• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

2 hours ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

22 minutes ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

55 minutes ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

1 hour ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

3 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

3 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

4 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

4 hours ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

5 hours ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

5 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

5 hours ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

20 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

editor by editor
May 14, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সময় সলনি হৈছে, সলনি হৈছে প্ৰেমৰ ভাষাও৷ এসময়ত ভালপোৱা মানেই আছিল দীৰ্ঘ অপেক্ষা৷ লুকাই লুকাই চিঠি পঢ়া কিংবা দিনত এবাৰ নিৰ্দিষ্ট সময়ত ফোনৰ বাবে অপেক্ষা কৰা৷ সেই স্থানৰ পৰা সময় এতিয়া পৰিবৰ্তন হৈছে৷ ছচিয়েল মিডিয়া, ভিডিঅ’ কল আৰু ডেটিং এপ৷ কেইবাছেকণ্ডতেই নতুন মানুহৰ সৈতে আলাপ হৈছে, সম্পৰ্ক গঢ়ি উঠিছে অতি সহজেই৷ পৃথিৱীৰ যিকোনো প্ৰান্তৰ মানুহৰ সৈতে কানেক্ট কৰাও এতিয়া তেনেই সহজ হৈ পৰিছে৷

কিন্তু এই সহজৰ মাজতো লুকাই আছে এক অদ্ভুত ক্লান্তি৷ দিনজুৰি ছোৱাইপ কৰা, নতুন মানুহৰ সৈতে কথা পতা, কেইবাদিনৰ লেথাৰিকৈ যোগাযোগ কৰাৰ পাছত হঠাৎ সম্পৰ্ক শেষ কৰা এই সকলোবোৰ অভিজ্ঞতা বহুতৰে বাবে এক মানসিক চাপো হৈ উঠিছে৷ বৰ্তমান সম্পৰ্কসমূহত কেৱলমাত্ৰ পাৰফেক্ট দেখুওৱা মানুহতকৈ জেন জিয়ে বিচাৰিছে মানসিক শান্তি, স্বস্তি আৰু সঁচা কানেকছন৷

বৰ্তমান সময়ত ঘোষ্টিং, বেঞ্চিং বা ৰোষ্টাৰ ডেটিঙৰ দৰে শব্দসমূহ খুবেই পৰিচিত হৈ উঠিছে৷ কাৰোবাৰ সৈতে নিয়মিত কথা কোৱাৰ পাছত হঠাৎ কোনো কাৰণ অবিহনেই যোগাযোগ বন্ধ কৰি দিয়া সেয়াই সহজ ভাষাত ঘোষ্টিং৷ আকৌ কাৰোবাক সম্পূৰ্ণৰূপে গুৰুত্ব নিদি অপশ্ব্যন হিচাপে ধৰি ৰখাকে কোৱা হয় বেঞ্চিং৷ আৰু একেলগে একাধিক মানুহৰ সৈতে সম্পৰ্কৰ সম্ভাৱনা খোলা ৰখাই ৰোষ্টাৰ ডেটিং৷

এই ট্ৰেণ্ডসমূহে প্ৰকৃততে বুজাই দিছে যে কেৱল এট্ৰাকছন বা পাৰফেক্ট কাপল ইমেজ দি সম্পৰ্ক টিকি নাথাকে৷ আৰু সেই কাৰণেই জেন জিয়ে এতিয়া সম্পৰ্কক লৈ নতুনকৈ ভাৱিবলৈ আৰম্ভ কৰিছে৷ তেওঁলোকে এতিয়া এনে এজন মানুহ বিচাৰে যাৰ সন্মুখত পৃথককৈ অভিনয় কৰি জীয়াব নালাগে৷ ভাল হওক বা বেয়া সকলো কথাই মন খুলি পাতিব পাৰে৷

ধৰক, ছচিয়েল মিডিয়াত বহুতেই নিজকে খুবেই পাৰফেক্ট হিচাপে তুলি ধৰিছে৷ কিন্তু বাস্তৱত সেয়া নহয়৷ কাৰো জীৱন ইমান মসৃণ হ’ব নোৱাৰে৷ এই ধৰণৰ মানুহ জেন জিয়ে নিবিচাৰে৷ তেওঁলোকে বিচাৰে এনে একোজন মানুহ যাৰ জীৱনত কোনো লুকঢাক নাই৷ যাৰ সন্মুখত নিজৰ সকলো দুৰ্বলতা প্ৰকাশ কৰিব পাৰে৷

