• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

2 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

13 minutes ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

43 minutes ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

1 hour ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

1 hour ago
হাই চিকিউৰিটি জ’নত কেনেকৈ ভাইৰেল NEET-UG ৰ প্ৰশ্নকাকত? পোহৰলৈ আহিছে আচৰিত তথ্য

হাই চিকিউৰিটি জ’নত কেনেকৈ ভাইৰেল NEET-UG ৰ প্ৰশ্নকাকত? পোহৰলৈ আহিছে আচৰিত তথ্য

2 hours ago
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

2 hours ago
বাঢ়িব নেকি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য? RBI ৰ গৱৰ্ণৰে দিছে ইংগিত

বাঢ়িব নেকি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য? RBI ৰ গৱৰ্ণৰে দিছে ইংগিত

3 hours ago
মহিলাৰ PCOS ৰ আটাইতকৈ ডাঙৰ কাৰণ কি? ই বন্ধ্যাত্বৰ কাৰণ নেকি জানক

মহিলাৰ PCOS ৰ আটাইতকৈ ডাঙৰ কাৰণ কি? ই বন্ধ্যাত্বৰ কাৰণ নেকি জানক

3 hours ago
CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ

CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ

4 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

১৫ নে ১৬ মে’ত শনি জয়ন্তী? শনিৰ কোপদৃষ্টিৰ পৰা থাকক আঁতৰত

4 hours ago
বাৰে বাৰে পেটৰ সমস্যা? কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি জানক

বাৰে বাৰে পেটৰ সমস্যা? কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি জানক

5 hours ago
মহিলাৰ PMOS ৰোগ কি? PCOS আৰু PMOS একে নেকি জানক

মহিলাৰ PMOS ৰোগ কি? PCOS আৰু PMOS একে নেকি জানক

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

editor by editor
May 13, 2026
in অসম, জীৱনশৈলী, ৰাজনীতি
0
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
0
SHARES
911
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰাখণ্ডৰ পাছতেই অসমতো UCC বিল আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতেই সংবাদমেল অনুষ্ঠিত কৰি UCC লাঘু কৰাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ভাৰতত ইউনিফৰ্ম চিভিল কোড অনা প্রথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড আৰু অচিৰেই এই তালিকাত দ্বিতীয় ৰাজ্য হোৱাৰ দিশে অসম। ২৬ মে তাৰিখে সদনত উপস্থাপন কৰা হ’ব ইউনিফৰ্ম ছিভিল কোড৷ এই বিলত একাধিক বিষয়ৰ কথা উল্লেখ কৰা হৈছে। বিবাহ, সম্পত্তিৰ উত্তৰাধিকাৰ, তুলি লোৱা সন্তান আদি সকলোবোৰকেই এই বিলত সামৰি লোৱা হৈছে। এই বিলৰ অধীনত কি কি উল্লেখ আছে?

লৰা-ছোৱালী সকলোৱে পাব সম্পত্তিৰ সমান অধিকাৰ
অভিন্ন দেৱানী বিধি বিল অনুসৰি, লৰা, ছোৱালী সকলোৱে সম্পত্তিৰ সমান ভাগ পাব। প্ৰত্যেক অৰ্থনৈতিক আৰু সামাজিক বৰ্গত এই নিয়ম লাঘু হ’ব।

বিবাহ বহিৰ্ভূত সন্তানেও পাব যথাযথ মৰ্যাদা
বিবাহিতা স্ত্ৰীৰ সন্তান অথৱা বিবাহ বহিৰ্ভূত সন্তান, দুজনৰেই পিতৃৰ সম্পত্তিৰ ওপৰত সমান অধিকাৰ থাকিব। বিবাহ বহিৰ্ভূত সন্তান থাকিলে তেঁওলোকৰো উত্তৰাধিকাৰৰ মৰ্যাদা থাকিব। প্ৰত্যেক সন্তানকেই বায়লজিকেল হিচাপে পৰিচয় দিব লাগিব পিতৃয়ে। সম্পৰ্ক থাকক নাথাকক, বিবাহ বহিৰ্ভূত সন্তানকো পৰিচয় আৰু মৰ্যাদা দিব লাগিব এই বিলৰ আওতাত।

