জুনতেই তৈয়াৰ হৈছে বৈধৃতি যোগ৷ আৰু এই যোগ জ্যোতিষৰ দৃষ্টিকোণৰ পৰা অত্যন্ত শক্তিশালী৷ মনৰ কাৰক চন্দ্ৰ আৰু সন্মানৰ কাৰক সূৰ্যই ৪ জুন ২০২৬ৰ সন্ধিয়া ৬ বাজি ৯ মিনিটত বৈধৃতি যোগ তৈয়াৰ কৰিব৷ আৰু এই যোগ মোটামুটি ৭ঘণ্টা সক্ৰিয় থাকিব৷ বৈদিক জ্যোতিষমতে বৈধৃতি যোগ অত্যন্ত প্ৰভাৱশালী৷ এই যোগ ৪জুনত তৈয়াৰ হ’ব৷ আৰু এই যোগৰ বাবে ৪ৰাশিয়ে বাম্পাৰ সময় কটাব৷ ঘৰ, পৰিয়ালৰ পৰিবেশ শুভ৷ আৰ্থিত স্থিতি সলনি হ’ব৷ জানি থওক কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব৷
বৃষ ৰাশি
এই ৰাশিৰ জাতকৰ বাবেও এই সময় খুবেই শুভ৷ ঘৰত ইতিবাচক পৰিবেশে বিৰাজ কৰিব৷ বন্ধুৰ সৈতে চলি থকা বিবাদ দূৰ হ’ব৷ প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব৷ আয়ৰ নতুন পথ খুলিব৷ পাব মানসিক শান্তি৷ ভয়, উৎকণ্ঠা দূৰ হ’ব৷ ব্যৱসায়ত বৃহৎ লাভ হ’ব পাৰে৷ ভাল সময় কটাবলৈ সাজু হওক৷
কৰ্কট ৰাশি
এই ৰাশিৰ জাতক জাতিকাই ভাল সময় কটাব৷ সূৰ্য আৰু চন্দ্ৰই বৈধৃতি যোগত বিশেষ লাভ পাব৷ বহু দিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ কাৰ্যক্ষেত্ৰত উন্নতি হ’ব৷ আপোনাৰ সন্মুখত একাধিক নতুন পথ খুলি যাব৷ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য ভালে থাকিব৷ কাৰ্যক্ষেত্ৰত উন্নতি হ’ব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যও ভালে থাকিব৷ আত্মবিশ্বাস বাঢ়িব৷ নতুন কোনো কাম আৰম্ভ কৰিব পাৰে৷
সিংহ ৰাশি
বৈধৃতি যোগে সিংহ ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পেলাব পাৰে৷ এই ৰাশিৰ জাতক আৰু জাতিকাৰ ওচৰলৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ ইয়াৰোপৰি ধনৰ সমস্যতো পৰিব পাৰে৷ এই সময়ত ব্যৱসায়ীয়ে নতুন ডিল কৰিব পাৰে৷ ধাৰ থাকিলে এই সময়ত পৰিশোধ কৰিব পাৰিব৷ জীৱনত আগুৱাই যাব৷ সন্মান বাঢ়িব৷ চিন্তাৰ কোনো কাৰণ নাই৷
ধনু ৰাশি
এই ৰাশিৰ বাবেও এই সময় শুভ৷ আপোনাক ঘেৰি ধৰিব সু সময়ে৷ সকলো অশান্তিৰ পৰা মুক্তি পাব৷ ইয়াৰোপৰি ধনৰ অভাৱ দূৰ হ’ব৷ নতুন চাকৰি পাব পাৰে৷ ইয়াৰোপৰি ব্যৱসায়ত উন্নতি কৰিব৷ নতুন প্ৰজেক্ট পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