সেই কাৰণেই এতিয়া ইমশ্ব্যনেল অনেষ্টি বা মনত সততাৰ গুৰুত্ব ইমান বাঢ়িছে৷ টিণ্ডাৰৰ ইয়াৰ ইন ছোৱাইপ ২০২৫ৰ ৰিপৰ্ট অনুসৰি ৬৪শতাংশ জেন জিয়ে ধাৰণা কৰে, সম্পৰ্কৰ ক্ষেত্ৰত সকলোতকৈ জৰুৰী হৈছে নিজৰ অনুভূতি, পোৱা নোপোৱা আৰু সৎভাৱে কথা ক’ব পৰা৷ অন্য এক সমীক্ষাই জনাইছে যে প্ৰায় ৭৩শতাংশ মানুহে জনাইছে যে তেওঁলোকে তেতিয়াই কাৰোবাক পছন্দ কৰে যেতিয়া সেই মানুহজনৰ সন্মুখত একেবাৰে নিজৰ মতে থকা যায়৷ অৰ্থাৎ এতিয়া প্ৰেমত ইম্প্ৰেছ কৰাতকৈ কমফৰ্ট বহু বেছি গুৰুত্বপূৰ্ণ৷

বিশেষজ্ঞৰ মতে আজিকালি বহুতেই সম্পৰ্কত পাকফৰ্মেটিভ ডেটিঙৰ মাজত ৰৈ যায়৷ অৰ্থাৎ মানুহে বহু সময়ত নিজৰ প্ৰকৃত সত্তাক নহয়, বৰং এনে এক ভাৰ্ছনক তুলি ধৰিব বিচাৰে য’ত অন্যতকৈ নিজকে বেছি এট্ৰাকটিভ দেখে৷ ফলত কোনোৱে নিজৰ পছন্দ-অপছন্দ লুকুৱাই, কাৰোবাৰ হাঁ তে হাঁ মিলাই সম্পৰ্ক ধৰি ৰাখিব খোজে৷ বাহিৰৰ পৰা সকলো ঠিক যেন ধাৰণা হলেও ভিতৰি ভিতৰি এই ধৰণৰ মানুহ ক্লান্ত হৈ গৈ থাকে৷ কাৰণ দীৰ্ঘদিন ধৰি অভিনয় কৰি যোৱা কাৰোপক্ষে সহজ নহয়৷

বিশেষজ্ঞৰ মতে সুস্থ সম্পৰ্কৰ মূল চাবিকাঠি হৈছে নিৰাপত্তা৷ তাত কাকোৱেই পৃথককৈ ইম্প্ৰেছ কৰাৰ প্ৰয়োজন আহি নপৰে৷ বৰং সম্পৰ্কটো এনে হয়, য’ত মানুহে স্বাভাৱিকভাৱেই নিজৰ কথা ক’ব পাৰে, নিজৰ দুৰ্বলতাও প্ৰকাশ কৰিব পাৰে৷ আৰু সেই কাৰণেই এতিয়া বহু তৰুণ-তৰুণীয়ে বাহ্যিকতাতকৈ বিশ্বস্ততা, সন্মান আৰু মানসিক স্বস্তিক বেছি গুৰুত্ব দিছে৷ সমীক্ষাত দেখা গৈছে শাৰীৰিক আকৰ্ষণতকৈ এতিয়া বহুতৰ ওচৰত গুৰুত্বপূৰ্ণ হৈ উঠিছে লয়েলটি আৰু ৰেছপেক্ট৷

তৰুণ প্ৰজন্মই ধীৰে ধীৰে সম্পৰ্কত আগুৱাব খুজেছ বিশেষকৈ জেন জি সকলে৷ প্ৰথমে দীৰ্ঘদিন কথা পতা, তাৰপিছত বিশ্বাস তৈয়াৰ হোৱা, তাৰপিছত ধীৰে ধীৰে নিজৰ গভীৰ অনুভূতিসমূহ ভাগ কৰি লোৱা এই প্ৰৱণতা এতিয়া বহু বেছিকৈ দেখা গৈছে৷ ইয়াত সম্পৰ্ক কেতিয়াও বোজা হৈ নুঠে আৰু মানুহেও নিজকে নিৰাপদ ধাৰণা কৰে৷ বিশেষজ্ঞই কয় যে সুস্থ সম্পৰ্কৰ বাবে দুজন মানুহেই নিঁখুত হোৱাৰ প্ৰয়োজন নাই৷ সকলো বিষয়ত একমত হোৱা সম্পৰ্কৰ লক্ষ্য নহয়৷ নিজৰ মতামতো সন্মানৰ সৈতে জনাব পৰাটো জৰুৰী৷ কাৰণ সম্পৰ্ক তেতিয়াই গভীৰ হয় যেতিয়া দুজনে দুজনৰ সৈতে সন্মানৰ সৈতে বাৰ্তালাপ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব
জীৱনশৈলী

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

May 14, 2026
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?
খাদ্য

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

May 14, 2026
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?
জীৱনশৈলী

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

May 14, 2026
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
Next Post
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.