• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

3 months ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

3 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

4 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

4 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

4 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

4 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

5 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

6 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

7 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

8 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

9 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

10 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

editor by editor
May 21, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি নৱপঞ্চম যোগক অত্যন্ত শুভ আৰু প্রভাৱশালী যোগ হিচাপে গণ্য কৰা হয়৷ এই যোগে ব্যক্তিৰ জীৱনত ইতিবাচক পৰিবৰ্তন, উন্নতি আৰু সৌভাগ্য কঢ়িয়াই আনে৷ আগন্তুক ২৫ জুনত শুক্ৰ আৰু শনিয়ে এটাই আনটোৰ পৰা ১২০ ডিগ্ৰী দূৰত্বত অৱস্থান কৰিব৷ যাৰ ফলত গঠিত হ’ব নৱপঞ্চম যোগ৷ এই বিশেষ যোগ কেইবা ঘণ্টাৰ বাবে সক্ৰিয় থাকিব৷ যাৰ শুভ প্ৰভাৱে বিশেষভাৱে চাৰিটা ৰাশিৰ জাতকৰ জীৱনলৈ বৃহৎ পৰিবৰ্তন আনিব পাৰে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে শুক্ৰ শনিৰ নৱপঞ্চম যোগ অত্যন্ত ইতিবাচক ফল কঢ়িয়াই আনিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম দ্ৰুত শেষ হোৱাৰ সম্ভাৱনা আছে৷ কৰ্মজীৱন আৰু ব্যৱসায় সংক্ৰান্তিয় বিষয়ত আত্মবিশ্বাস বাঢ়িব৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সুবিধা হ’ব৷ আপোনাৰ ব্যক্তিত্বৰ প্ৰতি অন্যৰ আকৰ্ষণ বাঢ়িব৷ ইয়াৰোপৰি জীৱনযাত্ৰাত সুখ স্বাচ্ছন্দ্যও বৃদ্ধি পাব৷ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ ফলত আৰ্থিক অৱস্থাও কিছু মজবুত হ’ব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ ভাগ্য উজ্জ্বল কৰিব পাৰে এই নৱপঞ্চম যোগে৷ পাৰিবাৰিক জীৱনত ভালপোৱা আৰু বুজাপৰা বাঢ়িব৷ প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব৷ সম্পৰ্ক আৰু মজবুত হ’ব পাৰে৷ বহুদিনৰ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে৷ যিসকলে নতুন পৰিকল্পনা বা ব্যৱসায় আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ বাবেও এই সময় বিশেষ শুভ হ’ব৷ বুদ্ধিমত্তা বা ধৈৰ্য্যৰ সৈতে পৰিস্থিতি চম্ভালিবলৈ সক্ষম হ’ব৷

তুলা ৰাশি

তুলা ৰাশিৰ বাবে এই যোগে সৌভাগ্যৰ দুৱাৰ খুলি দিব৷ চাকৰিৰ ক্ষেত্ৰত সুখবৰ পোৱাৰ সম্ভাৱনা আছে৷ আনকি দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে৷ নতুন আয়ৰ পথ খুলি যাব পাৰে৷ যিতে আৰ্থিক উন্নতিত সহায়ক হ’ব৷ বৃহৎ আৰ্থিক সিদ্ধান্ত লোৱাৰ বাবে এই সময় অনুকূল হ’ব৷ পৰিয়ালৰ সদস্যসকলৰ মাজত আনন্দৰ পৰিবেশ তৈয়াৰ হ’ব৷ পুৰণি মতবিৰোধ বা ভুল বুজাবুজি দূৰ হ’ব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে শুক্ৰ আৰু শনিৰ এই যোগ সম্পৰ্কৰ ক্ষেত্ৰত বুজাপৰা আৰু স্থিতিশীলতা বাঢ়িব৷ কোনো লং ট্যুৰত যোৱাৰ সম্ভাৱনা আছে৷ পঢ়াশুনা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে যুক্ত ছাত্ৰছাত্ৰীসকলৰ বাবে নতুন সুযোগ বিচৰাৰ আদৰ্শ সময়৷ কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰশংসা পাব পাৰে৷ এই সময়ত কেৰিয়াৰত অগ্ৰগতি কৰাৰ সম্ভাৱনা আছে৷ ভৱিষ্যতৰ উন্নতিৰ পথ আৰু সহজ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.