• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

2 months ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

4 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

4 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

5 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

6 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

6 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

7 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

7 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

8 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

10 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

10 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

editor by editor
May 20, 2026
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
নাৰ্ভৰ অসুখে কেতিয়া কাক আক্ৰমণ কৰে সেয়া ক’ব নোৱাৰি৷ কেৱল হাৰ্ট, লিভাৰ কিডনিয়েই নহয়, নাৰ্ভৰ অসুখো সমানে ভয়ংকৰ৷ জটিল নাৰ্ভৰ অসুখত আক্ৰান্ত খোদ বলীউডৰ ভাইজাৰ ছলমান খানো৷ বিগতবছৰ দ্যা গ্ৰেট ইণ্ডিয়ান কপিল শৰ্মাৰ শ্ব’ত নিজেই এই কথা জনাইছে ছলমান খানে৷ কি অসুখত আক্ৰান্ত ছলমান?
ছলমান খানে জনাইছে যে তেওঁ ব্ৰেইন এনিউৰিজম আৰু আৰ্টেৰিঅভেনাছ মেলফৰমেছনত ভূগি আছে৷ ইয়াৰোপৰি ট্ৰাইজেমিনেল নিউৰলজিয়াতো আক্ৰান্ত তেওঁ৷ নামসমূহ তেনেই সাধাৰণ লাগিলেও এই অসুখ কিন্তু ভয়ংকৰ৷ ইয়াৰ উপসৰ্গ কি? কিমান ভয়ানক?

ট্ৰাইজেমিনেল নিউৰেলজিয়া কি?

ই স্নায়ুৰ এক দীৰ্ঘস্থায়ী সমস্যা৷ যাৰ ফলত মুখৰ এক কাষত হঠাৎ তীব্ৰ বৈদ্যুতিক শ্বকৰ দৰে বিষ অনুভূত হয়৷ সাধাৰণতে এই বিষ অলপ সময়ৰ বাবে থাকে৷ কিন্তু অত্যন্ত তীব্ৰ হয়৷ খোৱা, দাঁত ব্ৰাছ কৰা, কথা কোৱা কিংবা পাতল পতাল লাগিলেও এই বিষ বাঢ়ি যায়৷ এই ৰোগে ট্ৰাইজেমিনেল নাৰ্ভক প্ৰভাৱিত কৰে৷ যিয়ে মুখৰ অনুভূতি মস্তিষ্কলৈ লৈ যায়৷

আৰ্টেৰিওভেনাছ মেলফৰমেছন কি?

ই এক বিৰল আৰু সাধাৰণতে জন্মগত সমস্যা৷ য’ত অস্বাবাৱিকভাৱে জঁট লাগে কিছু ৰক্তনলী ধমনি আৰু শিৰা৷ ফলত স্বাভাৱিক কেপিলাৰি নেটৱৰ্ক কাট খাই যায়৷ তেতিয়াই হাইপ্ৰেছাৰ আৰু দ্ৰুতগতিত ৰক্তপ্ৰবাহ হয় দেহত৷ ফলত আশেপাশে টিছ্যুসমূহত প্ৰয়োজনীয় অক্সিজেন গৈ নাপাব পাৰে৷ আৰ্টেৰিওভেনাছ মেলফৰমেছন সকলোতকৈ বেছি দেখা যায় মস্তিষ্ক বা স্পাইনেল কৰ্ডত৷
ছলমান খানে জনাইছে যে বহু বছৰ ধৰি তেওঁ নাৰ্ভৰ এই সমস্যাসমূহৰ সৈতে যুদ্ধ কৰি আছে৷ ইয়াৰোপৰি বলীউডতো কাম চলাই গৈছে৷ প্ৰশ্ন হয় ব্ৰেইন এনিউৰিজম বা আৰ্টেৰিওভেনাছ মেলফৰমেছনত আক্ৰান্ত হ’লে এজন ব্যক্তিয়ে শাৰীৰিক পৰিশ্ৰম কৰিব পাৰেনে?
এই সন্দৰ্ভত চিকিৎসকে কয় যে AVM থাকিলে দীৰ্ঘসময় ধৰি শৰীৰচৰ্চা বা অত্যন্ত প্ৰেছাৰৰ কাম কৰাত অসুবিধা আহে৷ বিশেষকৈ এনে ব্যায়াম যিয়ে ৰক্তচাপ বঢ়াই দিয়ে৷ যেনে হোয়েট ট্ৰেনিং বা অত্যন্ত কঠিন কাৰ্ডিঅ’ এক্সাৰচাইজ৷ এই সমূহ এক্সাৰচাইজত ৰক্তনলী ফাটি যোৱাৰ আশংকা বাঢ়ে৷ ফলত মস্তিষ্কত ৰক্তক্ষৰণ হ’ব পাৰে৷ পৰ্যাপ্ত বিশ্ৰামৰ অভাৱ, শৰীৰত পানীশূন্যতা আৰু অনিয়ন্ত্ৰিত মানসিক চাপেও ৰক্তনলী ফাটি যোৱাৰ আশংকা বঢ়ায়৷
অৱশ্যে এই সমস্যাসমূহ গুৰুতৰ হলেও সঠিক চিকিৎসা আৰু নিয়মিত ফলোআপৰ মাধ্যমেৰে অধিকাংশ মানুহেই সমস্যাসমূহ নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ ঔষধ বা অস্ত্ৰোপচাৰৰ মাধ্যমেৰে ট্ৰাইজেমিনেল নিউৰলজিয়াৰ চিকিৎসা কৰা সম্ভৱ৷ অন্যহাতে ব্ৰেইন এনিউৰিজম আৰু AVM যদি ফাটি নাযায় আৰু  ফটাৰ আশংকাও কম থাকে তেতিয়া নিয়মিত পৰ্যবেক্ষণ ৰখা হয় অথৱা অস্ত্ৰোপচাৰ কিংবা এণ্ডোভাছকুলাৰ থেৰাপিৰ মাধ্যমেৰে চিকিৎসা কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!
জীৱনশৈলী

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

July 25, 2026
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
Next Post
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.