• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

3 hours ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

46 seconds ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

22 minutes ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

2 hours ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

4 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

4 hours ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

4 hours ago
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

5 hours ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

5 hours ago
পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

5 hours ago
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

6 hours ago
মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

6 hours ago
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

editor by editor
April 24, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে
0
SHARES
489
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি পুৰুষৰ উৰ্বৰতাক লৈ উদ্বেগৰ মাজতেই আশাৰ খবৰ দিছে নতুন এক ভাৰতীয় গৱেষণাই৷ য’ত বহু দেশত পুৰুষৰ শুক্ৰাণুৰ গুণমান ক্ৰমশ কমি যোৱাৰ প্ৰৱণতা দেখা গৈছে তাতেই দক্ষিণ ভাৰতীয় পুৰুষৰ ক্ষেত্ৰত ছবি একেবাৰেই পৃথক৷ মণিপালৰ কস্তুৰবা মেডিকেল কলেজৰ গৱেষকে সাম্প্ৰতিক এক বিশ্লেষণত দেখুৱাইছে যে বিগত ১৭ বছৰত দক্ষিণ ভাৰতৰ পুৰুষৰ শুক্ৰাণুৰ গুণমানত কোনো উল্লেখযোগ্য অবনতি হোৱা নাই৷ এই গৱেষণাৰ ফলাফল প্ৰকাশিত হৈছে আন্তৰ্জাতিক জাৰ্নেল ‘American Journal of Men’s Health’ত৷

বিগত কেইবাবছৰত ইউৰোপ, আমেৰিকা আৰু এছিয়াৰ বিভিন্ন দেশত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু গুণমান হ্ৰাস পাইছে বুলি একাধিক গৱেষণাত পোৱা গৈছে৷ ইয়াৰ ফলত বহু পুৰুষেই পিতৃ হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীনো হৈছে৷ শুক্ৰাণুৰ মান বেয়া হলে নাৰীৰ গৰ্ভধাৰণত অসুবিধা হয়৷ আই ভি এফো ব্যৰ্থ হোৱাৰ আশংকা বাঢ়ে৷ দীৰ্ঘম্যাদি বন্ধ্যাত্বৰো আশংকা বাঢ়ি যায়৷ বিশ্বজুৰি এই প্ৰৱণতা গ্লোবেল স্পাৰ্ম ক্ৰাইচিছ নামেৰে আলোচিত হৈছে৷ কিন্তু দক্ষিণ ভাৰতত ফলাফল ওলোটা৷ কস্তুৰবা মেডিকেল কলেজৰ গৱেষকে ২০০৬ চনৰ পৰা ২০২২ চন পৰ্যন্ত ১২০০০ ৰো বেছি পুৰুষৰ শুক্ৰাণুৰ নমুনা বিশ্লেষণ কৰিছে৷ তেওঁলোকে শুক্ৰাণুৰ সংখ্যা, গতি, জীৱন্ততাৰ হাৰ আৰু গঠন এই চাৰিটা বিষয় পৰ্যবেক্ষণ কৰে৷ এই ফলাফলে কৈছে যে এই সময়কালত দক্ষিণ ভাৰতীয় পুৰুষৰ শুক্ৰাণুৰ মান কোনো ধৰণৰ পৰিবৰ্তন হোৱা নাই৷ অৰ্থাৎ বিশ্বব্যাপী শুক্ৰাণুৰ মান কমিলেও ভাৰতৰ দক্ষিণাঞ্চলত পুৰুষৰ উৰ্বৰতা এতিয়াও স্থিতিশীল আৰু স্বাভাৱিক৷

গৱেষকৰ মত

গৱেষণাৰ প্ৰধান লেখক ডঃ সতীশ আদিগাই কৈছে, এই ফলাফলে প্ৰমাণ কৰে যে দক্ষিণ ভাৰতীয় পুৰুষৰ শুক্ৰাণুৰ মান বিগত ১৭ বছৰ অপৰিবৰ্তিত আছে৷ যদিও পুৰুষ বন্ধ্যাত্ব বাঢ়িছে সেয়া কিন্তু অন্য কাৰণেও হব পাৰে৷ যেনে জীৱনযাত্ৰা, মানসিক চাপ বা খাদ্যভাষ৷ জাৰ্মান সহগৱেষক ষ্টোফেন শ্লাটে কয়, ‘এই গৱেষণাই বিশ্বজুৰি শুক্ৰাণু সংকটৰ ধাৰণাক প্ৰশ্নৰ মুখলৈ ঠেলি দিছে৷ পুৰুষৰ উৰ্বৰতা বুজাৰ বাবে আঞ্চলিক তথ্য বিশ্লেষণ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷’

কিয় এই গৱেষণা গুৰুত্বপূৰ্ণ?

এই গৱেষণা কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ উৰ্বৰতা গৱেষণাৰ ক্ষেত্ৰতো তাৎপৰ্যপূৰ্ণ৷ য’ত পৰিবেশ দূষণ, ষ্ট্ৰেছ আৰু অস্বাস্থ্যকৰ জীৱনযাপনক শুক্ৰাণুৰ মান হ্ৰাসৰ বাবে দায়ী কৰা হৈছে৷ তাতেই দক্ষিণ ভাৰতত স্থিতিশীল ফলাফলে ভৱিষ্যতৰ বাবে আশাৰ কিৰণো আনিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

April 24, 2026
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড
অসম

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

April 24, 2026
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?
জীৱনশৈলী

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

April 24, 2026
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?
জীৱনশৈলী

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

April 24, 2026
Next Post
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.