• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

2 weeks ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

10 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

17 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

51 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক...

editor by editor
August 2, 2026
in প্ৰযুক্তি, বিবিধ, লেখা
0
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভুল মোবাইল নম্বৰত ৰিচাৰ্জ কৰিলে সকলোৱে চিন্তাত পৰে। জিঅ’ৰ গ্ৰাহকে ধন ঘূৰাই পোৱাৰ সুযোগ লাভ কৰে। ভুলতে আন কাৰোবাৰ মোবাইল নম্বৰত ৰিচাৰ্জ কৰাটো এটা অতি সাধাৰণ সমস্যা। আগতে এনে ভুল হ’লে ধন ঘূৰাই পোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। কিন্তু এতিয়া ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলে তেওঁলোকৰ গ্ৰাহকৰ বাবে ৰিভাৰ্ছ ৰিচাৰ্জৰ সুবিধা আগবঢ়াইছে।

অৱশ্যে কিছুমান চৰ্ত সাপেক্ষে এই সুবিধা উপলব্ধ। সঠিক সময়ত আবেদন কৰিলে ধন ঘূৰাই পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। Jio গ্ৰাহকৰ বাবে জনা গুৰুত্বপূৰ্ণ কথা – যদি আপুনি MyJio এপ ব্যৱহাৰ কৰি ভুল নম্বৰত ৰিচাৰ্জ কৰিছে, তেন্তে সেই ৰিচাৰ্জ ওলোটা কৰিবলৈ আবেদন কৰা সম্ভৱ।

অৱশ্যে কিছুমান গুৰুত্বপূৰ্ণ চৰ্ত আছে – এই সুবিধা কেৱল MyJio এপৰ পৰা কৰা ৰিচাৰ্জৰ বাবে প্ৰযোজ্য। যদি ৰিচাৰ্জ পেটিএম, ফোনপে বা আন কোনো তৃতীয় পক্ষৰ প্লেটফৰ্মৰ পৰা কৰা হয়, তেন্তে এই সুবিধা উপলব্ধ নহ’ব। ৰিচাৰ্জ কৰাৰ লগে লগে ৰিভাৰ্ছলৰ অনুৰোধ কৰিব লাগিব। বিভিন্ন খবৰ অনুসৰি ৰিচাৰ্জ হোৱাৰ প্ৰায় ৩ ঘণ্টাৰ ভিতৰত উভতাই আনিবলৈ অনুৰোধ কৰাৰ সুযোগ পায় গ্ৰাহকে। ইয়াৰ পিছত এই বিকল্প নাথাকে।

ভুল নম্বৰত কৰা ৰিচাৰ্জ উভতাই আনিবলৈ প্ৰথমে MyJio এপটো খুলি আপোনাৰ একাউণ্টত লগ ইন কৰক। তাৰ পিছত এই পদক্ষেপসমূহ অনুসৰণ কৰক— লেনদেনৰ হিষ্ট্ৰীলৈ যাওক। শেহতীয়াকৈ কৰা ভুল ৰিচাৰ্জ নিৰ্বাচন কৰক। যদি ৰিচাৰ্জ উভতাই অনাৰ বিকল্প আছে, “Cancel Plan”ত টেপ কৰক। তাৰ পিছত ৰিচাৰ্জ বাতিল কৰাৰ উপযুক্ত কাৰণ বাছি লওক। ৰিফাণ্ড পদ্ধতি নিৰ্বাচন কৰক আৰু অনুৰোধ জমা দিয়ক।

যদি অনুৰোধ অনুমোদিত হয়, তেন্তে জিঅ’ই ৰিফাণ্ডৰ ধন আপোনাৰ মূল পেমেণ্ট পদ্ধতি বা একাউণ্টলৈ ঘূৰাই পঠিয়াব। এয়াৰটেলৰ গ্ৰাহকে কি কৰা উচিত? যদি ভুলতে এয়াৰটেলৰ নম্বৰত ৰিচাৰ্জ কৰা হয়, তেন্তে এয়াৰটেল থেংকচ এপৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। গ্ৰাহকে সহায়ৰ বাবে ১২১ বা টোল ফ্ৰী ১৯৮ নম্বৰতো ফোন কৰিব পাৰে। Airtel Thanks App ত অভিযোগ দাখিল কৰাৰ পদক্ষেপসমূহ: Airtel Thanks App খোলক আৰু Help & Support অংশলৈ যাওক। “শেহতীয়া ৰিচাৰ্জৰ সৈতে সমস্যাৰ সন্মুখীন হোৱা” বিকল্প নিৰ্ব্বাচন কৰক। তাৰ পিছত “Wrong & Accidental Recharge” বা “Wrong Recharge Reversal” বিকল্পত ক্লিক কৰক। তাত ট্ৰেন্সজেকচন আইডি, ৰিচাৰ্জৰ তাৰিখ, ৰিচাৰ্জৰ পৰিমাণ আৰু ভুল মোবাইল নম্বৰৰ তথ্য দি আবেদন জমা দিব।

ইয়াৰ পিছত এয়াৰটেলে আপোনাৰ আবেদন পৰীক্ষা কৰি নিয়ম অনুসৰি অধিক ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এয়াৰটেলৰ ক্ষেত্ৰত ভুল ৰিচাৰ্জ উভটিব নে নহয় সেয়া নিৰ্ভৰ কৰিব ৰিচাৰ্জ বেলেঞ্চ বা প্লেন ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে নে নাই সেইটোৰ ওপৰত যিটো নম্বৰত ভুল ৰিচাৰ্জ কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Airtelasom live 24jioMobile Reacharge
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
Next Post
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ'ব আপোনাৰ বেংক একাউণ্ট!

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.