• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

4 months ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

3 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

4 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

4 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

5 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

5 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

6 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

7 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

7 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

8 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

8 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

9 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

editor by editor
May 14, 2026
in জীৱনশৈলী
0
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিয়ে এটা এটা ৰাশিত মোটামুটি আঢ়ৈ বছৰ অৱস্থান কৰে৷ বৰ্তমান শনি মীন ৰাশিত অৱস্থান কৰিছে৷ তাৰমাজত একাধিকবাৰ নক্ষত্ৰ পৰিবৰ্তন কৰিব কৰ্মফলৰ দেৱতা শনিয়ে৷ আগন্তুক ১৭মে শনিৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ বৈদিক জ্যোতিষ অনুসৰি ৰেৱতী নক্ষত্ৰৰ অধিপতি গ্ৰহ বুধ৷ জানি থওক বুধৰ নক্ষত্ৰত শনি আহিলে কোন ৰাশিত কি প্ৰভাৱ পৰিব?

মেষ ৰাশি

  • এই সময়ত সতৰ্ক থাকিব লাগিব৷
  • কোনো কাম অসম্পূৰ্ণকৈ নাৰাখিব৷
  • অতিৰিক্ত খং ক্ষতিৰ কাৰণ হ’ব পাৰে৷
  • কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷
  • বিদেশ যাত্ৰাৰো যোগ আছে৷

বৃষ ৰাশি

  • মনৰ পুৰণি ইচ্ছা পূৰণ হ’ব পাৰে৷
  • যিকাম বহুদিন ধৰি কৰিব খুজিছিল সেয়া কৰা সম্ভৱ হ’ব৷
  • চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব৷
  • চৰকাৰী চাকৰি লাভৰ যোগ আছে৷

মিথুন ৰাশি

  • চাকৰি আৰু ব্যৱসায়ত প্ৰচুৰ সাফল্য লাভৰ যোগ আছে৷
  • কেৰিয়াৰত সাফল্য আৰু প্ৰতিপত্তি লাভ হ’ব৷
  • শত্ৰুক হৰুৱাব পাৰিব৷
  • মাতৃৰ স্বাস্থ্যৰ দিশত নজৰ ৰাখক৷
  • উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷

কৰ্কট ৰাশি

  • ভাগ্যৰ পূৰ্ণ সহায়তা পাব৷
  • বিৰোধীয়ে আপোনাৰ সন্মুখত শিৰনত কৰিবলৈ বাধ্য হ’ব৷
  • আলস্য ত্যাগ কৰি জীৱনত আগুৱাই যাওক৷
  • বিবাহৰ প্ৰস্তাব আহিব পাৰে৷
  • সকলো সমস্যা ভালকৈ চম্ভালিব পাৰিব৷

সিংহ ৰাশি

  • জীৱনত অভাৱনীয় কিছু ঘটনা ঘটিব পাৰে৷
  • খৰচ বাঢ়িব৷
  • পুৰণি অসম্পূৰ্ণ কামৰ বাবে সমস্যা বাঢ়িব৷
  • আৰ্থিক সংকটৰ মুখত পৰিব৷
  • সম্পৰ্কত তিক্ততা বাঢ়িব৷

কন্যা ৰাশি

  • আইনী যুঁজত জয়ী হ’ব৷
  • চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব পাৰে৷
  • পদোন্নতি লাভৰ আশা আছে৷
  • প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব৷
  • কোনো বন্ধুৱে প্ৰতাৰণা কৰিব পাৰে৷

তুলা ৰাশি

  • প্ৰতিযোগীসকলৰ পৰা আপুনি কেইবাঢাপো আগুৱাই যাব পাৰিব৷
  • চাৰিওফালে কি ঘটিছে সেই দিশত নজৰ ৰাখি সময় নষ্ট নকৰিব৷
  • নিজৰ জীৱনৰ প্ৰতি মনঃসংযোগ কৰক৷
  • ভায়েক বা ভনীয়েকৰ সম্পৰ্কত দুঃসংবাদ পাব পাৰে৷

বৃশ্চিক ৰাশি

  • সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিব৷
  • শিক্ষা, সন্তান আৰু প্ৰেমৰ সম্পৰ্কৰ প্ৰতি বেছিকৈ মনোযোগ দিয়কষ
  • বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই নপৰাই ভাল৷
  • বুজিশুনি খৰচ কৰক৷
  • কাকো অন্ধভাৱে বিশ্বাস নকৰিব৷

ধনু ৰাশি

  • সম্পদ আৰু সুখ লাভ কৰিব৷
  • নতুন বাহন কিনিব পাৰে৷
  • অসুখ, ঋণ আৰু শত্ৰু নাশ কৰিব পাৰিব৷
  • চাকৰি আৰু ব্যৱসায়ত সমস্যা আহিব পাৰে৷

মকৰ ৰাশি

  • আপোনাৰ বাবে ভাল সময়৷
  • পঢ়াশুনাত অৱশ্যে ফল বেয়া হ’ব পাৰে৷
  • হতাশ নহ’ব, চেষ্টা চলাই যাওক৷
  • কোনো সমস্যাকে পাতলকৈ নল’ব৷
  • সন্তান সম্পৰ্কে সুখবৰ লাভ কৰিব৷

কুম্ভ ৰাশি

  • আৰ্থিক লাভৰ সুযোগ পাব৷
  • পৰিয়ালৰ সমৰ্থন আপোনাৰ সৈতে থাকিব৷
  • লাভৱান হ’ব যদিও সংকটো থাকিব৷
  • ধাতুৰ ব্যৱসায় লাভজনক হ’ব৷
  • ধৈৰ্য্য ধৰি কাম কৰক৷

মীন ৰাশি

  • সম্পত্তি সংক্ৰান্তিয় সমস্যাত সোমাই পৰিব পাৰে৷
  • আপোনাৰ গোপন কথা ৰাজহুৱা হ’ব৷
  • পৰিয়ালৰ প্ৰবীণসকলৰ সন্মুখত ডাঙৰ দেখুৱাবলৈ নাযাব৷
  • নিজৰ কামৰ প্ৰতি মনোযোগ দিয়ক৷
  • দাম্পত্য জীৱনৰ প্ৰতি যত্ন লোৱা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!
জীৱনশৈলী

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

September 8, 2026
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই
জীৱনশৈলী

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

September 8, 2026
Next Post
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.