• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

2 months ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

2 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

2 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

3 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

3 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

4 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

5 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

16 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

17 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

17 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

18 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

19 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

editor by editor
May 5, 2026
in জীৱনশৈলী, ভাৰত, লেখা
0
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, গ্ৰহৰ বিশেষ অৱস্থানৰ ফলত বিভিন্ন ধৰণৰ যোগ তৈয়াৰ হয়, যিয়ে মানুহৰ জীৱনত ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱেই পেলাব পাৰে৷ আগন্তুক ৫ জুন শুকুৰবাৰে নিশা ১১ বাজি ১১ মিনিটত সাহস, শক্তিৰ প্ৰতীক গ্ৰহ মঙ্গল আৰু কৰ্মফলৰ কাৰক শনিয়ে এটাই আনটোৰ সৈতে ৩০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ যাৰ ফলত তৈয়াৰ হ’ব দ্বিদ্বাদশ দৃষ্টি যোগ৷ বৈদিক জ্যোতিষত এই যোগ অত্যন্ত শুভ বুলি ধাৰণা কৰা হৈছে৷ যি প্ৰায় একৰ পৰা দুসপ্তাহ পৰ্যন্ত সক্ৰিয় থাকিব পাৰে৷ জুন মাহৰ এই যোগত ভাগ্যোদয় হব চাৰি ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে এই যোগ অত্যন্ত লাভজনক হ’ব পাৰে৷ দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাব৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব পাৰে৷ শত্ৰু চিনিব পাৰিব৷ ফলত তেওঁলোকৰ সৈতে মোকাবিলা কৰাও সহজ হৈ পৰিব৷ আৰ্থিক সমস্যা দূৰ হব৷ ব্যৱসায় ক্ষেত্ৰত হঠাৎ লাভৰ সম্ভাৱনা আছে৷ মানসিক শান্তিও বৰ্তি থাকিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবেও এই যোগে শুভ ফল কঢ়িয়াই আনিব৷ কঠিন কামত আপোনাৰ বন্ধুৰ সহায় পাব৷ যিসকল ব্যৱসায়ৰ সৈতে যুক্ত তেওঁলোকৰ বাবেও এই সময় অত্যন্ত লাভজনক হব৷ চাকৰি সংক্ৰান্তিয় দীৰ্ঘদিনৰ সমস্যাৰ সমাধান হব পাৰে৷ পুৰণি ৰোগ ব্যাধিৰ পৰা মুক্তি লাভৰ সম্ভাৱনা আছে৷ আয়ৰ একাধিক উৎস তৈয়াৰ হব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে এই যোগে সৌভাগ্য কঢ়িয়াই আনিব পাৰে৷ হেৰাই যোৱা কোনো মূল্যবান সামগ্ৰী উভতাই পোৱাৰ সম্ভাৱনা আছে৷ সৰ্বক্ষেত্ৰত জীৱনসংগীৰ পূৰ্ণ সমৰ্থন পাব৷ পৰিয়ালত আনন্দৰ পৰিবেশ বৰ্তি থাকিব৷ কম দূৰত্বৰ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আত্মবিশ্বাস বাঢ়িব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই যোগে ইতিবাচক ফল দিব৷ ঘৰত কোনো শুভ বা মাংগলিক কামৰ আয়োজন কৰা হব পাৰে৷ পূৰ্বে কৰা কামৰ পৰা ভাল ফল লাভৰ সম্ভাৱনা আছে৷ স্থাবৰ সম্পত্তি লাভৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত বৃহৎ বিনিয়োগৰ সুযোগ আহিব পাৰে৷ যি ভৱিষ্যতে লাভজনক হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
Next Post
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.