• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

5 months ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

2 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

2 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

3 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

3 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

4 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

5 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

5 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

5 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

7 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

editor by editor
May 26, 2026
in জীৱনশৈলী
0
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
0
SHARES
995
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত শুক্ৰক পাৰ্থিৱ আৰামৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ বিশ্বাস কৰা হয় যে যেতিয়া শুক্ৰৰ গোচৰ হয় তাৰ শুভ প্ৰভাৱে ব্যক্তিৰ প্ৰেম জীৱনত সুখ, আৰ্থিক অৱস্থাৰ উন্নতি আৰু আকৰ্ষণীয়তা বৃদ্ধি কৰে৷ বৰ্তমান ই মিথুন ৰাশিত অৱস্থান কৰিছে আৰু বহু ৰাশিৰ বাবে ইতিবাচৰ ফল কঢ়িয়াই  আনিছে৷ ই শীঘ্ৰেই পৰবৰ্তী ৰাশিত প্ৰৱেশ কৰিব৷ ২০২৬ চনৰ ৮ জুনৰ বিয়লি ৫বাজি ২৮ মিনিটত শুক্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ শুক্ৰৰ এই ৰাশি পৰিবৰ্তনক অত্যন্ত বিশেষ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ কৰ্কট ৰাশি হৈছে চন্দ্ৰৰ ৰাশি আৰু ইয়াতেই শুক্ৰই আৱেগ আৰু সম্পৰ্কৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব৷ জানি থওক কোন কোন ৰাশিৰ ইয়াৰ পৰা লাভৱান হ’ব?

মেষ ৰাশি

শুক্ৰৰ গোচৰে মেষ ৰাশিৰ বাবে অত্যন্ত ইতিবাচক ফল কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷ শুক্ৰই আপোনাৰ জন্মকুণ্ডলীৰ চতুৰ্থ ঘৰত গোচৰ কৰিব৷ যিয়ে সুখ, যানবাহন আৰু সম্পদৰ সুযোগ তৈয়াৰ কৰিব৷ ব্যৱসায়ত উল্লেখযোগ্য সাফল্য লাভ কৰিব পাৰে৷ জাগতিক স্বাচ্ছন্দ্য বৃদ্ধি পাব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় কিছু সুসংবাদো পাব পাৰে৷ কৰ্মৰত ব্যক্তিয়ে সন্মান লাভ কৰিব পাৰে৷ দীৰ্ঘদিন ধৰি সঞ্চিত অৰ্থ উভতাই পাব পাৰে৷ মানসিকভাৱেও আৰু ভাৰসাম্যপূৰ্ণ আৰু সুখী বোধ কৰিব৷

কন্যা ৰাশি

কৰ্কট ৰাশিত শুক্ৰৰ গোচৰে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবেও উপকাৰী ফল কঢ়িয়াই আনিব৷ শুক্ৰ আপোনাৰ ৰাশিৰ পৰা একাদশ ঘৰত প্ৰৱেষ কৰিব যিয়ে আপোনাৰ আয় বৃদ্ধি কৰিব৷ আৰ্থিক বিষয়ত ভাল ফল লাভৰ সম্ভাৱনা আছে৷ নতুন চাকৰি আৰু নতুন মানুহৰ সৈতে পৰিচয়ে আপোনাৰ আত্ম উন্নয়নৰ অনুভূতি আনি দিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব আৰু ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসা পাব পাৰে৷ ব্যৱসায়ীয়ে কোনো বৃহৎ চুক্তি বা নতুন সুযোগৰ পৰা লাভৱান হ’ব পাৰে৷ স্বাস্থ্যৰো উন্নতি হব আৰু মানসিক চাপ ধীৰে ধীৰে কমি আহিব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শুক্ৰৰ এই গোচৰে সম্পৰ্ক আৰু কৰ্মজীৱন উভয় ক্ষেত্ৰতেই স্বস্তি আনিব পাৰে৷ শুক্ৰ আপোনাৰ জন্মকুণ্ডলীৰ পঞ্চম আৰু দশম ঘৰৰ অধিপতি আৰু এতিয়া ই আপোনাৰ সপ্তম ঘৰত গোচৰ কৰিব৷ সপ্তম ভাৱ বিবাহ, অংশীদাৰিত্ব আৰু দাম্পত্য জীৱনৰ সৈতে সম্পৰ্কিত৷ সেয়ে আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু দৃঢ় হ’ব পাৰে৷ আপোনাৰ প্ৰেম বিবাহৰ ইচ্ছাও পূৰণ হ’ব পাৰে৷ যিসকলে দীৰ্ঘদিনৰ সম্পৰ্কত আছে তেওঁলোকৰ বিবাহ সম্পন্ন হ’ব পাৰে৷ ব্যৱসায়ীয়ে অংশীদাৰিত্বৰ পৰা লাভৱান হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক
জীৱনশৈলী

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

October 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Next Post
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.