• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও। ১৮ বছৰ হ’লে পুত্ৰ সন্তানেও এৰিবলগীয়া হয় গাঁও

পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও। ১৮ বছৰ হ’লে পুত্ৰ সন্তানেও এৰিবলগীয়া হয় গাঁও

5 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

7 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

8 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

9 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

9 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

10 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

10 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

11 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

11 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

12 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

13 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

13 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও। ১৮ বছৰ হ’লে পুত্ৰ সন্তানেও এৰিবলগীয়া হয় গাঁও

editor by editor
January 8, 2021
in বিবিধ
0
পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও। ১৮ বছৰ হ’লে পুত্ৰ সন্তানেও এৰিবলগীয়া হয় গাঁও
0
SHARES
25.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কেনিয়াৰ এখন ভিতৰুৱা গাঁও চাম্বৰু৷ এই গাঁৱত চাম্বৰু আদিবাসীসকলে বাস কৰে৷ বিশ্বৰ অন্যান্য প্ৰান্তৰ আদিবাসী মহিলাসকলৰ দৰেই চাম্বৰু মহিলাসকলো সমাজৰ পিছপৰা শ্ৰেণীত আছিল৷ তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ‍্য কৰা হৈছিল৷ চাম্বৰু পুৰুষতান্ত্ৰিক সমাজে মহিলাসকলক প্ৰায় নিজৰ ইচ্ছামতে ব‍্যৱহাৰ কৰিছিল৷ কিছু সামাজিক কু-প্ৰথাৰ বাবে মহিলাসকলক যৌনাংগ হানি কৰা হৈছিল৷ জোৰ কৰি নাবালিকাক বিয়াও দিয়া হৈছিল৷ আনকি একাধিক পুৰুষৰ ধৰ্ষণৰ বলি হৈছিল মহিলাসকল৷ মহিলাসকলৰ কথা শুনাৰ বাবে কোনো নাছিল৷ আনকি স্বামীৰ ইচ্ছা হ’লে স্ত্ৰীক হত্যাও কৰিব পাৰিছিল৷ মহিলাসকলৰ বাবে এনেধৰণৰ নিষ্ঠুৰ আছিল পুৰুষতান্ত্ৰিক সমাজখন৷ এনেধৰণৰ নিৰ্যাতন সহ্য কৰি কৰি এসময়ত মহিলাসকল বিদ্ৰোহী হৈ উঠিছিল আৰু তাৰ পাছতেই গঢ়ি উঠিছিল মহিলাসকলৰ এখন গাঁও ‘উমোজা’৷ যিখন গাঁৱত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ৷ ১৯৯০ চনত ৰেবেকা ললুচলু নামৰ নিৰ্যাতিতা মহিলা বিতাড়িত আৰু কেইবাগৰাকী মহিলাক লৈ এই পুৰুষমুক্ত গাঁও গঢ়ি তোলা হৈছিল৷ ৰেবেকা নিজেও এগৰাকী নিৰ্যাতিতা আছিল৷ চাম্বৰুত নিযুক্ত সেনাই নিৰ্যাতন