• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

4 months ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

21 minutes ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

42 minutes ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

1 hour ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

18 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

19 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

19 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

20 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

21 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

21 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

22 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

23 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

editor by editor
April 25, 2026
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অফিচ আহিয়েই দৈনিক একাপ চাহ নিশ্চয় খায়৷ যদি কাঁচৰ কাপত খাই তেন্তে সমস্যা নাই৷ কিন্তু যদি প্লাষ্টিক বা কাগজৰ কাপত খায় তেতিয়াই বিপদ৷ গৱেষণাই কৈছে প্ৰতিদিনে গড়ে তিনিকাপ চাহ খালে ৭৫,০০০ মাইক্ৰপ্লাষ্টিক কণা চাহৰ সৈতে সোমাই যায় শৰীৰত৷ তেনেকৈ প্লাষ্টিকৰ বটলত থকা বটলৰ পৰা পানী খালে পানীৰ সৈতে শৰীৰত প্লাষ্টিকৰ সূক্ষ্ম কণা সোমাই পৰে৷ দৈনিক ব্যৱহাৰ কৰা এনে কিছু সামগ্ৰী আছে যাৰ পৰা প্লাষ্টিকৰ সূক্ষ্ম কণা বা মাইক্ৰোপ্লাষ্টিক শৰীৰত সোমাই তেজৰ সৈতে মিহলি হৈ যায়৷

পানীৰ বটল

প্লাষ্টিকৰ বটলত থকা পানী খালে কেইবা হাজাৰ মাইক্ৰপ্লাষ্টিক সোমাই পৰে শৰীৰত৷ কেৱল প্লাষ্টিকৰ পানীৰ বটলেই নহয়, দোকানৰ পৰা খোৱা শীতল পানীয়, বিয়েৰ, চডা বা ৱাইনৰ বটলতো অগণিত প্লাষ্টিক পোৱা গৈছে৷ এইসমূহ শৰীৰত সোমাই তেজত মিহলি হৈ পৰে৷ তাৰপিছতেই লাহে লাহে মস্তিষ্কলৈ যায়৷ ধীৰে ধীৰে মস্তিষ্কৰ কোষ নষ্ট কৰিবলৈ আৰম্ভ কৰে৷ যাৰ প্ৰভাৱ পৰে শৰীৰৰ বাকী অংগসমূহত৷

টি-বেগ

টি বেগতো প্লাষ্টিক থাকে৷ বহু ব্ৰেণ্ডৰ টি বেগত সূক্ষ্ম সূক্ষ্ম প্লাষ্টিকৰ কণা পোৱা গৈছে৷ কেৱল সেয়াই নহয় আৰু নানান ধৰণৰ ৰাসায়নিকো পোৱা গৈছে যিয়ে মানৱশৰীৰৰ বাবে বিপজ্জনক৷ কিছু টি বেগ তৈয়াৰ কৰা হয় প্লাষ্টিকেৰেই৷ সাধাৰণতে তিনি ধৰণৰ প্লাষ্টিক ইয়াত ব্যৱহাৰ হয়৷ পৰিপ্ৰপেলিন, নাইলন-৬ আৰু চেলুলয়জ৷ প্লাষ্টিকৰ টি বেগ যেতিয়া গৰম পানীত ডুবাই দিয়া গয় তেতিয়া তাৰপৰা সূক্ষ্ম প্লাষ্টিকৰ কণা মিহলি হৈ পৰে পানীত৷

নিমখ আৰু চেনীৰ পৰা

সমুদ্ৰতো প্লাষ্টিকৰ আৱৰ্জনা মিহলি হৈ পৰে৷ সমুদ্ৰৰ পানীৰ পৰা যি নিমখ তৈয়াৰ হৈছে তাতো অণুপ্লাষ্টিক পোৱা গৈছে৷ কেৱল খোলা বজাৰতেই নহয়, অনলাইনতো যি নিমখ আৰু চেনী বিক্ৰী হয় সেইসমূহত প্লাষ্টিকৰ অস্তিত্ব পোৱা গৈছে৷ সমীক্ষাই জনাইছে চেনীতকৈ বেছি নিমখত এই ক্ষুদ্ৰ প্লাষ্টিক কণাৰ উপস্থিতিৰ পৰিমাণ বেছি৷  

