• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

2 minutes ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

16 minutes ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

38 minutes ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

50 minutes ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

2 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

2 hours ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

3 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

3 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

4 hours ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

4 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

5 hours ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

5 hours ago
তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন...পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

editor by editor
May 4, 2026
in অসম, জীৱনশৈলী, ৰাজনীতি
0
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভৱামতে একোৱেই নহ’ল৷ সপোন আধৰুৱা হ’ল৷ যোৰহাটবাসীয়ে যোগ্য জনপ্ৰতিনিধি বুলি মানি নল’লে গৌৰৱ গগৈক৷ তাৰেই প্ৰমাণ গৌৰৱৰ দৰে জনপ্ৰিয় প্ৰাৰ্থীৰ প্ৰায় ২৩হাজাৰৰো অধিক ভোটত পৰাজয়বৰণ৷ এই পৰাজয়ক বিনম্ৰতাৰে গ্ৰহণো কৰিছে গৌৰৱ গগৈয়ে৷ গৌৰৱে এই পৰাজয়ক লৈ সামাজিক মাধ্যমত লিখিছে দীঘলীয়া পোষ্ট৷
গৌৰৱে লিখিছে,‘আজি ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰকাশ পোৱা অসমবাসী ৰাইজৰ ৰায় আমি সম্পূৰ্ণ বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু এই নিৰ্বাচনত আমাৰ পৰাজয় স্বীকাৰ কৰিছোঁ। লগতে, যিসকল ভোটাৰ ৰাইজে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ ওপৰত বিশ্বাস ৰাখি ভোটদান কৰিলে, তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এই নিৰ্বাচনত জয়লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ, তেওঁলোকে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰি ৰাজ্যখনৰ উন্নতি, শান্তি আৰু সমৃদ্ধিৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰিব।
আমি এই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগন্তুক দিনসমূহত আত্মবিশ্লেষণ কৰি দলক শক্তিশালী কৰি তোলাৰ লগতে অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে ৰাইজৰ সেৱাত নিয়োজিত হ’ম। যোৰহাটৰ ৰাইজে দিয়া সিদ্ধান্তও মই নতশিৰে গ্ৰহণ কৰিছোঁ। ৰাইজৰ জনাদেশ অনুসৰি আমি এক দায়িত্বশীল বিৰোধী দল হিচাপে নিষ্ঠাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিম। চৰকাৰৰ ভাল কামত আমি সহযোগ কৰিম আৰু চৰকাৰৰ জনবিৰোধী নীতি সমূহৰ ক্ষেত্ৰত আমি সদায়েই ৰাইজৰ পক্ষত থাকি বিৰোধীতা কৰি যাম।
নিৰ্বাচনী প্ৰচাৰৰ সময়চোৱাৰ লগতে বিগত কেইবামাহ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাৰ প্ৰতি যি অকৃত্ৰিম মৰম, চেনেহ আৰু আশীৰ্বাদ প্ৰদান কৰিলে তাৰ বাবে আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই অটল বিশ্বাস, সমৰ্থন আৰু উৎসাহেই আমাৰ আগবাঢ়ি যোৱাৰ শক্তি।
ইয়াৰ লগতে, এই নিৰ্বাচনত দিন-ৰাতি একাকাৰ কৰি বিৰোধী মিত্ৰজোঁটৰ অংশ হিচাপে দলৰ বাবে নিষ্ঠাৰে কাম কৰা প্ৰতিগৰাকী কৰ্মীলৈ আমি আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ আৰু অটল বিশ্বাসেই আমাৰ শক্তিৰ মূল ভিত্তি। কঠিন পৰিস্থিতিৰ মাজতো আপোনালোকে যি ধৈৰ্য্য, একতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে, সেয়া আমাৰ বাবে সদায়েই প্ৰেৰণা আৰু সাহসৰ বিষয় হৈ থাকিব। আগন্তুক দিনবোৰতো আপোনালোকৰ আশীৰ্বাদ, সহযোগিতা আৰু সমৰ্থন লাভ কৰিম বুলি আশা কৰিলোঁ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ। কিন্তু আদৰ্শৰ এই যুঁজখনত আমি সদায়েই অটল থাকিম আৰু ৰাইজৰ স্বাৰ্থ, অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিম। পৰৱৰ্তী সময়ত দলৰ শীৰ্ষ নেতৃত্বই দলৰ যি দায়িত্ব পালন কৰিবলৈ দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই সাজু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব
ভাৰত

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

May 4, 2026
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা
অসম

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ
অসম

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

May 4, 2026
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

May 4, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.