• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

4 months ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

2 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

3 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

3 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

3 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

4 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

5 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

7 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

8 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

editor by editor
May 21, 2026
in জীৱনশৈলী, ভাৰত
0
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত গ্ৰহৰ গোচৰক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ যাৰ মাজত বৃহস্পতিৰ ৰাশি পৰিবৰ্তনক সকলোতকৈ প্ৰভাৱশালী আৰু ব্যাপক বুলি গণ্য কৰা হয়৷ গ্ৰহৰ গুৰু হিচাপে বিবেচিত বৃহস্পতি ২০২৬ চনৰ ২ জুনত গোচৰ কৰিব৷ এই দিনটোত বৃহস্পতিয়ে তাৰ বৰ্তমান অৱস্থান এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি কৰ্কট ৰাশি হৈছে বৃহস্পতিৰ উচ্চ ৰাশি৷ যাৰ অৰ্থ এই গোচৰৰ সময়ত বৃহস্পতিয়ে সকলোতকৈ শক্তিশালী আৰু শুভ অৱস্থানত থাকিব৷

বৃহস্পতিক জ্ঞান, সম্পদ, সন্তান আৰু সৌভাগ্যৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ সেয়ে এই গোচৰ সমগ্ৰ বিশ্বৰ সামাজিক, অৰ্থনৈতিক আৰু ব্যক্তিগত জীৱনত গভীৰ প্ৰভাৱ পেলাব৷ কিছুলোকৰ বাবে এই গোচৰে তেওঁলোকৰ কৰ্মজীৱনলৈ নতুন উচ্চতা কঢ়িয়াই আনিব৷ আকৌ অন্যৰ বাবে ই হ’ব আত্ম চিন্তন আৰু সতৰ্কতাৰ সময়৷ এই গোচৰে আপোনাৰ বাবে সুখ আৰু সমৃদ্ধিৰ দুৱাৰ খুলি দিব৷ আপোনাৰ সন্মুখত অহা চেলেঞ্জসমূহৰ বাবে প্ৰস্তুত হ’ব৷ জানি থওক কৰ্কট ৰাশিত বৃহস্পতিৰ এই বিশেষ গোচৰৰ দ্বাৰা কোন কোন ৰাশি সকলোতকৈ বেছি প্ৰতিকূলভাৱে প্ৰভাৱিত হ’ব পাৰে?

মেষ ৰাশি

বৃহস্পতিৰ এই গোচৰ আপোনাৰ চতুৰ্থ ঘৰত ঘটিব৷ পাৰিবাৰিক জীৱনত উত্থান পতনে দেখা দিব পাৰে৷ ঘৰৰ ৰক্ষণাবেক্ষণ বা আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বাবে খৰচ বাঢ়িব পাৰে৷ কৰ্মক্ষেত্ৰতো পৰিবৰ্তন আহিব পাৰে৷ সেয়ে ধৈৰ্য্য ধৰক৷

মিথুন ৰাশি

বৃহস্পতিয়ে আপোনাৰ ৰাশি ত্যাগ কৰি দ্বিতীয় ঘৰত প্ৰৱেশ কৰিব৷ আপুনি আৰ্থিকাভাৱে সতৰ্ক থাকিব লাগিব৷ সম্পদ সঞ্চয়ত আপুনি সমস্যাৰ সন্মূখীন হ’ব পাৰে৷ আপোনাৰ কথাৰ কাৰণে পৰিয়ালত মতবিৰোধ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ আপোনাৰ ব্যয় নিয়ন্ত্ৰণ কৰক৷

তুলা ৰাশি

বৃহস্পতিয়ে আপোনাৰ দশম ঘৰত গোচৰ কৰিব৷ আপোনাৰ কৰ্মজীৱন আৰু কৰ্মক্ষেত্ৰত আকস্মিক পৰিবৰ্তন আৰু উত্তেজনাই দেখা দিব পাৰে৷ আপোনাৰ ঊৰ্ধ্বতনসকলৰ সৈতে সমন্বয় বজায় ৰাখক৷ কামত খৰধৰ নকৰিব৷

কুম্ভ ৰাশি

আপোনাৰ ষষ্ঠ ঘৰত বৃহস্পতিৰ গোচৰত স্বাস্থ্য আৰু শত্ৰু সংক্ৰান্তিয় সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ গুপ্ত শত্ৰুৰ পৰা সতৰ্ক থাকক৷ আইনী বিষয়ত সতৰ্কতা অৱলম্বন কৰক৷ নিজৰ স্বাস্থ্যৰ বিষয়ত সতৰ্ক থাকক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!
জীৱনশৈলী

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

September 8, 2026
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই
জীৱনশৈলী

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

September 8, 2026
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি
জীৱনশৈলী

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

September 8, 2026
Next Post
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.