প্লাষ্টিকৰ পাত্ৰ

ব্যৱহাৰৰ সুবিধাৰ বাবে বাটি, কাঁহীও আজিকালি বহুতে প্লাষ্টিকেই ব্যৱহাৰ কৰে৷ বিশেষকৈ মাইক্ৰৱেভ অভেনতো প্লাষ্টিকৰ বাটিত বা পাত্ৰত খাদ্য গৰম কৰাৰ প্ৰৱণতা ভীষণ ক্ষতিকৰ৷ ইয়াৰোপৰি ক’লা প্লাষ্টিকৰ বাটি বা কাঁহীত গৰম খাদ্য দিয়া হয় বহু ৰেষ্টুৰেণ্টত৷ তাৰপৰাও শৰীৰত প্লাষ্টিকৰ কণা সোমাই পৰে৷

প্ৰক্ৰিয়াজাত খাদ্য

প্ৰক্ৰিয়াজাত খাদ্য বিগত কেইবাবছৰ ধৰি খুবেই চলিছে৷ নানান ৰাসায়নিক, ৰং আদি দিয়া বুলি নানান সময়ত অভিযোগো আছে৷ প্লাষ্টিকেৰে মেৰিয়াই থোৱা এই সমস্ত খাদ্য একেবাৰেই স্বাস্থ্যকৰ নহয়৷ ইয়াত পুষ্টিগুণৰ যেনেকৈ অভাৱ থাকে তেনেকৈ ইয়াত মিহলি হৈ যায় অতি ক্ষুদ্ৰ প্লাষ্টিককণা৷

নন-ষ্টিকৰ বাচন

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে তেওঁলোকৰ সাম্প্ৰতিক গৱেষণাত দাবী কৰিছে যে ৰন্ধনৰ সময়ত ননষ্টিক বাচন ব্যৱহাৰ কৰাটো বেয়া৷ ইয়াৰ পৰা অনৰ্গল বাহিৰ হৈ থাকে হাজাৰ হাজাৰ প্লাষ্টিক কণা৷ ননষ্টিক পেনত ৰন্ধনৰ সময়ত ষ্টিলৰ হেতা ব্যৱহাৰ কৰিলে বা ধৰাল কিছু সামগ্ৰীয়ে যদি লৰোৱা হয় তেতিয়া তাৰ পৰা বাহিৰ হয় ৯০০০ মাইক্ৰপ্লাষ্টিক৷ আৰু যদি কোনোধৰণে বাচনবিধ পুৰি যায় তেতিয়া তাৰ ওপৰৰ আৱৰণ উঠি যায়৷ তেতিয়া প্ৰতিবাৰে অন্তত কমেও ২০-৩০ লাখ বিষাক্ত প্লাষ্টিকৰ কণা বাহিৰলৈ ওলাই খাদ্যত মিহলি হৈ পৰে৷

প্লাষ্টিকৰ পেকেজিং

প্লাষ্টিকৰ পেকেটত অনা খাদ্যতো সোমাই থাকে মাইক্ৰপ্লাষ্টিক৷ নানান মছালাৰ পেকেটৰ ভিতৰতো প্লাষ্টিকৰ কণা পোৱা গৈছে৷ প্লাষ্টিকৰ পেকেটত অনা গাখীৰ বা চিজতো পোৱা গৈছে মাইক্ৰপ্লাষ্টিক৷ প্লাষ্টিকৰ পেকেট পলিইথিলি আৰু পলিপ্ৰপেলিন বেছি পৰিমাণে পোৱা যায়৷ এইসমূহ থাৰ্মোপ্লাষ্টিক পলিমাৰ যি ফুড পেকেজিঙৰ সময়ত কামত লাগে৷ এইসমূহৰ পৰা সূক্ষ্ম প্লাষ্টিকৰ কণা বাহিৰ হৈ খাদ্যত মিহলি হৈ পৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু
বিনোদন

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
Next Post
শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.