৰি ধৰ্মান্তৰকৰণ, ইছলামিক প্ৰচাৰৰ বাবে এনেধৰণে প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান সমূহক টাৰ্গেট কৰি আহিছে ইছলামিক প্ৰচাৰকসকলে৷ সেয়ে এই বিষয়টোক লৈ এতিয়া সৰৱ হৈ পৰিছে ৰাজনৈতিক দলৰ লগতে সচেতন মহলো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?
অসম

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

May 29, 2026
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!
জীৱনশৈলী

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

May 29, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

May 29, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

May 29, 2026
Next Post
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.