তুলি লোৱা সন্তানেও পাব সমান অধিকাৰ
ইউনিফৰ্ম চিভিল কোড অনুসৰি তুলি লোৱা সন্তান, চেৰোগেছি কিম্বা IVF পদ্ধতিৰে জন্ম হোৱা সন্তানৰ মাজতো কোনো পাৰ্থক্য ৰাখিব নোৱাৰিব। বায়লজিকেল পদ্ধতিৰে জন্ম লোৱা সকলো সন্তানেই সমান।

মৃত্যুৰ পাছত সম্পত্তিৰ অধিকাৰ
কোনো ব্যক্তিৰ মৃত্যু হ’লে তেওঁৰ পত্নী আৰু সন্তানক সম্পত্তিৰ সমান অধিকাৰৰ পৰা কোনোৱে বঞ্চিত কৰিব নোৱাৰিব। ইয়াৰোপৰি মৃত ব্যক্তিৰ পিতৃ-মাতৃয়েও তেওঁৰ সম্পত্তিত সমান অধিকাৰ পাব। এই নিয়ম পূৰ্বতকৈ সম্পূৰ্ণ পৃথক। পূৰ্বে মৃতকৰ সম্পত্তিৰ ওপৰত কেৱল মাতৃৰ হে অধিকাৰ আছিল।

লীভ ইন ৰিলেশ্ব্যনচিপ বন্ধ হ’ব
লীভ ইন ৰিলেশ্ব্যনচিপ নৈতিকতাৰ বিৰুদ্ধ কাম। যদি এজন সংগী বিবাহিত হৈয়ো অন্যৰ সৈতে সম্পৰ্ক ৰাখে, এজন সংগী যদি নাৱালক হয়, বলপূৰ্বক কোনোবাই যদি কাৰোবাক সংগী কৰে, কাৰোবাক যদি ভুৱা পৰিচয়েৰে প্ৰতাৰণা কৰে তেন্তে কাৰাগাৰলৈ যোৱাৰ বাট নিশ্চিত।

UCC-অনাৰ প্ৰধান উদ্দেশ্য কি?
এই অভিন্ন দেৱানী বিধিৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশত এক নিৰ্দিষ্ট আইনী পৰিকাঠামো গঠন কৰা। যি পৰিকাঠামোৱে দেশৰ সমস্ত ৰাজ্যৰ নাগৰিকৰ বিবাহ, বিচ্ছেদ, সম্পত্তিৰ অধিকাৰৰ দৰে বিষয়সমূহত সমান আইনী অধিকাৰ প্ৰদান কৰে। ধৰ্ম, বৰ্ণ আৰু আৰ্থিক বৰ্গ নিৰ্বিশেষে এই নিয়ম সকলোৰে বাবে লাঘু হ’ব। ৰিপৰ্ট অনুসৰি এই বিলত বহুবিবাহ নিষিদ্ধ কৰাৰ কথাও উল্লেখ আছে। বাল্যবিবাহ সমস্ত ধৰ্মৰ বাবেই বন্ধ কৰাৰ কথাও উল্লেখ আছে এই বিলত। প্ৰত্যেক ধৰ্মৰ বিবাহযোগ্য তৰুমীৰ বাবেই বিবাহৰ এক নিৰ্দিষ্ট বয়স ধ্যৰ্য কৰি দিয়া হ’ব।

উল্লেখ কৰা প্ৰয়োজন যে জনজাতীয় লোকসকলক অভিন্ন দেৱানী বিধিৰ পৰা আঁতৰত ৰখা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?
জীৱনশৈলী

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

May 13, 2026
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?
জীৱনশৈলী

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

May 13, 2026
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত
জীৱনশৈলী

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

May 13, 2026
Next Post
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.