চলাইছিল মহিলাসকলৰ ওপৰত৷ যেতিয়াই তেতিয়াই মহিলাসকলক জোৰ জবৰদস্তি লৈ গৈ ধৰ্ষণ কৰিছিল৷ একে সময়তে প্ৰায় ডেৰ হাজাৰ চাম্বৰু মহিলা ধৰ্ষিতা হৈছিল৷ সেই দলত আছিল ৰেবেকা ললুচলু৷ এনে আশ্ৰয়হীন ১৫ গৰাকী মহিলাক লৈ আশ্ৰয় দিয়া হ’ল ‘উমোজা’ গাঁৱত৷ এই গাঁৱত কেৱল মাত্ৰ মহিলাৰ কথাই চলে৷ বহু অন্তঃসত্বা মহিলাই আশ্ৰয় লাভ কৰে এই গাঁৱত৷ কিন্তু যদি পুত্ৰ সন্তানৰ জন্ম হয় তেতিয়াহ’লে ১৮ বছৰলৈকে সেই সন্তান ‘উমোজা’ গাঁৱত থকাৰ অনুমতি পায়৷ ১৮ বছৰৰ পিছত গাঁৱ এৰিবলগীয়া হয় সন্তানটিয়ে৷ ‘উমোজা’ মহিলাসকলৰ সকলো ঠাইলৈ যোৱাৰ অনুমতি আছে৷ বজাৰ কৰিব পাৰে, ঘূৰিব পাৰে, ফুৰিব পাৰে, সকলো কৰিব পাৰে মহিলাসকলে৷ এতিয়া এই গাঁওখন সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ ঠাই হৈ পৰিছে৷ পৰ্যটকৰ অন‍্যতম আকৰ্ষণৰ স্থান হৈ পৰিছে ‘উমোজা’৷ পৰ্যটন শিল্প গঢ়ি উঠাৰ ফলত তেওঁলোকৰ উপাৰ্জনৰ পথ মুকলি হয়৷ সমস্ত দিশৰ পৰা স্ব-নিৰ্ভৰ হৈ পৰে মহিলাসকল৷ ‘উমোজা’ৰ সমান্তৰালভাৱে পুৰুষসকলেও এখন গাঁও গঢ়ি তুলি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল৷ পৰ্যটকসকলৰ বাবে ‘উমোজা’লৈ নাযায় আৰু মহিলাসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে তাৰ চেষ্টা চলাইছিল পুৰুষসকলে৷ কিন্তু পুৰুষ গাঁৱৰ সেই পৰিকল্পনা সাৰ্থক নহ’ল৷ ‘উমোজা’ৰ বৃদ্ধি পোৱা জনপ্ৰিয়তা পুৰুষসকলৰ বাবে হিংসাৰ কাৰণ হৈ পৰিছিল৷ একাধিকবাৰ ‘উমোজা’ত আক্ৰমণ কৰি ঘৰ-বাৰী ভাঙি পেলাইছিল পুৰুষসকলে৷ মাটি-বাৰী দখল কৰাৰো চেষ্টা কৰিছিল পুৰুষসকলে৷ কিন্তু সফল নহ’ল পুৰুষ গাঁও৷ কাৰণ এই খবৰ বিয়পি পৰাৰ লগে লগে ‘উমোজা’বাসীৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি আহিল কেনিয়াৰ সংস্কৃতি মন্ত্ৰালয়৷ অৰ্থৰে সহায় আগবঢ়োৱাৰ লগতে মহিলাসকলক প্ৰশিক্ষণো দিয়া হয়৷ শেহতীয়াকৈ চাম্বাৰুৰ পুৰুষসকলক ‘উমোজা’ত প্ৰৱেশৰ অনুমতি দিয়া হৈছে৷ কিন্তু কেৱল মাত্ৰ ফুৰি ঘূৰি অহাৰ বাবেহে৷ নিশা যাপনৰ কোনো অনুমতি দিয়া নাই পুৰুষসকলক৷ ২০১৫ চনত লোকগণনা হৈছিল গাঁওখনত৷ সেই অনুযায়ী ৪৭ গৰাকী মহিলা আৰু কেইটামান শিশু আছিল গাঁওখনত৷ ‘উমোজা’ত শিশুসকলৰ বাবে এখন বিদ‍্যালয়ো নিৰ্মাণ হৈছে৷ ২০১৫ চনত কেনিয়ালৈ আহিছিল বাৰাক ওবামা৷ ‘উমোজা’ৰ এই গাঁৱত ঘূৰি আপ্লুত হৈছিল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
Next Post
গুৱাহাটীৰ ৰাজপথত এইবোৰ কাৰ ফটো?

গুৱাহাটীৰ ৰাজপথত এইবোৰ কাৰ ফটো?

আদালতে কিয় নাকচ কৰিলে অখিল গগৈৰ জামিন আৱেদন?

আদালতে কিয় নাকচ কৰিলে অখিল গগৈৰ জামিন আৱেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.